মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

জিলাৰ মুখ্য পথসমূহ

নাগপুৰ আঁচনি অনুসৰি, জিলাৰ পথসমূহক মুঠ দুটা শ্ৰেণীত শ্ৰেণীবদ্ধ কৰা হৈছে আৰু জিলা পথ বুলিলে, প্ৰত্যেক জিলাতে থকা, যিবিলাক পথে জিলাখনৰ ভিতৰুৱা উৎপাদন ক্ষেত্ৰ তথা বজাৰ এলেকাসমূহৰ মাজেৰে গৈ, এইবোৰৰ এটা এলেকাৰ সতে আনটোক অথবা ঘাইপথ বা ৰেলপথৰ সতে সংযোগ কৰিছে, তেনে পথক বুজোৱা হয়। এই আঁচনিত, এইটোও উল্লেখ কৰা হৈছে যে, এই জিলা পথসমূহে, গোটেই বছৰজুৰি, যাতায়তকাৰীক জিলাখনৰ গ্ৰাম্যাঞ্চলসমূহৰ মূল কেন্দ্ৰবোৰলৈকে, কেৱল তেনেই কমমাত্ৰাৰ ব্যাঘাত ব্যতিৰেকে লৈ যাব পাৰিব লগতে, এই আঁচনিত, সকলো অধিক জনবসতিপ্ৰধান অঞ্চলৰ প্ৰত্যেক গাঁও এনে পথৰ ২ মাইল দূৰত্বৰ ভিতৰত আৰু অন্যান্য এলেকাৰ ক্ষেত্ৰত ৫ মাইল দূৰত্বৰ ভিতৰত থকাৰ লক্ষ্য নিৰূপণ কৰা জিলা পথসমূহক, সম্ভাৱ্য যাতায়তকাৰী আৰু প্ৰয়োজনীয় বৈশিষ্ট্যৰ ভিত্তিত নিম্নোক্ত দুই শ্ৰেণীত ভাগ কৰা হৈছে:

  • জিলাৰ মূখ্য পথসমূহৰ বৈশিষ্ট্যসমূহ ৰাজ্যিক বা প্ৰভিন্সিয়েল ঘাইপথৰ সতে প্ৰায় একে হ'ব লাগিব,
  • অন্যান্য জিলা পথসমূহ, ইয়াতকৈ কিছু নিম্ন বৈশিষ্ট্য সম্পন্ন হ'ব লাগিব।"
 

১৯৮১-২০০১ চনৰ ভাৰতৰ পথ উন্নয়ন পৰিকল্পনা (লক্ষ্নৌ আঁচনি)ত জিলাৰ মুখ্য পথসমূহৰ বাবে নিম্নোক্ত নীতি আৰু উদ্দেশ্যসমূহ নিৰ্ধাৰণ কৰা হৈছে:

  • "জিলাৰ মুখ্য পথসমূহে, একোখন জিলাৰ ১৫০০ বা তাতকৈ অধিক জনসংখ্যাৰ সকলো নগৰ আৰু গাওঁ, যিবোৰ কোনো ৰাষ্ট্ৰীয় বা ৰাজ্যিক ঘাইপথৰ সতে প্ৰত্যক্ষভাৱে সংযোজিত হৈ থকা নাই, তেনে অঞ্চলক সংযোগ কৰিব লাগিব। লগতে, এইবোৰে, বিভিন্ন চহৰৰ মাজত প্ৰয়োজন সাপেক্ষে আন্তঃসংযোগো স্থাপন কৰিব লাগিব। ".
 

ভাৰতীয় পথ মহাসভাৰ, গ্ৰাম্য (নন-আৰবান) ঘাইপথৰ বাবে জ্যামিতিক ডিজাইন মানসম্পৰ্কীয় পত্ৰ, আইৰচি: ৭৩- ১৯৮০ ত নিম্নোক্ত সংজ্ঞা প্ৰদান কৰা হৈছে:

  • "জিলাৰ মুখ্য পথসমূহ হ'ল একোখন জিলাৰ উৎপাদন আৰু বজাৰ এলেকাসমূহৰ এটাৰ লগত আনটোৰ অথবা মুখ্য ঘাইপথসমূহৰ সতে সংযোজিত কৰা গুৰুত্বপূৰ্ণ পথ।".
 

ভিজন ডকুমেণ্ট, ২০২১ ত উল্লেখ কৰা অনুসৰি, জিলাৰ মুখ্য পথসমূহৰ দৈৰ্ঘ্য ৰাজ্যিক ঘাইপথৰ দৈৰ্ঘ্যৰ দুগুণ হোৱা উচিত।

বিভাগৰ দ্বাৰা, ২০০৯ চনত সম্পন্ন কৰা এক কৌশলগত সম্ভাৱনীয়তাৰ অধ্যয়নৰ ভিত্তিত ৰাজ্যৰ ৰাজ্যিক ঘাইপথ তথা মুখ্য জিলা পথসমূহ নিৰ্ধাৰিত কৰা হয়। এই অনুসৰি জিলাৰ মুখ্য পথসমূহৰ তালিকা তলত দিয়া হৈছে:

মুখ্য জিলা পথসমূহ

ক্ৰমাংকজিলাMDR(কি.মি.)
১.বাক্সা৪৩.০০
২.বৰপেটা১৭১.৪০
৩.বঙাইগাওঁ১৬.০০
৪.কাছাৰ১৬৫.৪৫
৫.চিৰাং২২৩.২৪
৬.দৰং১১৮.৫০
৭.ধেমাজী৪২.০০
৮.ধুবুৰী৫৩.১১
৯.ডিব্ৰুগড়১৬২.৭৭
১০.গো‌ৱালপাৰা৪৮.০০
১১.গোলাঘাট১৫৬.৭৫
১২.হাইলাকান্দি৯৮.৯০
১৩.যোৰহাট৮৯.০৬
১৪.কামৰূপ২২৯.৮৬
১৫.কাৰ্বি আংলং৫৬০.৮৪
১৬.কৰিমগঞ্জ৩৪২.৬৩
১৭.কোকৰাঝাৰ১৩১.৪০
১৮.লক্ষিমপুৰ৯৭.৩৬
১৯.মৰিগাওঁ৮৬.০০
২০.নগাওঁ৩২৬.৫০
২১.নলবাৰী৪৪.৫৫
২২.এন.চি. হিলচ্১৯৯.০০
২৩.শি‌ৱসাগৰ৩০৯.৫৯
২৪.শোণিতপুৰ৪০১.৬০
২৫.তিনিচুকীয়া১৭০.৯৪
২৬.উদালগুৰি১২৪.৫৮
 মুঠ  =৪৪১৩.০৩
সৰ্বমুঠ দৈৰ্ঘ্য (কি.মি.):৭৫৪৭.৩৯

মুখ্য জিলা পথসমূহ(MDR)ৰ তালিকা

ক্ৰমাংকপথ  নামদৈৰ্ঘ্য (কি.মি.)নতুন পথ সংখ্যামন্তব্য
 বাক্সা
১.শলবাৰী ভূঞাপাৰা১২.০০Bg-M-১ 
২.পাটাচুৰকুছী আঞ্চালী১০.০০Bg-M-২ 
৩.বাইহাটা হাটা চাৰিআলি গোৰেশ্বৰ দেওচুং১৮.০০Bg-M-৩ 
৪.নিত্তানন্দ জলাহ৩.০০Bg-M-৪ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত )৪৩.০০  
 বৰপেটা
১.চেনীমাৰি (লাংলা ) মইনাবাৰী১০.৫০Ba-M-১ 
২.বৰপেটা   মন্দিয়া বাঘবৰ৩১.০০Ba-M-২ 
৩.বৰপেটা  পাটবাউসী পালহাচি বৰচুহা চিলা১৬.০০Ba-M-৩ 
৪.ভেল্লা তৰাবাৰী চেঙা১৫.৫০Ba-M-৪ 
৫.সৰভোগ কলগাছিয়া বামুনতাৰী১৯.৫০Ba-M-৫ 
৬.ভ‌ৱানিপুৰ শিমলাগুৰি১২.৪০Ba-M-৬ 
৭.ভ‌ৱানিপুৰ শালবাৰী১৮.০০Ba-M-৭ 
৮.বামখাতা কৰ্দৈগুৰি১৬.০০Ba-M-৮ 
৯.নিত্তানন্দ চাদেৰি নাওচালি জলাহ (চাদেৰি নিত্তানন্দ আনন্দপুৰ চাথিসমকা পথ )৫.০০Ba-M-৯ 
১০.পাটাচুৰকুছী আঞ্চালী১০.০০Ba-M-১০ 
১১.ৰজাখাট ৰাচিমলা১৭.৫০Ba-M-১১ 
 জিলা মতে মুঠ দৈৰ্ঘ্য ( কি.মি. )১৭১.৪০  
 বঙাইগাওঁ
১.ধালিগাওঁ নতুন বঙাইগাওঁ বাসুগাওঁ১৬.০০Bn-M-১ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি. )১৬.০০  
 কাছাৰ
১.কাজিদাহাৰ (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪)  সোনাই আমজুৰ বিন্নাকান্দি লক্ষীপুৰ  (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৩)৩২.৬০Ca-M-১অতি বেছি প্ৰাধান্য দিবলগীয়া । ইয়ে উৎপাদন আৰু বজাৰস্থলীক দুটা  ৰাষ্ট্ৰীয়  ঘাইপথ নং- ৫৪ আৰু ৫৩ৰ লগত সংযোগ কৰে ।
২.উদৰ্ব আৰু পানগ্ৰাম অমৰানগৰ .১৩.০০Ca-M-২ইয়ে ৰাষ্ট্ৰীয় ঘাইপথ নং ৫৪ ক দুটা  অ‌ৱস্থিতিত সংযোগ কৰে য'ৰ পৰা কৃ্ষি সামগ্ৰীসমূহ সহজলভ্য হয় ।   
৩.কাবুগঞ্জ (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪)     পালনঘাট অম্ৰাঘাট মতিনগৰ আমজুৰ (SMD পথ )৩১.৫০Ca-M-৩উৎপাদনথলীক ই ৰাষ্ট্ৰীয় ঘাইপথ নং ৫৪ৰ লগত সংযুক্ত কৰে ।
৪.ৰামনগৰ আশ্ৰম চাংগুৰি CR এভেনিউ (নগৰীয়া পথ )৭.০০Ca-M-৪ই সংযুক্ত কৰে  ৰাষ্ট্ৰীয় ঘাইপথ  নং ৫৩ আৰু ৰাজ্যিক ঘাইপথক ।
৫.আশ্ৰম      অম্বিকাপুৰ শিলচৰ (নগৰীয়া পথ )৪.৫০Ca-M-৫জিলা সদৰক ই সংযুক্ত কৰে   ।  
৬.পাইলাপুল ৰজাবজাৰ হৰিনগৰ কুমাৰচেৰা২৫.০০Ca-M-৬কাছাৰৰ বজাৰ এলেকাক এন.চি. হিলচ্ৰ লগত ই  সংযোগ কৰিছে  
৭.উজানগ্ৰাম ধোলচেৰা১৭.০০Ca-M-৭কাছাৰৰ বজাৰ এলেকাসমূহক   ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪   আৰু   ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ (সংযোজন)ৰ লগত ই   সংযোগ কৰিছে  
৮.কো‌ৱাৰপুৰ শ্ৰীকোনা১৪.৬৫Ca-M-৮ 
৯.চহাপুৰ (কাছাৰ  সীমান্ত ) দৰগাকোনা৬.০০Ca-M-৯উপায়ুক্ত, হাইলাকান্দিৰ পৰামৰ্শমতে সামৰি লো‌ৱা হয় ।
১০.গুমৰাহ শদিৰ খাল ৰাজা টিলা১৪.২০Ca-M-১০ 
 জিলা মতে মুঠ দৈৰ্ঘ্য ( কি.মি. )১৬৫.৪৫  
 চিৰাং
১.চামঠাই বাৰী হাটিচৰ৩৩.৯৪Ch-M-১ 
২.গেৰুকাবাৰী বিজনী আমটেকা লালাই(লালাই ভূটানত)৫৮.০০Ch-M-২ 
৩.উলুবাৰী বৰো বজাৰ ৰঙীজৰা কালামাটি৪৩.৫০Ch-M-৩ 
৪.বিজনীগাওঁ ভেটাগাওঁ পানবাৰী২৭.৩০Ch-M-৪ 
৫.পাটিলদহা পানবাৰী গাভৰুখুন্দা মাঠানগুৰি৬০.৫০Ch-M-৫ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি. )২২৩.২৪  
 দৰং
১.খাইৰাবাৰী আন্ধেৰীঘাট জয়ন্তীয়াপুৰ শালমাৰা২২.০০Dr-M-১ 
২.উত্তৰ          গু‌ৱাহাটী   কুৰু‌ৱা ডুমুনীচকী      কুৰু‌ৱা  ডুমুনীচৌকি খাটাৰা পথ  (     কামৰূপ     জিলা  সীমান্তলৈকে)৩৩.২০Dr-M-২ডুমুনিচুকৰপীৰা খাটাৰালৈকে PMGSYৰ অধীনত। অ‌ৱশ্যে কুৰু‌ৱাৰপৰা যদি  উত্তৰ গু‌ৱাহাটী / আমিনগাওঁলৈ শংযোজিত কৰা হয় তেন্তে ডুমুনীচৌকি(মঙলদৈ)লৈ যো‌ৱা  ই এটা বিকল্প পথ হৈ পৰে  । দৰং  জিলাৰ অধীনত সংযোজিত কৰিবলগীয়া অংশৰ পৰিমাণ হৈছে  ২.৫কি.মি.আৰু কামৰূপ   জিলাৰ অধীনত কৰিবলগীয়া অংশ হৈছে  =   ১০ কিমি (প্ৰায়)।  কামৰূপৰ অংশটো ইতিমধ্যে উন্নত আৰু সকলো দলঙকে পকী RCC  দলং কৰা হৈছে ।
৩.ডিপিলা বালিকুছী বেজেৰা  পথ .(ডিপিলা বৰিগাওঁ  পথ )১০.৩০Dr-M-৩ এই  পথ  PMGSYৰ অধীনীকৃত । অচিৰেই ই ৰাজ্যিক ঘাইপথ হ'ব ।
৪.কলাইগাওঁ খৈৰাবাৰী৮.০০Dr-M-৪ 
৫.ছিপাঝাৰ টংলা বৰিচৌকা পথ .২২.০০Dr-M-৫EE  গ্ৰাম্য পথৰ মতে PMGSY ৰ অধীনত ।
৬.বৰদৌলগুৰি দেওমৰনৈ কুলশীপাৰ২৩.০০Dr-M-৬ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি. )১১৮.৫০  
 ধেমাজী
১.গোগামুখ বাহবাৰী১১.০০Dm-M-১ 
২.ঘিলামৰা খলিহামাৰি বৰদলনি১৫.০০Dm-M-২ 
৩.অকাজান (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২) - লিকাবালি১২.০০Dm-M-৩ 
৪.লাইমেকুৰী নাৰী৪.০০Dm-M-৪অসম আৰু অৰুণাচলক সংযোগ কৰি NEC ১০ম পৰিকল্পনাৰ অধীনত আন্ত:ৰাজ্যিক পথ ।
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৪২.০০  
 ধুবুৰী
১.হালিদয়গঞ্জ মানকাছাৰ পুৰকাছিয়া তুৰা৩০.৬১Dh-M-১ 
২.পুৰণা অসম ত্ৰাংক  পথ  ( ৰাষ্ট্ৰীয় ঘাইপথ -৩১ গোলকগঞ্জত লগ হৈ ৰাতিয়াদাহালৈ )৮.৫০Dh-M-২ 
৩.বঙালীপাৰা ফকিৰাগ্ৰাম পথ১৪.০০Dh-M-৩ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৫৩.১১  
 ডিব্ৰুগড়
১.জলন বাচ আস্থান আমোলাপট্টী (সমদল পথ )৫.৩০০Db-M-১নগৰীয়া পথ
২.মানকটা শৰাইঘাট পথ১৮.০০Db-M-২ 
৩.চাবু‌ৱা - টেঙাখাট পথ১০.০০Db-M-৩ 
৪.দেওহাল তিনিআলি মধুটিং৮.১০Db-M-৪কিছু অংশ ৰাজ্যিক ঘাইপথ নং-২৪ৰ অধীনত ।
৫.টি‌ৱাৰিগুলা  ডুলিয়াজান১০.০০Db-M-৫ 
৬.মাধ‌ৱপুৰ টিপ্লিং তিনিআলি৫.০০Db-M-৬ 
৭.নামৰূপ ৰাঙোচো‌ৱাল (নামৰূপ সোনাৰী )২৯.০০Db-M-৭ 
৮.ৰাজগড় জুকতলী (ভোজো )৫.৯৭Db-M-৮ 
৯.পিঠাগুটি -দিচাং (পিঠাগুটি চেপাখাটি )১৪.০০Db-M-৯ 
১০. নাহৰকটীয়া টিংখং২০.০০Db-M-১০ 
১১.মৰান গৌৰীসাগৰ  (নিতাইপুখুৰী )১৬.৪০Db-M-১১ 
১২.নাওহলীয়া তিপাম২১.০০Db-M-১২ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )১৬২.৭৭  
 গো‌ৱালপাৰা
১.মাক্ৰী বামুনডঙা মালাধৰা১৬.৩৩Gl-M-১ 
২.ধনুভঙা তিপলাই গেৰু‌ৱা চিমলীতোলা১৮.০০Gl-M-২ 
৩.কৃষ্ণাই মেন্দিপথাৰ১৩.৬৭Gl-M-৩NEC ৬ষ্ঠ  পৰিকল্পনাৰ অধীনত
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৪৮.০০  
 গোলাঘাট
১.বোকাখাট ধনশিৰিমুখ৪.৮০Gt-M-১ 
২.কমাৰগাওঁ  মহুৰা চাৰিআলি (মহুৰা আলি )৪.১৮Gt-M-২ 
৩.খুমটাই বাদুলিপাৰ (খুমটাই পথ )৭.২৫Gt-M-৩ 
৪.দৰিয়া আলি কানিয়াচাপৰি (মহবন্ধা আলি )১৩.২১Gt-M-৪৫ কি.মি. PMGSYৰ অধীনত যিটো PMGSYপথ সম্পূৰ্ণ হো‌ৱাৰ পাছত  MDR ৰ অধীনত আনিব পৰাৰ সম্ভা‌ৱনা আছে ।
৫.পুলিবৰ (পণ্ডিত হেমচন্দ্ৰ গ‌োঁহাই (PHG) আলি ৫ম কি.মি. )ৰপৰা  বাদুলিপাৰ ( ৪২  কি.মি.  ৰাষ্ট্ৰীয় ঘাইপথ নং- ৩৭ৰ)(গ‌োঁহাই আলি )১৯.৩৬Gt-M-৫বৰ্তমানে ১৭.২৬  কি.মি. PMGSYৰ অধীনত যিটো PMGSYপথ সম্পূৰ্ণ হো‌ৱাৰ পাছত  MDR ৰ অধীনত আনিব পৰাৰ সম্ভা‌ৱনা আছে ।
৬.ফৰকাটিং বাইপাছ২.০৭Gt-M-৬ 
৭.বৰপথাৰ জামুগুৰি গোলাঘাট  (ধন্দাশ্যাম আলি  আৰু নগুৰা আলি )৩২.৩৮Gt-M-৭ 
৮.চিলনীজান বৰপথাৰ সৰুপথাৰ নাওজান বোকাজানঘাট৪২.০০Gt-M-৮ 
৯.সৰুপথাৰ কাছমাৰী ওৰিয়ামঘাট  ওৰিয়ামঘাট  তিনিআলি৩১.৫০Gt-M-৯ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )১৫৬.৭৫  
 হাইলাকান্দি
১.মনাছেৰা ইছানচেৰা (হাইলাকান্দি  সীমান্ত )৮.৫০Hi-M-১ 
২.আলগাপুৰ মোহনপুৰ কো‌ৱাৰপুৰ৮.৩০Hi-M-২ 
৩.সমাৰিকোনা গাগলাচেৰা বিলাইপুৰ ফাইচেন৩৯.৯৯Hi-M-৩NEC ১০ম পৰিকল্পনাৰ অধীনত
৪.লালা গাগলাচেৰা৬.১১Hi-M-৪কটাখাল নদীৰ ওপৰৰ এখন  দলং  NEC   ১০ম পৰিকল্পনাৰ অধীনত নিৰ্মানৰত ।
৫.হাইলাকান্দি ৰতনপুৰ চহাপুৰ (কাছাৰ  সীমান্ত )২৪.০০Hi-M-৫ হাইলাকান্দিৰ উপায়ুক্তৰ পৰামৰ্শমতে সামৰি লো‌ৱা হৈছে ।
৬.কাটলিচেৰা ভেটাৰবন্ধ১২.০০Hi-M-৬ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৯৮.৯০  
 যোৰহাট
১.চিনামৰা তিতাবৰ  নগাবাট৪২.১০Jt-M-১ 
২.নিমাতিঘাট লাদৈগড় চামতাল২৩.৮৮Jt-M-২ AACPৰ অধীনত কাম চলি আছে । AACP পথ সম্পূৰ্ণ হো‌ৱাৰ পাছত  MDR ৰ অধীনত আনিব পৰাৰ সম্ভা‌ৱনা আছে ।
৩.যোৰহাট  নিমাতীঘাট১২.২৮Jt-M-৩ 
৪.কাণিচাপৰি কাকদোঙা(মহবন্ধা আলি )১০.৮০Jt-M-৪ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৮৯.০৬  
 কামৰূপ
১.চেপ্তি কালহাটি    (ৰঙিয়া হাজো  পথ )২২.৫০Km-M-১ 
২.চাংসাৰি চেচা১৪.০০Km-M-২ 
৩.বেজেৰা বালিকুছি১২.৫০Km-M-৩ 
৪.ধাৰাপুৰ পলাশবাৰী উপৰাহ আলি (পুৰণা অসম ত্ৰাংক  পথ )১২.৮১Km-M-৪ 
৫.ছায়াগাওঁ ঔগুৰি কুলসী লোহাৰঘাট২৩.১০Km-M-৫ 
৬.আজাৰা ৰাণী লোহাৰঘাট (ৰাণী NEC পথ )১৮.৯২Km-M-৬ NECৰ অধীনত ।
৭.বৰখাট বৰ্ণী১৫.০০Km-M-৭ 
৮.ধূপধৰা আদকগাড়ী১১.০০Km-M-৮NEC ৬ষ্ঠ  পৰিকল্পনা
৯.চিংগ্ৰা হাহিম১৫.৫১Km-M-৯NEC   ৬ষ্ঠ    পৰিকল্পনা    (বকো হাহিম  ১৫.০০ কি.মি. অংশটো  NESRP ৰ অধীনত সামৰা হৈছে)
১০.সোনাপুৰ উমদেন নংপো১৭.৫২Km-M-১০NEC ৯ম  পৰিকল্পনা
১১.কমলপুৰ বাহৰঘাট১১.৫০Km-M-১১ 
১২.বাইহাটা চাৰিআলি গোৰেশ্বৰ দেওচুং১২.০০Km-M-১২ 
১৩.পলাশবাৰী মিৰ্জা লোহাৰঘাট ৰাজাপাৰা চানডুবি  পথ৩৬.০০Km-M-১৩পৰ্যটন ক্ষেত্ৰ চান ডুবিলৈ সংগোগ পথ
১৪.উত্তৰ     গু‌ৱাহাটীৰ পৰা   কামৰূপ জিলা     সীমান্ত লৈ   (আমিনগাওঁ কুৰু‌ৱা    দুমুনীচকী খাটাৰা পথ৫.০০Km-M-১৪ 
১৫.বংচৰ শু‌ৱালকুছী২.৫০Km-M-১৫ৰাজ্যখনৰ বস্ত্ৰশিল্পৰ অন্যতম মুখ্য স্থান শু‌ৱালকুছীৰ লগত ই সংযোগ কৰিছে ।
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )২২৯.৮৬  
 কাৰ্বি আংলং
১.নেলী উমাপানাই খান্দুলি  তপাত১৪৪.৭০Ka-M-১ 
২.উমপানাই হামৰেণ৬০.০০Ka-M-২ 
৩.বিচিথুৰ উলুকুঞ্চী২৬.০০Ka-M-৩ 
৪.হাওৰাঘাট পৰাখো‌ৱা১৪.৭৪Ka-M-৪ 
৫.হাওৰাঘাট দকমকা১৩.৬৫Ka-M-৫ 
৬.দকমকা আনজকপানী কুথৰী৮৪.০০Ka-M-৬ 
৭.ডোকমোকা সোনাপুৰ চৌকিহোলা (D.S.C)৩৬.৭৫Ka-M-৭ 
৮.ডিফু দিলাই সৰিয়হজান৪৩.০০Ka-M-৮ 
৯.জপৰাজান (ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৯) ওপৰ দেওপানী৮.০০Ka-M-৯ 
১০.বকুলীয়া (ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬) ৰাজাপথাৰ ভেলুগুৰী কাছমাৰী চমাগুৰি বজাৰ  কাৰ্কক  (ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬)৩২.০০Ka-M-১০ৰাজাপথাৰ আৰু চামগুৰিৰ দুখন বজাৰ এলেকাক ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬ৰ লগত সংযোগ কৰিছে ।
১১.খেৰণি তাহপাত জিৰ্কিন্দিং৩২.০০Ka-M-১১ 
১২.কথালগুৰি পাৰাখো‌ৱা৫৭.০০Ka-M-১২ 
১৩.বৰজুৰি ডোলামৰা৯.০০Ka-M-১৩ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৫৬০.৮৪  
 কৰিমগঞ্জ
১.লালপুল থমু‌ৱা জনকল্যাণ সাগৰপাৰ বেলালা৯.১০Kj-M-১জিলাখনৰ মূখ্য গুৰুত্বপূৰ্ণ MDR পথ যিয়ে  ৰাজ্যিক ঘাইপথ নং-৩৯  আৰু  ৰাষ্ট্ৰীয় ঘাইপথ নং- ৪৪ক সংযোগ কৰিছে ।
২.জনকল্যাণ ইৰালিগুল শি‌ৱবাৰী২১.৩০Kj-M-২MDRৰ দ্বিত্বীয় গুৰুত্বপূৰ্ণ পথ ।
৩.ফকিৰা বজাৰ (ৰাষ্ট্ৰীয় ঘাইপথ নং-১৫১)    নিলম বজাৰ (ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪)২১.০৭Kj-M-৩MDRৰ তৃতীয় গুৰুত্বপূৰ্ণ পথ । নিলমবজাৰ হৈছে উত্তৰ পূ‌ৱৰ এখন অন্যতম ডাঙৰ বজাৰ । NESRPৰ অধীনত সামৰা হৈছৈ  (এখন দলং  RIDF IXৰ অধীনত )
৪.কানাইবজাৰ (ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪) ৰঘুৰটুক বিলবাৰী১৭.৬৫Kj-M-৪বাংলাদেশৰ আন্ত:ৰাষ্ট্ৰীয়  সীমান্তলৈ শংযোগ কৰিছে ।
৫.আনিপুৰ দুৰ্লভচেৰা জমু‌ৱাং৪৭.০০Kj-M-৫সম্পূৰ্ণ দৈৰ্ঘ্যলৈকে বৰ্তমানে  NECৰ অধীনত সামৰা হৈছে ।
৬.কৰিমগঞ্জ  লংগাই বালিয়া ইছাগঞ্জ ৰাৰৈগ্ৰাম (ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪)৩০.২০Kj-M-৬আন্ত:ৰাষ্ট্ৰীয়  সীমান্ত.সংযোগ কৰে ।
৭.লো‌ৱাইৰপো‌ৱা ৰঙামাটি কাণমুন২৬.০০Kj-M-৭  NEC ৰ অধীনত ।  NEC ৬ষ্ঠ  পৰিকল্পনাৰ অধীনত মধ্যমীয়া লেন পথলৈ উন্নীত কৰা হয় ।
৮.ভঙা (ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪) ভৈৰ‌ৱনগৰ  R K   নগৰ অনিপুৰ কানাইবজাৰ  (আছিমগঞ্জ ) (ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪)৬৫.২১Kj-M-৮NEC ৬ষ্ঠ  পৰিকল্পনাৰ অধীনত মধ্যমীয়া লেন পথলৈ উন্নীত কৰা হয় ।
৯.পোলদাৰ বাৰু‌ৱালা আৰ কে নগৰ কদমতলা ইছানগঞ্জ১৭.২০Kj-M-৯ 
১০.চোৰগোলা(ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪)      ঘোৰামৰা মাৰ্জাথকান্দি দত্তপাৰ পইন্ট আংলাবজাৰ বদৰপুৰ ঘাট (ৰাষ্ট্ৰীয় ঘাইপথ নং- ৪৪)২৮.৯০Kj-M-১০ 
১১.নিলমবজাৰ দত্তগ্ৰাম  লক্ষীপুৰ পথাৰকান্দি২০.৫০Kj-M-১১ 
১২.বজাৰঘাট গোবিন্দজঞ্জ ফকু‌ৱা৮.০০Kj-M-১২মুখ্য সংযোগী পথ
১৩.মলু‌ৱাৰপৰা বৰাক নদীৰ কাষ১.৩০Kj-M-১৩      দলং প্ৰস্তা‌ৱিত হৈছে (৪০০ মি)
১৪.কৰিমগঞ্জ               বগৰ সংগন লক্ষীবাজাৰ চুটেৰকান্দি১৬.২০Kj-M-১৪       দলং প্ৰস্তা‌ৱিত হৈছে (৪০০ মি)
১৫.দুৰ্লভচেৰা ভেৰাৰনাবদ১৩.০০Kj-M-১৫ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৩৪২.৬৩  
 কোকৰাঝাৰ
১.গোসাইগাওঁ তমৰহাট২৩.৭৭Kk-M-১কৃষিভিত্তিক  বজাৰ কেন্দ্ৰ তামাৰাটক গোসাইগা‌ৱঁৰ লগত  ৰাষ্ট্ৰীয় ঘাইপথ নং-  ৩৭  -চি ত এই  পথে   সংযোগ কৰিছে  । (ই হ'ব লাগে MDR,  ৰাজ্যিক ঘাইপথ নহয়)
২.গোঁসাইগাওঁ সপতগ্ৰাম২১.১০Kk-M-২ 
৩.দতমা সপতগ্ৰাম (বৰকান্দা সপতগ্ৰাম)১৭.০০Kk-M-৩ 
৪.ফকিৰাগ্ৰাম কডালডোহা১.৫০Kk-M-৪ 
৫.ফুটকিবাৰী  কোকৰাঝাৰ৭.৫০Kk-M-৫ 
৬.বিচমূৰী সৰলপাৰা সৰভোগ৩৪.৮৫Kk-M-৬ 
৭.চৰাইখোলা বাসুগাওঁ কাশীকোট্ৰা২৫.৬৮Kk-M-৮ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )১৩১.৪০  
 লক্ষীমপুৰ
১.পহুমৰা কিমিন (দেজু কিমিন )পথ১৭.৩৬Lk-M-১ 
২.উত্তৰ লক্ষীমপুৰ ধলঘাট ঘোনাসুটি ঢকু‌ৱাখানা মেটমৰাঘাট৪৬.০০Lk-M-২ 
৩.বাহবাৰী  জেংৰাইমুখ৩৪.০০Lk-M-৩ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৯৭.৩৬  
 মৰিগাওঁ
১.মৰিগাওঁ  বৰঙাবাৰী ঢেকীফলা৯.০০Mo-M-১তলৰ পথসমূহ বৰ্তমানে উন্নিত কৰা হৈ আছে যিহেতু     PMGSY ৰ অধীনৰ গ্ৰাম্য পথসমহৰ   PMGSY পথৰ কাম শেষ হো‌ৱাৰ পাছত MDRলৈ উন্নিত কৰিব পৰা যাব । ১) বৰঙাবাৰী ভুৰবন্ধা গৰৈমাৰী বৰচলা   মৈৰাবাৰী . ২.বৰঙাবাৰী     লাওভুৰাঙা কুশতলী বাগলিপাৰা . ৩. বৰভগীয়া মিকিৰভেট বৰু‌ৱাআটি (    নগাওঁ                          জিলাত MDR     পথ     সংযোগী) ৪. তেলাহী দলবাৰী  (দৈৰ্ঘ্য=৮ কি.মি. )
২.মৈৰাবাৰী –গৰিয়াবাৰী  ( পেটেকীবাৰী থানেৰে )৭.০০Mo-M-২
৩.বৰঙাবাৰী লাওভুৰুঙা কুশতলী বগলীপাৰা১৯.০০Mo-M-৩ কৃষি উৎপাদন কেন্দ্ৰসমূহক জিলা সদৰৰ লগত সংযোগ কৰে । বৰ্তমানে AACPৰ উন্নিতকৰণ প্ৰকল্পৰ অধীনত আছে।
৪.বৰঙাবাৰী ভুৰবন্ধা গৰৈমাৰী বৰচলা  মৈৰাবাৰী২৩.০০Mo-M-৪বিভিন্ন        কৃষি উৎপাদনক  আৰু  বজাৰ কেন্দ্ৰৰে সংযোগ কৰিছে।       মৈৰাবাৰীৰপৰা জিলা সদৰ মৰিগাওঁ  আৰু   নগাওঁলৈ সংযোগ কৰিছে । বৰ্তমানে PMGSYৰ অধীনত ।
৫.বৰভগীয়া মিকিৰভেটা বৰু‌ৱাটি২০.০০Mo-M-৫বিভিন্ন        কৃষি উৎপাদনক  আৰু  বজাৰ কেন্দ্ৰৰে সৈতে   ৰাজ্যিক ঘাইপথ নং-৩ৰে  সংযোগ কৰিছে । বৰ্তমানে PMGSYৰ অধীনত আছে ।
৬.তেলাহী (ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭)  মৰিগাওঁ  (দলবাৰী )৮.০০Mo-M-৬জিলা সদৰ  মৰিগাওঁক ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ৰে সংযোগ কৰিছে ।. এইটো হৈছে জিলা সদৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ৰ মাজত সবাতোকৈ চুটি সংযোগী পথ ।
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৮৬.০০  
 নগাওঁ
১.ধিং বৰু‌ৱাআটি জাজৰি কুৰু‌ৱাবাহী বেবেজীয়া ঘাহী দক্ষিণপাট ননৈ চুটীয়াগাওঁ৫৮.৯৪Ng-M-১ 
২.ডিমৌ ৰাই দঙীয়া১১.৫৫Ng-M-২ 
৩.নগাওঁ    জুৰীয়া বালিকাটীয়া  ধিং আকৰাবড়ী২১.৩০Ng-M-৩ 
৪.সোনাই জুৰীয়া সাইদৰীয়া২১.১০Ng-M-৪ 
৫.ৰূপহী বৰমা ৰঙাগড়া শি‌ৱস্থান মিছা৩২.৩৭Ng-M-৫ 
৬.ৰূপহী পুঠিখাইতী১১.৫০Ng-M-৬ 
৭.ৰূপহী পুৰণিগুদাম চাপানলা১৫.৮০Ng-M-৭ 
৮.মৰিকলং বৰমা২৩.০০Ng-M-৮ 
৯.গোমোঠা বঢ়মপুৰ বামুনী৬.৭৪Ng-M-৯ 
১০.নগাওঁ  ননৈ১৩.৬৯Ng-M-১০ 
১১.কামপুৰ জমুনামুখ সৰুপথাৰ১৪.১০Ng-M-১১ 
১২.আমবাগান শিঙিমাৰি১১.৫০Ng-M-১২ 
১৩.চামগুৰি শিঙিমাৰী লাইলুৰি১৩.২৪Ng-M-১৩ 
১৪.নিজ কলিয়াবৰ শিবস্থান  Sibasthan১৮.১০Ng-M-১৪ 
১৫.শিলঘাট কুঁ‌ৱৰীতোল৬.২৭Ng-M-১৫ 
১৬.জখলাবন্ধা    শিলঘাট স্টিমাৰঘাট১১.৩০Ng-M-১৬ 
১৭.শিলঘাট নলতলী৪.০০Ng-M-১৭ 
১৮.আমচৈ দিঘলীআটি১৬.০০Ng-M-১৮এই   দৈৰ্ঘ্যৰ সংশোধন কৰা হৈছে  আৰু নতুনকৈ আমচৈ দিঘলীআটি হিচাপে জোখ ধৰা হৈছে  (দৈৰ্ঘ্য=১৭কি.মি.) (০৭.০৭.০৭ তাৰিখে)
১৯.ৰহা বাৰপূজীয়া৫.৭০Ng-M-১৯ 
২০.পুৰণা অসম ত্ৰাংক  পথ ৰহা২.১০Ng-M-২০ 
২১.কছু‌ৱাগাওঁ চাপৰমুখ২.২০Ng-M-২১ 
২২.লংকা খাৰিখানা৬.০০Ng-M-২২ গুৰুত্বপূৰ্ণ ঠাই খেৰণিক ৰাজ্যিক ঘাইপথ নং-১৬ৰে ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ E লৈকে  লংকাত সংযোগ কৰিছে । NEC ১০ম পৰিকল্পনাৰ অধিনত বৰ্তমানে এই পথটো উন্নিত কৰা হৈ আছে মধ্যমীয়া লেনলৈ ।  
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৩২৬.৫০  
 নলবাৰী
১.মৰু‌ৱা বাহৰঘাট৫.০০Nl-M-১ 
২.ৰামপাৰ বেলসৰ১৯.৫৫Nl-M-২NEC ১০ম পৰিকল্পনাৰ অধীনত
৩.পুৰণা এন-টি-পথ৮.০০Nl-M-৩জিলা সদৰ নলবাৰীক ৰাষ্ট্ৰীয় ঘাইপথ ৩১ক লগ লগাইছে দুয়ো শীৰ্ষ ঠাইতে ।
৪.নিত্তানন্দ জলাহ১২.০০Nl-M-৪ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৪৪.৫৫  
 উত্তৰ কাছাৰ পাৰ্বত্য জিলা
১.খেজুৰবন্দ বনকাই৫৩.০০Nc-M-১ 
২.অমৰানগৰ  মহুৰ৪৬.০০Nc-M-২ 
৩.কুমাৰচেৰা  হাজাইচাক৭৫.০০Nc-M-৩ 
৪.লাইকে লাইচাং২৫.০০Nc-M-৪ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )১৯৯.০০  
 শি‌ৱসাগৰ
১.আমগুৰি  দেওপানী গেলেকী কলীয়াপানী (লাহদৈগড় আলি -১)২৫.৬৩Sb-M-১ 
২.জয়সাগৰ নামতি খৰিকটীয়া দেওপানী (খৰিকটীয়া  আলি )১৯.৩০Sb-M-২ 
৩.জয়সাগৰ নাজিৰা আঠখেল (বৰ আলি + গেলেকী আলি )৩০.০০Sb-M-৩ 
৪.শি‌ৱসাগৰ  ষ্টেছন -চাৰিআলি সোনাপূৰা বালিঘাট  (নাজিৰা আলি )১৪.০০Sb-M-৪ 
৫.চেপন সোনপূৰা২৬.০০Sb-M-৫ 
৬.গৰমূৰ চোলাপথাৰ (ৰাজগড় পথ )১৬.০০Sb-M-৬ 
৭.চেপন চাফ্ৰাই২১.৮১Sb-M-৭ 
৮.মৰাণহাট ষ্টেছন ফীডাৰ পথ০.৩০Sb-M-৮ 
৯.কাকতিবাৰি কচুমাৰী বানাম আলি মৰান ( মাহমৰা  আলি , কাছমাৰী বনাম আলি , মৰান  বনমালি)২৩.৩০Sb-M-৯ 
১০.সোনাৰী  ভোজো কাকতি বাৰী খামুনগাওঁ (ৰাজগড় ভোজো  আলি )১৪.৫০Sb-M-১০ 
১১.দিচাং  চেপাখাটি   (পিঠাগুটি চেপাখাটি )১১.০০Sb-M-১১ 
১২.বগাবাঘ চাহ বাগিছা  - দিল্লিঘাট (লাহদৈগড়  আলি -২)১৮.৯৫Sb-M-১২ 
১৩.সোনাৰী  নামতোলা১০.৬০Sb-M-১৩(আন্ত-ৰাজ্যিক    পথ  যিয়ে উপবিভাগীয় সদৰ  সোনাৰীক ধোদৰ আলি  (ৰাজ্যিক ঘাইপথ নং-১)য়েদি নাগালেণ্ডৰ জিলা সদৰ মনৰ লগত সংযোগ কৰিছে।   ( পূৰ্বতে  NEC   ৫ম পঞ্চবাৰ্ষিক  পৰিকল্পনাৰ অধীনত একক-লেনলৈ উন্নীত হৈছিল  )
১৪.গৌৰীসাগৰ  নিতাইপুখুৰী  লাওখো‌ৱা (গৌৰীসাগৰ  মৰাণ পথ )৫০.০০Sb-M-১৪ 
১৫.লংদিং বিমলাপুৰ১৩.০০Sb-M-১৫NEC ৬ষ্ঠ  পৰিকল্পনাৰ অধীনত ই এটা আন্ত  ৰাজ্যিক  পথ যিয়ে  অসম  আৰু নগালেণ্ড সংযোগ কৰিছে ।
১৬.শিমলুগুৰি নাগিনিমৰা১৪.০০Sb-M-১৬NEC ৫ম  পৰিকল্পনাৰ অধীনত ই এটা আন্ত  ৰাজ্যিক  পথ যিয়ে  অসম  আৰু অৰুণাচলক সংযোগ কৰিছে ।
১৭.ধোদৰ আলি  চৰাইদেউ১.২০Sb-M-১৭ৰাজ্যিক ঘাইপথ নং-১ৰ পৰা চৰাইদেউ মৈদানলৈ আহোম ৰজাসকলৰ স্মৃতিশৌধ থকা ঠাই সংযোগী পথ
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৩০৯.৫৯  
 শোনিতপুৰ
১.বৰচলা চিৰাজুলী  (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২) হাগ্ৰাজুলী মাজবাট৩২.০০Sn-M-১ 
২.ঘগ্ৰাকছাৰী হাগ্ৰাজুলি চপাই ৰৌমাৰী২০.০০Sn-M-২ 
৩.চিংগ্ৰী ঢেকীয়াজুলী ঘধৰাকছাআৰী ঢেকীয়াজুলি ৰেল‌ৱে ষ্টেছন২৫.০০Sn-M-৩গুপ্তেশ্বৰ মন্দিৰ থকা চিংগ্ৰী হৈছে অতি বিখ্যাত ধৰ্মীয় স্থান আৰু পৰ্যটন ক্ষেত্ৰ ।
৪.কেহেৰুখন্দা (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২) বেলশিৰি ৰেল‌ৱে আস্থান কালামাটিগেট২৪.০০Sn-M-৪ 
৫.বালিপাৰাৰপৰা পুৰণি মিছামাৰি২৩.০০Sn-M-৫ 
৬.ছাগলীহাট খেলমাটি বৰজুলী২০.০০Sn-M-৬ 
৭.থেলামৰা (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২) বান্দৰমাৰী বিন্দুকুৰী খনামুখ৪৫.০০Sn-M-৭ 
৮.লখৰা ( ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২) বগীজুলী১৮.০০Sn-M-৮ 
৯.ইটাখোলা – চিজুছা (অৰুণাচল প্ৰদেশ)১৯.০০Sn-M-৯ই অৰুণাচল প্ৰদেশৰ চিজুছাক ইটাখোলাৰ লগত সংযোগ কৰে ।
১০.মনাবাৰী বৰঙাবাৰী৩২.০০Sn-M-১০ 
১১.বালিজান গামেৰিঘাট১৩.০০Sn-M-১১ 
১২.বিশ্বনাথগুৰি বিশ্বনাথ চাৰিআলি১৯.০০Sn-M-১২ 
১৩.নাগশংকৰৰওৰা জামুগুৰি১৩.০০Sn-M-১৩ 
১৪.জামুগুৰিৰপৰা তেজপুৰলৈ২৯.০০Sn-M-১৪ 
১৫.তেজপুৰ-চাৰ্কিট হাউচ-তেজপুৰ- তেজপুৰ বিশ্ববিদ্যালয়১৩.৫০Sn-M-১৫ 
১৬.মিলনপুৰ বেচেৰিয়া মানসিক চিকিৎসালয়১৩.০০Sn-M-১৬ 
১৭.বালিজান জট্টে১৩.১০Sn-M-১৭NEC ৯ম  পৰিকল্পনা
১৮.বালিপাৰাৰপৰা ভালুকপুং৩০.০০Sn-M-১৮ 
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )৪০১.৬০  
 তিনিচুকীয়া
১.পানীতোলা দিনজান তিনিচুকীয়া২৬.৪০Tn-M-১সংযোগ কৰিছে  সেনাৰ কেন্দ্ৰস্থল দিনজানক পানীতোলা (ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭)ৰ লগত সংযোগ কৰিছে ।
২.মিৰিগাওঁ বৰগো‌ৱা চেপাখো‌ৱা১২.২০Tn-M-২আন্ত:ৰাজ্যিক সংযোগ কৰিছে অসমৰ শদিয়াক অৰুণাচলৰ পাছিঘাটৰ লগত ।
৩.ধলা হাঁহখাটি তেলেকোলা সোনপুৰা (লোহিত ভেলী পথ)৪৫.০০Tn-M-৩ 
৪.ডিগবৈ পেঙেৰী বৰডুমচা৩৪.৬৩Tn-M-৪আন্ত: ৰাজ্যিক  পথ যিয়ে অসমৰ ঔদ্যোগিক কেন্দ্ৰ ডিগবৈক ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৮ত  অৰুণাচল  প্ৰদেশৰ বৰদুমচাক লগত সংযোগ কৰিছে ।  মধ্যমীয়া লেনেৰে উন্নীত কৰাৰ পৰিকল্পনা হৈছে  MDRলৈ (  NEC   ১০ম পঞ্চবাৰ্ষিক পৰিকল্পনাত)
৫.বৰদুমচা কৈলাশপুৰ ডিৰাক গেইট (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২)২১.০০Tn-M-৫ 
৬.ইছলামপুৰ তিনিআলিপৰা শান্তিপুৰলৈ১২.০০Tn-M-৬ 
৭.মাৰ্ঘেৰিটা – চাংলাং৬.৪১Tn-M-৭আন্ত: ৰাজ্যিক  পথ যিয়ে সংযোগ কৰিছে অসমৰ উপবিভাগীয় সদৰ মাৰ্ঘেৰিটাক অৰুণাচলৰ জিলা সদৰ চাংলাঙৰ লগত ।মধ্যমীয়া লেনেৰে উন্নীত কৰাৰ পৰিকল্পনা হৈছে  MDRলৈ (  NEC  ৯ম পঞ্চবাৰ্ষিক পৰিকল্পনাত)
৮.মাৰ্ঘেৰিটা – দেওমালি১৩.৩০Tn-M-৮ অসম   আৰু  অৰুণাচলৰ মাজত আন্ত:ৰাজ্যিক সংযোগ । NEC ৫ম  পৰিকল্পনাৰ অধীনত ।  
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )১৭০.৯৪  
 উদালগুৰি
১.খৈৰাবাৰী আন্ধেৰীঘাট জয়ন্তীপুৰ শালমৰা১১.০০Ud-M-১ 
২.ছিপাঝাৰ বৰিচৌকা টংলা১১.০০Ud-M-২PMGSYৰ অধীনত  EE  গ্ৰাম্য  পথৰ মতে
৩.কলাইগাওঁ  বেংবাৰী       পথ  ( মেকেঞ্জী পথ )১৮.৮০Ud-M-৩ 
৪.উদালগুৰি  (কাহিবাৰী) ভৈৰ‌ৱকুন্দ১৬.৫০Ud-M-৪ 
৫.ধনশিৰিঘাট গৰৈমাৰী৬.৫০Ud-M-৫বৰ্তমানে ই এটা গ্ৰাম্য পথ যাক এমডিআৰলৈ উন্নীত কৰা হ'ব PMGSY কাম-কাজ সম্পূৰ্ণ হো‌ৱাৰ পাছত ।ইয়াক  উদালগুৰিৰ উপায়ুক্তৰ পৰামৰ্শমতে সামৰি লো‌ৱা হৈছে ।  
৬.গেলাবিল মেজবাট চিৰাজুলি১৩.০০Ud-M-৬ 
৭.ওৰাং মাজবাট ৰূপা৩১.৭৮Ud-M-৭বৰ্তমানে   NECৰ অধীনত     আৰু  BROক অধিক কামৰ বাবে দিয়া হৈছে
৮.ওৰাং ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ১৬.০০Ud-M-৮ৰাজী‌ৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানলৈ সংযোগী পথ
 জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত  )১২৪.৫৮  
MDR ৰ সৰ্বমুঠ দৈৰ্ঘ্য = ৪৪১৩.০২  কি.মি.  
Downloads
TitleSizeDetail
মুখ্য জিলা পথসমূহ(MDR)ৰ তালিকা391.13 KBswf-image