মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

ৰাজ্যিক অগ্ৰাধিকাৰ আঁচনিসমূহ, এচচিএছপি আৰু টিএছপি

  • বাৰ্ষিক আঁচনি- ৰাজ্যিক অগ্ৰাধিকাৰ আঁচনিসমূহ হ’ল পূৰ্বৰ আঁচনিভুক্ত আৱণ্টনৰ এক উপাংশ। পূৰ্বে, আঁচনিভুক্ত আৱণ্টনৰ এই ব্যৱস্থাৰ অধীনত, সচৰাচৰ, অন্যান্য বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্প, আৰআইডিএফ, এনএলচিপিআৰ, এনইচি, পিএমজিএছৱাই আদিৰ অধীনত গ্ৰহণ নকৰা অগ্ৰাধিকাৰমূলক কাৰ্য্যসমূহ ৰূপায়ন কৰা হৈছিল। সদ্যহতে, চলিত কাৰ্য্যসমূহক এই ৰাজ্যিক অগ্ৰাধিকাৰমূলক আঁচনি বা এচঅ’পিডিৰ অধীনত ৰূপায়ন কৰি থকা হৈছে।

    অনূসূচিত জাতি উপ আঁচনি হ’ল ৰাজ্যৰ অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়নকল্পে ৰূপায়ন কৰা এক আঁচনি। একেদৰে, জনজাতি উপ আঁচনিখন, ৰাজ্যৰ অনুসূচিত জনজাতিৰ লোকসকলৰ উন্নয়নৰ বাবে ৰূপায়ন কৰা এখন উপ আঁচনি।