মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

ৰাজ্যিক ঘাইপথ

নাগপুৰ আঁচনি অনুসৰি, ৰাজ্যিক ঘাইপথৰ সংজ্ঞা হ'ল:

"একোখন ৰাজ্যৰ বা সদৃশ ভৌগোলিক এলেকাৰ ভিতৰত ৰাজ্যিক ঘাইপথবোৰেই হ'ল বাণিজ্য ব্যৱস্থাৰ মূল ধমনীসদৃশ। ঠায়ে ঠায়ে, এইবোৰে অনেক ৰাষ্ট্ৰীয় ঘাইপথতকৈও অধিক ট্ৰেফিক বহন কৰে, কিন্তু সিয়ে এইবোৰৰ স্বীকৃতি বা কামৰ কোনো পৰিৱৰ্তন নকৰে।"

ভাৰতৰ পথ উন্নয়ন আঁচনি, ১৯৮১-২০০১, (লক্ষ্নৌ আঁচনি)ত ৰাজ্যিক ঘাইপথসমূহৰ বাবে নিম্নোক্ত নীতি আৰু উদ্দেশ্যসমূহ নিৰ্ধাৰণ কৰা হৈছে:

"ৰাজ্যিক ঘাইপথসমূহক জিলা সদৰসমূহ, মহকুমা সদৰঠাই, মুখ্য ঔদ্যোগিক কেন্দ্ৰসমূহ, বাণ্যকিকভাৱে গুৰুত্বপূৰ্ণ স্থান, পৰ্য্যটন কেন্দ্ৰ, মুখ্য কৃষি বাণিজ্য কেন্দ্ৰ আৰু বন্দৰ আদিৰ সতে যোগাযোগ উন্নত কৰাৰ বাবে প্ৰসাৰিত কৰা দৰকাৰ"।

তদুপৰি, লক্ষ্নৌ আঁচনিত এইটোও উল্লেখ কৰা হৈছে যে, ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথ ব্যৱস্থাই, ৫০০০ বা ততোধিক জনসংখ্যাৰ সকলো চহৰকে সংযোগ কৰা দৰকাৰ।

ভাৰতীয় পথ মহাসভাৰ, গ্ৰাম্য (নন-আৰবান) ঘাইপথৰ বাবে জ্যামিতিক ডিজাইন মানসম্পৰ্কীয় পত্ৰ, আইৰচি: ৭৩- ১৯৮০ ত নিম্নোক্ত সংজ্ঞা প্ৰদান কৰা হৈছে:

"ৰাজ্যিক ঘাইপথসমূহ হ'ল একোখন ৰাজ্যৰ জিলা সদৰসমূহ তথা গুৰুত্বপূৰ্ণ চহৰসমূহক সংযোগ কৰা তথা এইবোৰক কাষৰীয়া ৰাজ্য বা ৰাষ্ট্ৰীয় ঘাইপথৰ সতে সংযোজিত কৰা মুখ্য পথ। "

বিভাগৰ দ্বাৰা, ২০০৯ চনত সম্পন্ন কৰা এক কৌশলগত সম্ভাৱনীয়তাৰ অধ্যয়নৰ ভিত্তিত ৰাজ্যৰ ৰাজ্যিক ঘাইপথ তথা মুখ্য জিলা পথসমূহ নিৰ্ধাৰিত কৰা হয়। ৰাজ্যিক ঘাইপথসমূহৰ তালিকা তলত দিয়া হৈছে -

ৰাজ্যিক ঘাইপথৰ তালিকা

ক্ৰমাংকজিলাৰাজ্যিক ঘাইপথ (কি.মি.ত)
১.বাক্সা১৪৫.০০
২.বৰপেটা১৮৭.২৬
৩.বঙাইগাওঁ৪১.০০
৪.কাছাৰ১০৬.৫০
৫.চিৰাং_
৬.দৰং১০০.৫০
৭.ধেমাজী৪৪.৫০
৮.ধুবুৰী৫৫.৯৭
৯.ডিব্ৰুগড়১৭৫.১০
১০.গো‌ৱালপাৰা১৪১.৯৪
১১.গোলাঘাট১৫৯.৫৮
১২.হাইলাকান্দি১৭.০০
১৩.যোৰহাট১৬২.২৯
১৪.কামৰূপ৮৮.৭২
১৫.কাৰ্বি আংলং৩৩৭.১৮
১৬.কৰিমগঞ্জ৩৫.০০
১৭.কোকৰাঝাৰ৬১.৪৩
১৮.লক্ষিমপুৰ১২১.২৭
১৯.মৰিগাওঁ১৪৭.৩৫
২০.নগাওঁ৩০৯.৭০
২১.নলবাৰী৪১.৩০
২২.এন.চি. হিলচ্৩৭৯.৭৭
২৩.শি‌ৱসাগৰ১০০.০০
২৪.শোণিতপুৰ৫৫.০০
২৫.তিনিচুকীয়া৬৩.২০
২৬.উদালগুৰি৫৭.৮০
 মুঠ  =৩১৩৪.৩৬
সৰ্বমুঠ দৈৰ্ঘ্য (কি.মি.):৭৫৪৭.৩৯

ৰাজ্যিক ঘাইপথৰ তালিকা(ৰাজ্যিক ঘাইপথ)

ক্ৰমাংকপথৰ নামলৈকেদৈৰ্ঘ্য (কি.মি.)মুঠ
দৈৰ্ঘ্য (কি.মি.)
প্ৰস্তা‌ৱিত পথ
সংখ্যা
মন্তব্য
১.ধোদৰ আলিকমাৰবন্ধা৪২.০০২১০.১০ৰাজ্যিক ঘাইপথ নং-১জিলা সদৰ  গোলাঘাট    উপ-বিভাগীয়    HQ তিতাবৰ ,উপ-বিভাগীয়  HQ Nazira ,যিটো ONGCৰো এটা HQ,উপ-বিভাগীয়    HQ   সোনাৰী    আৰু   নামৰূপৰ সাৰ চৌহদক সংযোগ কৰিছে ।   এই   পথে ওচৰ চুবুৰীয়া ৰাজ্যলৈ বিভিন্ন আন্তৰাজ্যিক পথৰ বাবে প্ৰাৰম্ভিক অ‌ৱস্থিতি হিচাপে কাম কৰে । 
আমগুৰি৫২.০০
দিল্লিঘাট১০০.০০
জয়পুৰ১৬.১০
২.বঙাইগাওঁ  উত্তৰ - শালমৰা অভয়াপুৰী লাংলা জনীয়া বৰপেটা  মুকালমু‌ৱা কলিতাকুছী আমিনগাওঁ উত্তৰ - গু‌ৱাহাটীখুদ্ৰাখু‌ৱা৪১.০০১৬১.০০ৰাজ্যিক ঘাইপথ নং-২জিলা সদৰ  বঙাইগাওঁ    আৰু বৰপেটা   আৰু  ৰাজ্যিক ঘাইপথ নং-৯ ক  কলিতাকুছীত   হাজোলৈ যো‌ৱা ৰাষ্টাত  (যি হৈছে পৰিভ্ৰমণকাৰীৰ বাবে এখনি মুখ্য ঠাই আৰু এটি পৰ্যতন ক্ষেত্ৰ ) সংযোগ কৰিছে ।  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১লৈ যো‌ৱা ই হৈছে এটা বিকল্প পথ যিয়ে  বঙাইগাওঁ   আৰু  গু‌ৱাহাটীৰ মাজৰ দূৰত্ব প্ৰায় ৩০ কি.মি. কমাই দিয়ে ।
দৌলাশাল৫৯.০০
আদাবাৰী২৪.০০
উত্তৰ  গু‌ৱাহাটী৩৭.০০
৩.নাৰেংগী চন্দ্ৰপুৰ মৰিগাওঁ  নগাওঁ  নলতলীকাজলীচৌকি১৮.৮১১৪৭.১৮ৰাজ্যিক ঘাইপথ নং-৩গু‌ৱাহাটীৰ মুখ্য মহানগৰক মৰিগাওঁ জিলা সদৰ আৰু নগাওঁৰ মাজত  আৰু  ৰাষ্ট্ৰীয় ঘাইপথ নং- ৩৭-লৈ সংযুক্ত কৰিছে । জখলাবন্ধাত ৰাষ্ট্ৰীয় ঘাইপথ নং- ৩৭ত জখলাবন্ধা সংযোগী  আৰু ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ত শোণিতপুৰ জিলা সদৰ তেজপুৰলৈ সংযোগী পথ হিচাপে কাম কৰে।
বাৰপূজীয়া৬৭.৪০
নলতলী  on ৰাষ্ট্ৰীয় ঘাইপথ নং-
৩৭A
৬০.৯৭
৪.জাগীৰোড-ভকতগাওঁভকতগাওঁ৭.০০৭.০০ৰাজ্যিক ঘাইপথ নং-৩-Aএই অংশটো‌ৱে ঘাইপথৰ এটা অংশ হিচাপে কাম কৰি জিলা HQ মৰিগাওঁক ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ৰ লগ লগায়  আৰু SARDP-NEৰ অধীনত ইয়াত দুই-লেনলৈ বহল কৰি থকা হৈছে ।NH ৩৭ ক জাগীৰোডৰ সংযোগ কৰে আৰু ৰাজ্যিক ঘাইপথ নং-৩ ভকতগাওঁত সংযোগ কৰে।
৫.লোকপ্ৰিয় বৰদলৈ ( LPB )কলংপাৰ১০.০০১৯.২০ৰাজ্যিক ঘাইপথ নং-৩-Bচামতাত ৰা:ঘা-৩৭ত লগ লাগিছে আৰু ৰাজ্যিক ঘাইপথ-৩লৈ ৰাজামায়ঙত। ই দুখন জিলাত পৰিছে কামৰূপত ১১ কিমি আৰু মৰিগা‌ৱঁত ৮.২কিমি গতিকে ৰাজ্যিক ঘাইপথ 
ৰাজামায়ং৯.২০
৬.মঙলদৈ ভুটীয়াআং চামৰাংভূটান সীমান্তত অ‌ৱস্থিত  চামৰাং  ৬১.৫০৬১.৫০ৰাজ্যিক ঘাইপথ নং-৪ইয়ে আন্ত:ৰাষ্ট্ৰীয় সংযোগ দিছে ভূটান আৰু ভাৰতৰ বাবে  মঙলদৈত ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ত ।
৭.বিলাসীপাৰা ফকিৰাগ্ৰাম শ্বৰফাংগুৰিফুটকিবাৰী১৪.৪৩৩৭.৮৬ৰাজ্যিক ঘাইপথ নং-৫বিলাসীপাৰা  উপবিভাগীয় HQক লগ লগায়   ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ ত  ফকিৰাগ্ৰাম ৰেল জংছনলৈ যো‌ৱা   আৰু সেৰফাংগুৰিক লগ লগায় ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ত চি. অংশত। ফুটকিবাৰীৰপৰা বিলাসীপাৰালৈ (১৭.৬০কি.মি.) NESRPৰ অধীনত লো‌ৱা হৈছে ।
৮.চিমলাগুৰি (ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১) - বাসবাৰী (মানস ৰাষ্ট্ৰীয় অভয়াৰণ্য ) শলবাৰী জলাহ মছলপুৰ কুমৰীকাৰা তামোলপুৰবাক্সা জিলা সীমান্ত১০.০০৯৩.০০ৰাজ্যিক ঘাইপথ নং-৬চিমলাগুৰীক ৰাষ্ট্ৰীয় ঘাইপথ ৩১ আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক বাসবাৰী আৰু জলাহত সংযোগ কৰাৰ উপৰিও  উপবিভাগীয় মুখ্য কেন্দ্ৰ শলবাৰী আৰু বাক্সা জিলাৰ তামুলপুৰক জিলা মুখ্য কেন্দ্ৰ মুচলপুৰৰ লগত সংযোগ কৰে ।
শালবাৰী২০.০০
জিলা  সীমান্ত৪৩.০০
জলাহ২০.০০
৯.বৰপেটা  হাউলীহাউলী১১.৫০১১.৫০ৰাজ্যিক ঘাইপথ নং-৭জিলা ঘাই কেন্দ্ৰ বৰপেটাক  ৰাষ্ট্ৰীয় ঘাইপথ নং- ৩১ৰ লগত হাউলীত সংযোগ কৰায় । এই সংযোগটো বৰ্তমানে বহল কৰি থকা হৈছে MORTH ৰ দ্বাৰা আৰ্থিক সাহাৰ্য প্ৰাপ্ত SARDP-NE আঁচনিৰ দ্বাৰা ।
১০.ভ‌ৱানিপুৰ বৰপেটাবৰপেটা১৮.০৬১৮.০৬ৰাজ্যিক ঘাইপথ নং-৮গুৰুত্বপূৰ্ণ চহৰ ভ‌ৱানিপুৰত জিলা কেন্দ্ৰ বৰপেটাক ৰাষ্ট্ৰীয় ঘাইপথ নং- ৩১লৈ সংযোগ কৰিছে ।
১১.কলিতাকুছী নলবাৰী  সৰ্থেবাৰী নগাওঁবিজুলীঘাট৬.০০৩৫.৪০ৰাজ্যিক ঘাইপথ নং-৯ই ৰাজ্যখনৰ অন্যতম এটি গুৰুত্বপূৰ্ণ ট্ৰাংক পথ যিয়ে ৰাজ্যৰ ৰাজধানী গু‌ৱাহাটী(আমিনগাওঁ)ক জিলা কেন্দ্ৰ নলাবাৰী আৰু এটি ঔদ্যোগিক কেন্দ্ৰ সৰ্থেবাৰী তথা নগাওঁ জিলাৰ শেষ সীমাৰ লগত ৰাজ্যিক ঘাইপথ নং-২ ত সংযোগ কৰাইছে ।
অমৃখো‌ৱা৯.৩০
নগাওঁ২০.১০
১২.ড০ জিনাৰাম পথ  (পাঠশালা  বাৰশ্বিমলা সৰ্থেবাৰী )পাথশালা২৫.৬০২৫.৬০ৰাজ্যিক ঘাইপথ নং-৯-Aঔদ্যোগিক কেন্দ্ৰ  সৰ্থেবাৰীক  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ লৈ পাঠশালাত সংযোগ কৰিছে ।
১৩.বৰমা ধমধমা তামোলপুৰ  বৰঙাবাৰী আথাৰিঘাট পানেৰী বেংবাৰী উদালগুৰি  কাহিবাৰী ৰৌতাজিলা সীমান্ত৬.০০১০৩.৮০ৰাজ্যিক ঘাইপথ নং-১০এইটো হৈছে এটা আৰ্টেৰিয়েল পথ বা আন্তজিলা পথ যিয়ে পাঁচখন জিলাক সংলগ্ন কৰিছে – সেয়া হ'ল বাক্সা, নলবাৰী, কামৰূপ, উদালগুৰি আৰু দৰং। ই বৰমাৰপৰা ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ত  আৰম্ভ হৈছে । জিলা কেন্দ্ৰ উদালগুৰিক  ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ত ৰৌতাত সংযোগ কৰিছে । উদালগুৰিৰপৰা ৰৌতালৈকে এই অংশটো (১০ কিমি) দুই-লেনকৰি বহল কৰা হৈছে SARDP-NE আঁচনিৰ অধীনত ।
ধমধমা৮.০০
দেওচুং৩২.০০
ৰৌতা৫৭.৮০
১৪.বৰমা মাচলপুৰমাচলপুৰ২৫.০০২৫.০০ৰাজ্যিক ঘাইপথ নং-১০-ASARDP-NE আঁচনিৰ অধীনত দুই-লেনলৈ সম্প্ৰসাৰিত কৰা হৈছে ।
১৫.মঙলদৈ পাথাৰিঘাট খৈৰাবাৰী বৰঙাজুলিখৈৰাবাৰী২৭.০০৪৯.০০ৰাজ্যিক ঘাইপথ নং-১১ই হৈছে ৰাজ্যিক ঘাইপথ-৮লৈ এটা বিকল্প পথ  যিয়ে ওচৰচুবুৰীয়া ৰাষ্ট্ৰ ভূটানক ভাৰতৰ লগত মঙলদৈত সংযোগ কৰাৰ উপৰিও  ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ ক পাথাৰিঘাটৰ সৈতে লগ লগাইছে । পাথৰিঘাট এখন ইতিহাস প্ৰসিদ্ধ ঠাই য'ত ১৮৫৭চনৰ স্বাধীনতাৰ প্ৰথম যুদ্ধৰ স্মৃতি জড়িত হৈ আছে ।
বৰঙাজুলি২২.০০
১৬.আজিয়া মেধিপাৰা লক্ষীপুৰলক্ষীপুৰ৩২.০০৩২.০০ৰাজ্যিক ঘাইপথ নং-১২ই হৈছে আন্তৰাজ্যিক পথৰ এটা অংশ যিয়ে আজিয়াক ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ৰ লগত আৰু  মেঘালয় সীমান্তৰ মেধিপাৰা অতিক্ৰমি মেঘালয়ৰ  জিলা কেন্দ্ৰ তুৰাক সংযোগ কৰে ।  NEC ৰ পঞ্চম পৰিকল্পনাৰ অধীনত ইয়াত ১ লেনেৰে উন্নীত কৰা হৈছে ।
১৭.গো‌ৱালপাৰা  শ'লমাৰী  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ত শ'লমাৰী৭.২৪৭.২৪ৰাজ্যিক ঘাইপথ নং-১২-Aৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ক জিলা কেন্দ্ৰ গো‌ৱালপাৰাৰ লগত সংযোগ কৰিছে শ'লমাৰীত ।
১৮.উদালগুৰি  খাৰুপেটীয়াজিলা সীমান্ত২০.০০৩২.০০ৰাজ্যিক ঘাইপথ নং-১৩উদালগুৰি  জিলা কেন্দ্ৰক  ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ ৰে সংলগ্ন কৰিছৈ তাংনিত ।
১৯.বহলপুৰ কোকৰাঝাৰ কাৰিগাওঁচৰাইখোলা৮.০০৪৬.০০ৰাজ্যিক ঘাইপথ নং-১৪জিলা কেন্দ্ৰ  কোকৰাঝাৰক সংযোগ কৰিছে   ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ –Cৰে সৈতে কাৰিগা‌ৱঁত উত্তৰপাৰে   আৰু বহলপুৰক সংলগ্ন কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ত দক্ষিণ পাৰে ।  কোকৰাঝাৰৰপৰা কাৰিগাওঁলৈ অংশটো দুই লেনলৈ সম্পৰ্ৰসাৰিত কৰা হৈছে  SARDP-NE আঁচনিৰ অধীনত যিটোৰ অনুদান MORTHৰপৰা পো‌ৱা হয় ।
কাৰিগাওঁ৩৮.০০
২০.ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ বৰদো‌ৱাত কাহিবাৰী মৰিগাওঁ  জিলা সীমান্ত১.০০২৯.৭৫ৰাজ্যিক ঘাইপথ নং-১৫অসমৰ বিখ্যাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱৰ জন্মস্থান বৰদো‌ৱাক  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ৰ লগত সংযোগ কৰিছে ।  ইয়ে নামনি অসমৰ পৰা অহা পৰ্যটনকাৰীক নগাওঁ চহৰলৈ নুসোমো‌ৱাকৈ বৰদো‌ৱালৈ যাব পৰাৰ সুবিধা কৰি দিছে ।
নগাওঁ  জিলা সীমান্ত১৭.৭৫
বৰদো‌ৱা১১.০০
২১.আমচৈগেট খেৰণি দয়াংমুখ দেহাংগিবৰগাওঁ১৮.০০১৬৮.৬৪ৰাজ্যিক ঘাইপথ নং-১৬নগাওঁ , কাৰ্বি আ:লং, আৰু এন চি হিলচ এই আটাইকেইখন জিলাক সংযোগ কৰা ই এটা আন্ত:জিলা পথ । ইয়ে গুৰুত্বপূৰ্ণ ঠাই যেনে কাৰ্বি আংলঙৰ খেৰণিৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ দেহাংগিক নগাওঁ জিলাৰ আমচৈ গেটত সংযোগ কৰিছে ।  
দয়াংমুখ৮৬.৬৪
দেহাংগি৬৪.০০
২২.আমলখি কঠিয়াতলী কামপুৰ চাপৰমুখ ৰহাআমলখী৮২.০০৮২.০০ৰাজ্যিক ঘাইপথ নং-১৭নগাওঁ জিলাৰ গুৰুত্বপূৰ্ণ ঠাই যেনে  আমলখি  , কথিয়াতলী, কামপুৰ  ,  চাপৰমুখ আদিক   আমলখীৰপৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ত  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬ ৰে কঠিয়াতলীত পাৰ হৈ  আৰু  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ৰেৰে ৰহাত শেষ হৈ সংযোগ কৰিছে ।
২৩.নগাওঁ  - কামপুৰ বৈঠালাংচু খান্দুলিবৈঠালাংচু৪৯.৭৭১০৯.৩৭ৰাজ্যিক ঘাইপথ নং-১৮কামপুৰৰ এটা অংশক বৈঠাললাংচুৰে সংযোগ কৰা এই পথটো NEC  ৯ম পৰিকল্পনাৰ অধীনত  বৈঠালাংচুৰপৰা খান্দুলীলৈ NEC ৬ষ্ঠ  পৰিকল্পনাৰ অধীনত উন্নিত কৰা হৈছে ।
খান্দুলি৫৯.৬০
২৪.হামৰেণ তুম্প্ৰেং নীলবাগান মোৰাঝাৰ হাওৰাঘাট কাৰ্ককটাম্প্ৰেং১৬.০০৬৩.৬৬ৰাজ্যিক ঘাইপথ নং-১৯উপবিভাগীয় কেন্দ্ৰ   হামৰেণক ডনকামোকামৰ সৈতে ৰাজ্যিক ঘাইপথ নং-১৬ ত সংযোগ কৰিছে,  উপবিভাগীয় কেন্দ্ৰ   হোজাইক  নীলবাগানৰে সৈতে ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪(সংযোজন )ত সংযোগ কৰাইছে  আৰু কাৰ্কক  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬ত সংযোগ কৰাইছে ।
হাওৰাঘাট৪০.৮৬
কাৰ্কক৬.৮০
২৫.হাফলং  তিনিআলি গৰমপানী উমৰাংচু দেহাংগি  হাফলং জাতিংগা (ৰাষ্ট্ৰীয় ঘাইপথ নং- ৫৪ সংযোজন )জাতিংগা (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ সংযোজন )১৮৫.৭৭১৮৫.৭৭ৰাজ্যিক ঘাইপথ নং-২০ঔদ্যোগিক কেন্দ্ৰ ওমৰাংচু(নিপকোৰ হাইডেল প্ৰকল্পস্থলী আৰু চিমেন্ট কাৰখানা স্থলী)ক আৰু  জিলা কেন্দ্ৰ হাফলং আৰু বিশ্ব পৰ্যতন ক্ষেত্ৰ জাতিংগাক  ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪-E ৰে সংযোগ কৰিছে । জাতিংগাৰপৰা হাফলঙলৈ এটা ৮কিমিৰ অংশ ২-লেনলৈ SARDP-NEৰ অধীনত সম্প্ৰসাৰিত কৰা হৈছে  আৰু   হাফলং তিনিআলিৰপৰা  গৰমপানীলৈকে অংশটো NEC ১০ম পৰিকল্পনাৰে উন্নিত কৰা হৈছে  ।
২৬.নতুন সংবাৰ সংবাৰ তুৰুক দিতাকচেৰাদিতাকচেৰা (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ সংযোজন )৭০.০০৭০.০০ৰাজ্যিক ঘাইপথ নং-২০-Aএই পথে জিলা সদৰ শিলচৰৰপৰা গু‌ৱাহাটীলৈ দূৰত্ব প্ৰায় ৫৮কিমি পৰ্যন্ত কমাই সংযোগ কৰিছে । চাইলচৰ-বদৰপূৰ-জো‌ৱাই-চিলং ৰাষ্টাৰে গ'লে ৫৮কিমি বেছি লাগিলেহেতেন( দ্য আসাম ট্ৰিবিউন কাকতৰ ১/৮/০৭ তাৰিখত প্ৰকাশিত বৰাক ভেলী বহুমুখী উন্নয়ণ কাউন্সিলৰ প্ৰতিবেদন মতে ) । দিতাকচেৰাৰপৰা শিলচৰলৈ প্ৰায় ৮০কিমি পথ ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪Eৰ এটা অংশ ।
২৭.উত্তৰ  লক্ষিমপুৰ  কমলাবাৰীলোহিতমুখ৩১.০০৪২.০০ৰাজ্যিক ঘাইপথ নং-২১উত্তৰ লক্ষিমপুৰৰ জিলা সদৰক ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ত বিশ্ব ঐতিহ্যস্থল তথা সত্ৰ সংস্কৃতিৰ বাবে বিশ্ব-প্ৰসিদ্ধ মাজুলীৰ সতে সংযোগ কৰায়।
কমলাবাৰী ঘাট১১.০০
২৮.গোগামুখ ঘিলামৰা বুটিকুৰ তেলীজানজিলা  সীমান্ত১৩.০০৫৬.৯০ৰাজ্যিক ঘাইপথ নং-২২গুৰুত্বপূৰ্ণ স্থান যেনে  গোগামুখক ঘিলামৰা আৰু  তেলীজানৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ৰে সংযোগ কৰায় য'ৰপৰা জিলা সদৰ ধেমাজীলৈ যাব পাৰি । . এই  পথটো বানপানীৰ সময়ত বিপজ্জনক হৈ পৰা চোমাৰাজান এলেকাটোৰপৰা ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ লৈ যো‌ৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিকল্প পথ ।
২৯.লাহো‌ৱাল বৰডুবি তিনিচুকীয়াদেওহাল তিনিআলি৩৪.০০৪৭.২০ৰাজ্যিক ঘাইপথ নং-২৩ঔদ্যোগিক ঠাই যেনে টেঙাখাট, দুলীয়াজানক ৰাষ্ট্ৰীয় ঘাইপথ নং-   ৩৭  ৰে সংযোগ কৰে , তাৰোপৰি গু‌ৱাহাটীৰ পাছতে অসমৰ দ্বিতীয় ব্য‌ৱসায়িক কেন্দ্ৰ তথা জিলা সদৰ তিনচুকীয়াকৈ যো‌ৱাৰ সুবিধা দিয়ে ।  
তিনিচুকীয়া১৩.২০
৩০.দেওহাল তিনিআলি ডুলিয়াজান ডিগবৈ (এ.অ'.চি.পথ )ভাদৈ পাঁচালি২১.০০২৮.০০ৰাজ্যিক ঘাইপথ নং-২৪অইল ইন্ডিয়াৰ কেন্দ্ৰ  ডুলিয়াজান আৰু IOCৰ  HQ  ডিগবৈক  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৮ত সংযোগ কৰে ।
ডিগবৈ৭.০০
৩১.জাগুন -খাৰচাং - মিলাওখাৰচাং৮.০০৮.০০ৰাজ্যিক ঘাইপথ নং-২৫আন্ত:ৰাজ্যিক পথ যি  NEC   ৭ম পৰিকল্পনাত উন্নিত কৰা হয় , ই  জাগুনক ৰাষ্ট্ৰীয় ঘাইপথ নং-১৫৩ত  অৰুণাচল প্ৰদেশৰ জিলা সদৰ  মিলাওৰ সতে সংযোগ কৰিছে । মুঠ ৩৫ কিমি দৈৰ্ঘ্য ।
৩২.টিংৰাই -তিনিআলি মাধ‌ৱপুৰ নাহৰকটীয়া জয়পুৰ  শুকানজুৰি গেইট (জয়পুৰ  আলি )অসম - অৰুণাচল প্ৰদেশ সীমান্তত থকা শুকানজুৰি গেইট  ৪৭.০০৪৭.০০ৰাজ্যিক ঘাইপথ নং-২৬আন্তৰাজ্যিক সংযোগ দিছে ঔদ্যোগিক চহৰ  নাহৰকটীয়া আৰু অৰুণাচল প্ৰদেশৰ উপবিভাগীয় কেন্দ্ৰ খুনচাৰ সতে ।
৩৩.মৰান নাহৰকটীয়ানাহৰকটীয়া৫৭.০০৫৭.০০ৰাজ্যিক ঘাইপথ নং-২৭ঔদ্যোগিক চহৰ নাহৰকটীয়া  আৰু  মৰানক সংযোগ কৰিছে
৩৪.গৌৰিপুৰ ধুবুৰীধুবুৰী৮.৫৪৮.৫৪ৰাজ্যিক ঘাইপথ নং-২৮এই  পথে  জিলা সদৰ ধুবুৰীক  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ৰে সংযোগ কৰিছে গৌৰিপুৰত আৰু ইয়াক ২ লেনলৈ উন্নিত কৰা হৈছে SARDP-NE আঁচনিৰ দ্বাৰা যি MORTHৰপৰা অনুদানপ্ৰাপ্ত ।
৩৫.যোৰহাট  মৰিয়নি মোককচাংঅসম - নগালেণ্ড
সীমান্তত থকা  নাগাজংকা
২২.৬৭২২.৬৭ৰাজ্যিক ঘাইপথ নং-৩১আন্ত:ৰাজ্যীয় সংযোগ কৰিছে জিলা অসমৰ সদৰ যোৰহাট আৰু নগালেণ্ডৰ মোককচাঙৰ লগত -  NEC ৭ম পৰিকল্পনাত উন্নিত কৰা হৈছে
৩৬.যোৰহাট  তিতাবৰ  গৰঙাবৰহোলা৩৭.৬২৪৯.৯৬ৰাজ্যিক ঘাইপথ নং-৩২জিলা সদৰ যোৰহাটৰ লগতে   উপবিভাগীয় সদৰ তিতাবৰক কমাৰবন্ধাৰ লগত সংযোগ কৰিছে।
গৰঙা১২.৩৪
৩৭.যোৰহাট  কমাৰবন্ধা  নগাবাট (কে.বি. পথ )তেলীয়াপট্টী২২.০০৬২.১৩ৰাজ্যিক ঘাইপথ নং-৩৩যোৰহাটক  কমাৰবন্ধাৰ সতে  ৰাজ্যিক ঘাইপথ নং-১ ত আৰু নাগালেণ্ড সীমান্তক নাগবাটত সংযোগ কৰিছে ।
বৰহোলা২৩.১৩
নগাবাট১৭.০০
৩৮.দেৰগাওঁ গোলাঘাট  মেৰাপানী  অসম - নাগালেণ্ড সীমান্তত  মেৰাপানীত৫১.৮০৫১.৮০ৰাজ্যিক ঘাইপথ নং-৩৪আন্তৰাজ্যিক অসমৰ  জিলা    HQ গোলাঘাটক নগালেণ্ডৰ জিলা সদৰ  ওখাৰ লগত সংযোগ কৰি আন্তৰাজি্যকি পৰি‌ৱহনৰ সুবিধা দিছে ।   দেৰগাওঁৰপৰা   গোলাঘাটলৈ অংশটো    (পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ )  NEC ১০ম পৰিকল্পনাৰ অধীনত উন্নিত কৰা হৈছে আৰু গোলাঘাটৰপৰা  মেৰাপানীলৈকে অংশটো NEC ৬ষ্ঠ  পৰিকল্পনাৰে উন্নিত কৰা হৈছে ।
৩৯.কহঁৰা চৌকিহোলা ৰঙাজান গোলাঘাটচাংলাং ঘাট৮৮.৮৪৯৭.১৫ৰাজ্যিক ঘাইপথ নং-৩৫জিলা HQ গোলাঘাট , ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৯ , চিলনীজান  আৰু কহঁৰা  (কাজিৰঙা)ক  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ত সংওগ কৰিছে । .  ৰঙাজানৰপৰা গোলাঘাট  (৮.০কি.মি.)লৈকে  অংশটো SARDP- NE . (MORTH)ৰ অধীনত উন্নিত কৰা হৈছে ।
গোলাঘাট৮.৩১
৪০.লামডিং ডিফু ডিমাপুৰজিলা  সীমান্ত৩.০০৭৩.১০ৰাজ্যিক ঘাইপথ নং-৩৬ৰেল‌ৱে জংছন  লামডিং  আৰু  জিলা সদৰ  ডিফুক নাগালেণ্ডৰ জিলা সদৰ ডিমাপুৰেৰে সংযোগ কৰি আন্ত:ৰাজ্যিক পৰি‌ৱবহনৰ ব‌্য‌ৱস্থা কৰিছে ।
ডিমাপুৰ৭০.১০
৪১.ডিফু মাঞ্জাৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬ত থকা মাঞ্জা  ১৪.০০১৪.০০ৰাজ্যিক ঘাইপথ নং-৩৬- Aজিলা সদৰ  ডিফু  আৰু মাঞ্জাক ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬ত সংযোগ কৰিছে ।  NHDPৰ অধীনৰ SARDP-NE  আঁচনিত এই প্ৰকল্প উন্নিত কৰা হৈছে । 
৪২.উদৰবন্ড কুম্ভীৰগ্ৰাম আইনাচেৰা পাংগামূল মহুৰআইনাচেৰা৩০.০০৯০.০০ৰাজ্যিক ঘাইপথ নং-৩৭কাছাৰ  জিলাৰ  গুৰুত্বপূৰ্ণ ঠাই উদৰবন্ড কুম্ভীৰগ্ৰাম(এয়াৰপোৰ্ট) আইনাচেৰা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মহুৰৰ লগত সংযোগ কৰি আন্ত:জিলা পথ হিচাপে কাম কৰিছে ।
৪৩.কালাইন উজানগ্ৰাম শিলচৰশিলচৰ২৮.৫০২৮.৫০ৰাজ্যিক ঘাইপথ নং-৩৮ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৩ত সংযোগ কৰিছে কালাইনক   শিলচৰক সংযোগ কৰিছে  ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ত যাৰ ফলত  কালাইন  আৰু  শিলচৰৰ মাজৰ দূৰত্ব প্ৰায় ১৫ কিমি হ্ৰাস পাইছে। বানপানীৰ সময়ত এই পথটো‌ৱে ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৩লৈ এটা নিৰ্ভৰযোগ্য বাইপাছ হিচাপে কাম কৰিছে ।   
NEC ৭ম পৰিকল্পনাৰ অন্তৰ্গত এই পথটোক বহল কৰা হৈছে ।
৪৪.শিলচৰ দ্বাৰবন্ধ বান্দুকমৰা সমাৰিকোনা হাইলাকান্দি  সৰসপুৰ ভৈৰ‌ৱনগৰ বেলালা পাওমাৰাদ্বাৰবন্দ৩২.০০৮৪.০০ৰাজ্যিক ঘাইপথ নং-৩৯ইয়ে তিনিখন জিলাৰ সদৰক সংযোগ কৰিছে:   শিলচৰ , হাইলাকান্দি , কৰিমগঞ্জ  ( পো‌ৱামৰা )
সৰসপুৰ১৭.০০
পাওমাৰা৩৫.০০
৪৫.ভগাবজাৰ ( ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪) কুলিচেৰা কালাহো‌ৱাৰ চেৰখানঅসমৰ শ্বেৰখানন  -মিজোৰাম সীমান্ত১৬.০০১৬.০০ৰাজ্যিক ঘাইপথ নং-৪০মিজোৰাম(আইজল)ৰ লগত আন্ত:ৰাজ্যিক সংযোগ ঘটাইছে  অসমৰ । ইন্টাৰমেডিয়েট লেনলৈ উন্নিত কৰা হৈছে  NEC ৭ম পৰিকল্পনা অনসৰি।
৪৬.শিঙিমাৰী বংচৰ হাজোহাজো১৬.৯১১৬.৯১ৰাজ্যিক ঘাইপথ নং-৪১ই  সংযোগ কৰিছে  গুৰুত্বপূৰ্ণ ঠাই যেনে শু‌ৱালকুছি , যি পাট-মুগা বস্ত্ৰ শিল্পৰ বাবে বিশ্ববিখ্যাত আৰু হাজোক – যি হিন্দুৰ উপাসনা ক্ষেত্ৰ আৰু বুদ্ধসকলৰ উপাসনা ক্ষেত্ৰ হিচাপে চিহ্নিত ।
৪৭.ঘিলামৰা ঢকু‌ৱাখানা মাছখো‌ৱা বুটিকুৰমাছখো‌ৱা৩২.৫০৫২.৮৭ৰাজ্যিক ঘাইপথ নং-৪২এই পথে  উপ- বিভাগীয় সদৰ ঠকু‌ৱাখানা, মাছখো‌ৱা আৰু  বুটিকুৰক জিলা সদৰ ধুবুৰীৰ লগত সংযুক্ত কৰিছে ।  
বুটিকুৰ২০.৩৭
৪৮.লালুক ( ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ ) বিহপুৰীয়া নাৰায়নপুৰ ( ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ )ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ত থকা নাৰায়নপুৰ২৫.০০২৫.০০ৰাজ্যিক ঘাইপথ নং-৪৩ই হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ লৈ এটা বিকল্প পথ যিয়ে গুৰুত্বপূৰ্ণ ঠাই যেনে – নাৰায়নপুৰ, বিহপুৰীয়া আৰু লালুকক ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ৰে সংযুক্ত কৰিছে ।
৪৯.বোকাজান ওৰিয়ামঘাট - তিনিআলি ওখাজিলা  সীমান্ত২.০০২৪.০০ৰাজ্যিক ঘাইপথ নং-৪৪ঔদ্যোগিক চহৰ বোকাজানক নগালেণ্ডৰ ওখা জিলাৰ লগত NH-39 ৰে সংযোগ কৰিছে ।
ওৰিয়ামঘাট - তিনিআলি২২.০০
৫০.চৈবাৰী ইটাখোলা বৰপাম পাভৈ বৰগং (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২)ৰাষ্ট্ৰীয় ঘাইপথ নং- ৫২ত থকা বৰগং৫৫.০০৫৫.০০ৰাজ্যিক ঘাইপথ নং-৪৫গুৰুত্বপূৰ্ণ ঠাই বৰপাম আৰু পাভিঅ'ক ৰাষ্ট্ৰীয় ঘাইপথ নং ৫২লৈ সংযুক্ত কৰিছে ।
৫১.দুধনৈ মটীয়া মৰনৈ গো‌ৱালপাৰা  পঞ্চৰত্ন খৰমুজা তলতোলা লক্ষীপুৰ  খালিচাভিটা এয়াৰকাটা
ফুলবাৰী
খালিচাভিটা১০২.৭০১২৭.৭০ৰাজ্যিক ঘাইপথ নং-৪৬গো‌ৱালপাৰা আৰু ধুবুৰীৰৰ মাজত মুখ্য আন্ত:জিলা পথ, খালিচভিটা আৰু ফুলবাৰী হৈছে মুখ্য বজাৰ এলেকা যি জিলা সদৰ গো‌ৱালপাৰালৈ এই ৰাজ্যিক ঘাইপথেৰে সংযুক্ত হৈছে । ইয়ে এক গুৰুত্বপূৰ্ণ শইক্ষানুষ্ঠান মটিয়া সৈনিক স্কুলকো সংযোগ কৰিছে । 
ফুলবাৰী২৫.০০
৫২.বাচনাঘাট ভূৰাগাওঁ লাহৰিঘাট মৈৰাবাৰী ধিং বৰদো‌ৱা নগাওঁমৈৰাবাৰী৪৬.০০৮২.৩০ৰাজ্যিক ঘাইপথ নং-৪৭মৰিগাওঁ   আৰু নগাওঁৰ জিলা গুৰুত্বপূৰ্ণ স্থান যেনে    বাচনাঘাট ,     ভূৰাগাওঁ ,   লাহৰীঘাট , মৈৰাবাৰী , ধিং , বৰদো‌ৱা আৰু নগাওঁ এই আটাইকেওখনকে সংযোগ কৰে । এইটো হৈছে মৰিগাওঁ আৰু নগাওঁ দুয়োখন জিলাৰ অতিকে বেছি যান-জঁট হো‌ৱা পথ ।
নগাওঁ৩৬.৩০
৫৩.ডিবংঘাট  চেপাখো‌ৱা তেজুডিবংঘাট  চেপাখো‌ৱা তেজু৩৫.০০৩৫.০০ৰাজ্যিক ঘাইপথ নং-৪৮সদিয়া চিভিল উপবিভাগৰ শদিয়াক অৰুণাচলৰ ৰয়িংলৈ সংযোগ কৰা আন্তৰাজ্যিক   পথ
 মুঠ :৩১৩৪.৩৬ কি.মি.  
Downloads
TitleSizeDetail
State Highways in Assam367.38 KBswf-image