মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

বাটৰ কাষৰ চাইনবৰ্ড লগোৱাৰ অনুমতিৰ বাবে আবেদন

  • পৌৰনিগম এলেকাৰ বাহিৰৰ অঞ্চলত, গড়কাপ্তানি বিভাগৰ পথৰ কাষে কাষে লগাবলগীয়া চাইনবৰ্ডৰ বাবে আপত্তিহীনতাৰ প্ৰমাণপত্ৰ পাবলৈ, এজন ব্যক্তিয়ে চাইনবৰ্ড লগাবলগীয়া স্থানৰ সংশ্লিষ্ট গড়কাপ্তানি সংমণ্ডলৰ কাৰ্য্যকৰী অভিযন্তাক আবেদন জনাব লাগিব।

    সংশ্লিষ্ট সংমণ্ডলৰ, কাৰ্যকৰী অভিযন্তাই আবেদন পুনৰীক্ষণৰ পাছত, ভাৰতীয় পথ মহাসভাৰ নিম্নোক্ত নিৰ্দেশাৱলী অনুসাৰে যথাযথ আপত্তিহীনতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব।

    কাৰ্য্যালয়ৰ তালিকা: ইয়াত ক্লিক কৰক