মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

চিআৰএফ

  • কেন্দ্ৰীয় পথ নিধি

    ভাৰতীয় সংসদৰ দ্বাৰা, নিৰ্দিষ্ট বিধি অনুযায়ী (কেন্দ্ৰীয় পথ নিধি আইন, ২০০০), দেশৰ ৰাজ্যিক ঘাইপথ, মুখ্য জিলা পথ আদিৰ উন্নয়নত পুঁজিৰ যোগান ধৰিবৰ বাবে কেন্দ্ৰীয় পথ নিধিৰ সূচনা কৰা হয়। গ্ৰাম্য পথসমূহৰ বাহিৰে, আন্তঃৰাজ্যিক সংযোগ পথ তথা অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ পথকে ধৰি ৰাজ্যৰ অন্যান্য সকলো পথৰ নিৰ্মাণ তথা উন্নয়নসম্পৰ্কীয় প্ৰকল্পৰ বাবে এই নিধিৰ ধনৰ ব্যৱহাৰ কৰা হয় আৰু এই পথসমূহক নিধিৰ নিয়মানুসৰি চিনাক্ত কৰা হয়। সাধাৰণতে, নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণাৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰাৰ সম্ভাৱনীয়তা থকা পথক এইক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হয়।

    চি আৰ এফৰ অধীনত ২০১৭-১৮ৰ ভিতৰত হো‌ৱা কামৰ তালিকা

    ক্ৰমিক নং-.জিলাৰ নামবিভাগআঁচনিৰ বা প্ৰকল্পৰ নামপথৰ দৈৰ্ঘ্য  (কি.মি.ত)দলঙৰ সংখ্যাঅনুমোদিত পৰিমাণ (কোটি টকাত)
    ১.ধুবুৰীধুবুৰী  গ্ৰাম্য  পথ  বিভাগগাঁঠনি আৰু উন্নয়ণ:-  (ক) পুৰণা ৰাষ্ট্ৰীয় ঘাইপথ (গোলোকগঞ্জ বজাৰ)ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ (গোলোকগঞ্জ চাৰিআলি ) (GK পথ )(Ch.০.০০মি.ৰপৰা ch.৪১০০.০০মি.লৈ) আৰু (খ)জিংকাটা খেৰবাৰী পথ  (Ch.০.০০ মি. ৰপৰা ch.৪৫০০.০০ মি. ) RCC দলং নং-.৪/৩ সামৰি ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত  CRFৰ অন্তৰ্গত পূঁজিৰে ৮.৬০শূন্য২০.১৪০
    ২.ডিব্ৰুগড়ডিব্ৰুগড় গ্ৰাম্য  পথ  বিভাগডিব্ৰুগড় RR বিভাগৰ অধীনত ,ডিব্ৰুগড় উপবিভাগৰ মৰান গ্ৰাম্য  পথত ৰাজগড় আৰু টিংখং চহৰত মূল অংশৰ শ্ৰীবৃদ্ধিকৰণৰ সামৰি      সাপেখাইতী পিঠাগুটি পথ হৈ ৰাজগড় জোকতলীৰ উন্নীতকৰণ ( ডিব্ৰুগড় ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত  CRFৰ অন্তৰ্গত পূঁজিৰে  )১২.৪৫শূন্য২১.৫০০

    ২০১৬-১৭ বৰ্ষটোত CRFৰ অন্তৰ্গত পূঁজিৰে হো‌ৱা কামৰ তালিকা

    ক্ৰমিক নং-.জিলাৰ নামবিভাগআঁচনি/প্ৰকল্পৰ নামপথৰ . দৈৰ্ঘ্য কি.মি.তদলঙৰ সংখ্যাঅনুমোদিত হো‌ৱা পৰিমাণ (কোটি টকাত)
    ১.বঙাইগাওঁবঙাইগাওঁ  RR বিভাগপথ নিৰ্মাণ:- শলকৰঘোলাৰপৰা বৰজুলিলৈ মানিকজোৰাহৰ মাজেৰে ,কেন্দ্ৰীয় পথ পূঁজিৰ অধীনত, ২০১৬-১৭ৰ বাবে (২০১৬-১৭ৰ  SH আৰু MDR SOR মতে)৯.৫০ ১৫.২৫০
    ২.কাছাৰশিলচৰ গ্ৰাম্য  পথ  বিভাগউন্নীতকৰণ আৰু মেৰামতি:- পালৈ- দেৰবী বৰজেলেঙা(PDB) পথ;   এক লেনৰপৰা দুই লেনলৈ  (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ ৰ পালৈ কেন্দ্ৰৰপৰা শিলচৰ হাইলাকান্দি পথৰ পালৈ বৰজেলেঙা বিন্দুলৈ ) : ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত  অনুমোদিত কেন্দ্ৰীয় পথ পূঁজি (CRF)ৰ অন্তৰ্গত১৭.৩০ ৩৩.৪৩২
    ৩.কাছাৰশিলচৰ গ্ৰাম্য  পথ  বিভাগউন্নীতকৰণ আৰু মেৰামতি:- ধলাই ভূবন্ধৰ PWD পথ : এক লেনৰপৰা মধ্যমীয়া লেনলৈ  (ধলাইত ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ৰপৰা   SMD , ধৰ্মী বজাৰলৈ ) CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭ বৰ্ষৰ বাবে  কাছাৰ  জিলাৰ ভিতৰত শিলচৰ গ্ৰাম্য  পথ  বিভাগৰ অধীনত১০.০০ ১৯.৯৯৮
    ৪.কাছাৰশিলচৰ গ্ৰাম্য  পথ  বিভাগRCC দলং সজা:-  নং-.১/১ সোনাই নদীৰ ওপৰত  পলংঘাট বজাৰত :  CRFৰ অন্তৰ্গত পূঁজিৰে  (আগমণি  আৰু সুৰক্ষা কাম-কাজ ধৰি) ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত ৮.৯৪৪
    ৫.কাছাৰশিলচৰ গ্ৰাম্য  পথ  বিভাগRCC দলং সজা:- জুৰখালত সোনাই নৈৰ ওপৰত (আগমণি আৰু সুৰক্ষা কাম-কাজ ধৰি)  CRFৰ অন্তৰ্গত পূঁজিৰে ,  শিলচৰ গ্ৰাম্য  পথ  বিভাগৰ অন্তৰ্গত:  ২০১৬-১৭ বৰ্ষৰ বাবে ১০.২৫৯
    ৬.কাছাৰশিলচৰ গ্ৰাম্য  পথ  বিভাগRCC দলং সজা:- . নং-.১/১  তুলাৰতলত, ৰুকনি নৈৰ ওপৰত (আগমণি আৰু সুৰক্ষা কাম-কাজ ধৰি)  ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত  CRFৰ অন্তৰ্গত পূঁজিৰে   শিলচৰ গ্ৰাম্য  পথ  বিভাগ , শিলচৰৰ অন্তৰ্গত  ৭.৭৫০
    ৭.কাছাৰশিলচৰ গ্ৰাম্য  পথ  বিভাগRCC দলং সজা:-  নং-.১/১ ৰুকনি নৈৰ ওপৰত  , পানীভৰা বজাৰত ,  CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭ বৰ্ষৰ বাবে  ( আগমণি আৰু সুৰক্ষাৰ কাম-কাজ সামৰি) ৬.৫১৬
    ৮.কাছাৰশিলচৰ গ্ৰাম্য  পথ  বিভাগউন্নীতকৰণ আৰু মেৰামতি:- L R A পথ  এক লেনৰপৰা মধ্যমীয়া লেনলৈ  কেন্দ্ৰীয় পথ পূঁজি (CRF)ৰ অন্তৰ্গত ,  ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত১৬.৯০ ২৩.৪৩৯
    ৯.কাছাৰশিলচৰ গ্ৰাম্য  পথ  বিভাগন‌ৱীকৰণ / উন্নীতকৰণ :- কাবুগঞ্জৰপৰা আমজুৰ পথ, সোনাই হৈ , কেন্দ্ৰীয় পথ পূঁজি (CRF)ৰ অন্তৰ্গত ,  ২০১৬-১৭ বৰ্ষৰ বাবে১২.৯৯ ১২.৯৮৩
    ১০.কাছাৰশিলচৰ গ্ৰাম্য  পথ  বিভাগন‌ৱীকৰণ আৰু উন্নীতকৰণ :- শিলচৰ কুম্ভীৰগ্ৰাম পথ  (গোসাইগাওঁ পইণ্টৰপৰা মহাচড়ক হৈ  কুম্ভীৰগ্ৰাম এয়াৰপোৰ্টলৈ) CRFৰ অন্তৰ্গত পূঁজিৰে , ২০১৬-১৭ বৰ্ষৰ বাবে১৬.৪৬ ৫৪.৩০০
    ১১.ধুবুৰীDhurbi গ্ৰাম্য  পথ  বিভাগবহল কৰা আৰু শক্তিশালী কৰাৰ কাম সামৰি উন্নিতকৰণ কৰা:   বিলাসীপাৰা চহৰ (Ch.০.০০ মি.  ৰপৰা  ৫৯০০.০০ মি. ) পুৰণা  NHত খাল তথা ফুটপাথ বনো‌ৱাৰ কাম পকীকৰণ সামৰি , ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত  CRFৰ অন্তৰ্গত পূঁজিৰে   ।৫.৯০ ২৩.০১৯
    ১২.ডিব্ৰুগড়ডিব্ৰুগড় গ্ৰাম্য  পথ  বিভাগপথ বহলো‌ৱা আৰু শক্তিশালী কৰা কাম : ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ৰ পৰা  অসম  মেডিকেল কলেজ আৰু চিকিৎসালয়লৈ   আৰু জালান  বাচ আস্থানৰপৰা আমোলাপট্টীলৈ  (পথ নিৰ্মাণ, কাষৰ RCC খাল তথা ফুটপাথ নিৰ্মাণৰ কাম সামৰি) ডিব্ৰুগড় গ্ৰাম্য  পথ  বিভাগ,  CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭১১.২৫ ৪৭.৪৪৮
    ১৩.ডিব্ৰুগড়ডিব্ৰুগড় গ্ৰাম্য  পথ  বিভাগ মৰানৰপৰা গৌৰিসাগৰলৈ নিতাইপুখুৰী হৈ  পথচো‌‌ৱা;  মৰান গ্ৰাম্য  পথ  উপবিভাগ,  ডিব্ৰুগড় গ্ৰাম্য  পথ  বিভাগৰ অন্তৰ্গত আৰু   CRFৰ অন্তৰ্গত পূঁজিৰে  , ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত১৩.৩৫ ২০.৫২৭
    ১৪.ডিব্ৰুগড়ডিব্ৰুগড় গ্ৰাম্য  পথ  বিভাগপথ নিৰ্মাণ বামুনবাৰীৰপৰা গ্ৰেব  টি.ই. তিনিআলি (আঘুনিবাৰী হৈ )  ডিব্ৰুগড় গ্ৰাম্য  পথ  বিভাগ  CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭ বৰ্ষৰ বাবে২২.৭২ ৩৯.০৯০
    ১৫.হোজাইনগাওঁ  গ্ৰাম্য  পথ  বিভাগউন্নীতকৰণ :- হোজাই  জোৰাপুখুৰী পথ   হোজাই  চহৰক  ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ (৪-লেন)ৰে সৈতে সংযোগ কৰিছে জোৰাপুখুৰীত । (তেলিবস্তী হৈ )  শংকৰদে‌ৱ নগৰ সংযোগ কৰো‌‌‌ৱা পথ ।    বহলো‌ৱা আৰু শক্তিশালী কৰা কাম ,  কেন্দ্ৰীয় পথ পূঁজি ২০১৬-১৭ বৰ্ষৰ বাবে ,  নগাওঁ  গ্ৰাম্য  পথ  বিভাগৰ অধীনত ।১১.২৩ ১৮.৪৪৫
    ১৬.কামৰূপ গ্ৰাম্যগু‌ৱাহাটী  পথ  বিভাগRCC দলং সজা:- . নং-. ৭/১  হাজো  ৰামদিয়াৰপৰা হালোগাওঁ পথত -   ক্ষেত্ৰী হাৰি্দিয়াত  । গু‌ৱাহাটী  পথ  বিভাগৰ অধীনত ,  ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত  CRFৰ অন্তৰ্গত পূঁজিৰে ০.০০৪.৩৫০
    ১৭.কামৰূপ গ্ৰাম্যউত্তৰ গু‌ৱাহাটী ৰাজ্যিক পথ  বিভাগউন্নীতকৰণ :- কমলপুৰ মৰু‌ৱা পথ ,  CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭ বৰ্ষৰ বাবে  (Ch.০.০০ মি.ৰপৰা Ch.১৪৬০৫.০০ মি.লৈ ) PWRD উত্তৰ গু‌ৱাহাটী ৰাজ্যিক পথ  বিভাগ , গু‌ৱাহাটী -৩১ৰ অধীনত ।১৪.৬১ ১৩.৫৩০
    ১৮.কামৰূপ গ্ৰাম্যউত্তৰ গু‌ৱাহাটী ৰাজ্যিক পথ  বিভাগদলং সজা কাম : নং-.১/১, ২/১, ৭/১, ১১/১, ১১/২, ১৪/১, ৰপৰা  RCC দলংলৈ কমলপুৰ মৰু‌ৱা পথৰ ওপৰত ;   উত্তৰ গু‌ৱাহাটী ৰাজ্যিক পথ  বিভাগ,  কামৰূপ (গ্ৰাম্য ) জিলাৰ অধীনত।  CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭ বৰ্ষৰ বাবে  । ১০.৮৬০
    ১৯.কৰিমগঞ্জকৰিমগঞ্জ  RR বিভাগপথৰ উন্নিতকৰণ : ফুটপাথ বহলো‌ৱা আৰু শক্তিশালী কৰা কামৰ যোগেদি,   ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪ৰ  পথাৰকান্দি চিকিৎসালয়ৰ কাষৰপৰা  কাজিবজাৰ পৰ্যন্ত ( CRFৰ অন্তৰ্গত পূঁজিৰে  (MORT&H) ) ২০১৬-১৭ৰ বাবে১৩.০০ ২৪.০২৩
    ২০.লক্ষিমপুৰলক্ষিমপুৰ  ৰাজ্যিক পথ  বিভাগপথৰ উন্নিতকৰণ : খাজু‌ৱা তিনিআলি ৰপৰা (ঢকু‌ৱাখনা) খেৰকটীয়া সুতি  (মাজুলী) ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত  CRFৰ অন্তৰ্গত পূঁজিৰে ১৩.২৯ ২২.২৭৬
    ২১.মাজুলীযোৰহাট  গ্ৰাম্য  পথ  বিভাগন‌ৱীকৰণৰ কাম:   মাজুলীৰ  পথ ;  CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭ বৰ্ষৰ বাবে  মাজুলী  জিলাৰ ৯৯ নং মাজুলী  সমষ্টিত  (Ch. ০.০০ মি.ৰ পৰা  Ch. ১৮৪০০.০০ মি.লৈকে )১৮.৪০ ২৭.৪৩০
    ২২.মাজুলীযোৰহাট  গ্ৰাম্য  পথ  বিভাগন‌ৱীকৰণ : জেঙেৰাই – হালধিবাৰী  পথ ,  CRFৰ অন্তৰ্গত পূঁজিৰে,   ২০১৬-১৭ বৰ্ষৰ বাবে  (মাজুলী  জিলাৰ ৯৯ নং মাজুলী  সমষ্টি) (Ch. ৩১.৬৬০  কি.মি.ৰ পৰা ৪৭.৮৬০ Km পৰ্যন্ত)১৬.২০ ৩৯.৩০৩
    ২৩.নগাওঁনগাওঁ  ৰাজ্যিক পথ  বিভাগউন্নীতকৰণ :- নীলবাগান হোজাই (ৰাজ্যিক ঘাইপথ নং-১৯) CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭ বৰ্ষৰ বাবে৮.৭৬ ২৭.৫২৬
    ২৪.নগাওঁনগাওঁ  ৰাজ্যিক পথ  বিভাগউন্নীতকৰণ :- পুৰণা  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ ,  নগাওঁ  কলেজ পুলিছ পইন্টৰপৰা উৰিয়া গাওঁ তথা ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ বাইপাছ সংযোগ বিন্দুলৈকে  (km ২৭২.০০ toকি.মি.২৭৮.৬৫) CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭ বৰ্ষৰ বাবে৬.৬৫ ২০.১৯১
    ২৫.নগাওঁনগাওঁ  ৰাজ্যিক পথ  বিভাগদলং সজা কাম : নং-. ২/১ কলং নদীৰ ওপৰত  আৰু ৩/১ কমাৰ জানৰ ওপৰত :: উন্নিতকৰণ আৰু শক্তিশালিকৰণৰ কাম সামৰি :: ৰহাৰ পুৰণা AT ৰোডত  (NgM-২০) CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭, PWD, নগাওঁ  ৰাজ্যিক পথ  বিভাগৰ অধীনত ।২.০৫২১.১২২
    ২৬.নগাওঁনগাওঁ  ৰাজ্যিক পথ  বিভাগউন্নিতকৰণৰ কাম::  নগাওঁ  কলেজ পইন্টৰপৰা ডিমৌ বাইপাছ পৰ্যন্ত :: under জিলা সদৰৰপৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কাম : ৪ লেন কৰা ডিভাইদাৰৰ সতে :::  CRFৰ অন্তৰ্গত পূঁজিৰে   দৈৰ্ঘ্য ১০.৮০ কি.মি.দৈৰ্ঘ্যৰ বাবে,  ২০১৬-১৭ বৰ্ষৰ কাম১০.৮০ ৪০.৯৮৩
    ২৭.নলবাৰীনলবাৰী  ৰাজ্যিক পথ  বিভাগ২ লেনৰ ৰেল‌ৱে অভাৰব্ৰিজ দলং ( ROB)ৰ কাম::  ৰেল‌ৱে  গেইট নং-. SK-২১ৰ পৰিৱৰ্তে ::  নলবাৰী  জিলাৰ নলবাৰী  ধমধমা পথত ।  CRFৰ অন্তৰ্গত পূঁজিৰে  (২০১৬-১৭ বৰ্ষৰ আঁচনি )০.১৭ ৪৯.৩৭০
    ২৮.নলবাৰীনলবাৰী  ৰাজ্যিক পথ  বিভাগউন্নিতকৰণ আৰু শক্তিশালীকৰণৰ কাম :: কমলপুৰ মৰু‌ৱা পথ  (ch. ১৪৬০৫.০০ মিটাৰৰ পৰা Ch. ২৫২২৫.০০ মিটাৰ পৰ্যন্ত ), (দৈৰ্ঘ্য =১০.৬২ কিমি.) কালভাৰ্ট আৰু পকী দলং বনো‌ৱাৰ কাম-কাজ সামৰি ::  নলবাৰী  ৰাজ্যিক পথ  বিভাগৰ অধীনত ::   কেন্দ্ৰীয় পথ পূঁজি (CRF)ৰ অন্তৰ্গত ,  ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত১০.৬২ ২৬.৯৬০
    ২৯.নলবাৰীনলবাৰী  ৰাজ্যিক পথ  বিভাগপথ নিৰ্মাণ::: নলবাৰী  চহৰত  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ৰ সন্ধা চৌকৰ পৰা  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ৰ বৰকো‌ৱা চৌকলৈকে (হৰি মন্দিৰ,ৰাস পূজা থলী  হৈ জৈন মন্দিৰ, ডিচি অফিচ আদি য'ত দুখন পকী দলং সামৰি লো‌ৱা হৈছে ) কেন্দ্ৰীয় পথ পূঁজি (CRF)ৰ অন্তৰ্গত ,  ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত৬.০৭৩২.৭১১
    ৩০.তিনিচুকীয়াতিনিচুকীয়া  ৰাজ্যিক পথ  বিভাগপথ নিৰ্মাণ মাকুম আলি  পথৰপৰা   (টিংৰাই বজাৰৰ পৰা হাঁহচৰা  চাৰিআলিলৈকে ) CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭ বৰ্ষৰ বাবে,  তিনিচুকীয়া  ৰাজ্যিক পথ  বিভাগৰ অধীনত ।১০.১০ ২২.৭৫০
    ৩১.তিনিচুকীয়াতিনিচুকীয়া  ৰাজ্যিক পথ  বিভাগ বজালনি  পথৰ নিৰ্মাণ ::   CRFৰ অন্তৰ্গত পূঁজিৰে  ২০১৬-১৭ বৰ্ষৰ বাবে  , তিনিচুকীয়া  ৰাজ্যিক পথ  বিভাগৰ অধীনত । .১৩.০৫ ১৬.০৩০
    ৩২.নগাওঁ পথ বহলো‌ৱা আৰু শক্তিশালী কৰা কাম::: পুৰণা  ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬ (নগাওঁ  কলেজ পুলিছ পইন্ট  ৰপৰা বৰঘাট বাইপাছ পইন্ট পৰ্যন্ত , Ch ০.০০ মি.ৰপৰা Ch ৫১৫০.০০ মি. ,লৈকে  নগাওঁ  কলেজ পুলিছ  পইন্টত ।৫.১৫ ১৩.০৭৫