ক্ৰমিক নং-. | জিলাৰ নাম | বিভাগ | আঁচনি/প্ৰকল্পৰ নাম | পথৰ . দৈৰ্ঘ্য কি.মি.ত | দলঙৰ সংখ্যা | অনুমোদিত হোৱা পৰিমাণ (কোটি টকাত) |
---|
১. | বঙাইগাওঁ | বঙাইগাওঁ RR বিভাগ | পথ নিৰ্মাণ:- শলকৰঘোলাৰপৰা বৰজুলিলৈ মানিকজোৰাহৰ মাজেৰে ,কেন্দ্ৰীয় পথ পূঁজিৰ অধীনত, ২০১৬-১৭ৰ বাবে (২০১৬-১৭ৰ SH আৰু MDR SOR মতে) | ৯.৫০ | | ১৫.২৫০ |
২. | কাছাৰ | শিলচৰ গ্ৰাম্য পথ বিভাগ | উন্নীতকৰণ আৰু মেৰামতি:- পালৈ- দেৰবী বৰজেলেঙা(PDB) পথ; এক লেনৰপৰা দুই লেনলৈ (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ ৰ পালৈ কেন্দ্ৰৰপৰা শিলচৰ হাইলাকান্দি পথৰ পালৈ বৰজেলেঙা বিন্দুলৈ ) : ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত অনুমোদিত কেন্দ্ৰীয় পথ পূঁজি (CRF)ৰ অন্তৰ্গত | ১৭.৩০ | | ৩৩.৪৩২ |
৩. | কাছাৰ | শিলচৰ গ্ৰাম্য পথ বিভাগ | উন্নীতকৰণ আৰু মেৰামতি:- ধলাই ভূবন্ধৰ PWD পথ : এক লেনৰপৰা মধ্যমীয়া লেনলৈ (ধলাইত ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ৰপৰা SMD , ধৰ্মী বজাৰলৈ ) CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭ বৰ্ষৰ বাবে কাছাৰ জিলাৰ ভিতৰত শিলচৰ গ্ৰাম্য পথ বিভাগৰ অধীনত | ১০.০০ | | ১৯.৯৯৮ |
৪. | কাছাৰ | শিলচৰ গ্ৰাম্য পথ বিভাগ | RCC দলং সজা:- নং-.১/১ সোনাই নদীৰ ওপৰত পলংঘাট বজাৰত : CRFৰ অন্তৰ্গত পূঁজিৰে (আগমণি আৰু সুৰক্ষা কাম-কাজ ধৰি) ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত | | ১ | ৮.৯৪৪ |
৫. | কাছাৰ | শিলচৰ গ্ৰাম্য পথ বিভাগ | RCC দলং সজা:- জুৰখালত সোনাই নৈৰ ওপৰত (আগমণি আৰু সুৰক্ষা কাম-কাজ ধৰি) CRFৰ অন্তৰ্গত পূঁজিৰে , শিলচৰ গ্ৰাম্য পথ বিভাগৰ অন্তৰ্গত: ২০১৬-১৭ বৰ্ষৰ বাবে | | ১ | ১০.২৫৯ |
৬. | কাছাৰ | শিলচৰ গ্ৰাম্য পথ বিভাগ | RCC দলং সজা:- . নং-.১/১ তুলাৰতলত, ৰুকনি নৈৰ ওপৰত (আগমণি আৰু সুৰক্ষা কাম-কাজ ধৰি) ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত CRFৰ অন্তৰ্গত পূঁজিৰে শিলচৰ গ্ৰাম্য পথ বিভাগ , শিলচৰৰ অন্তৰ্গত | | ১ | ৭.৭৫০ |
৭. | কাছাৰ | শিলচৰ গ্ৰাম্য পথ বিভাগ | RCC দলং সজা:- নং-.১/১ ৰুকনি নৈৰ ওপৰত , পানীভৰা বজাৰত , CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭ বৰ্ষৰ বাবে ( আগমণি আৰু সুৰক্ষাৰ কাম-কাজ সামৰি) | | ১ | ৬.৫১৬ |
৮. | কাছাৰ | শিলচৰ গ্ৰাম্য পথ বিভাগ | উন্নীতকৰণ আৰু মেৰামতি:- L R A পথ এক লেনৰপৰা মধ্যমীয়া লেনলৈ কেন্দ্ৰীয় পথ পূঁজি (CRF)ৰ অন্তৰ্গত , ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত | ১৬.৯০ | | ২৩.৪৩৯ |
৯. | কাছাৰ | শিলচৰ গ্ৰাম্য পথ বিভাগ | নৱীকৰণ / উন্নীতকৰণ :- কাবুগঞ্জৰপৰা আমজুৰ পথ, সোনাই হৈ , কেন্দ্ৰীয় পথ পূঁজি (CRF)ৰ অন্তৰ্গত , ২০১৬-১৭ বৰ্ষৰ বাবে | ১২.৯৯ | | ১২.৯৮৩ |
১০. | কাছাৰ | শিলচৰ গ্ৰাম্য পথ বিভাগ | নৱীকৰণ আৰু উন্নীতকৰণ :- শিলচৰ কুম্ভীৰগ্ৰাম পথ (গোসাইগাওঁ পইণ্টৰপৰা মহাচড়ক হৈ কুম্ভীৰগ্ৰাম এয়াৰপোৰ্টলৈ) CRFৰ অন্তৰ্গত পূঁজিৰে , ২০১৬-১৭ বৰ্ষৰ বাবে | ১৬.৪৬ | | ৫৪.৩০০ |
১১. | ধুবুৰী | Dhurbi গ্ৰাম্য পথ বিভাগ | বহল কৰা আৰু শক্তিশালী কৰাৰ কাম সামৰি উন্নিতকৰণ কৰা: বিলাসীপাৰা চহৰ (Ch.০.০০ মি. ৰপৰা ৫৯০০.০০ মি. ) পুৰণা NHত খাল তথা ফুটপাথ বনোৱাৰ কাম পকীকৰণ সামৰি , ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত CRFৰ অন্তৰ্গত পূঁজিৰে । | ৫.৯০ | | ২৩.০১৯ |
১২. | ডিব্ৰুগড় | ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ | পথ বহলোৱা আৰু শক্তিশালী কৰা কাম : ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ৰ পৰা অসম মেডিকেল কলেজ আৰু চিকিৎসালয়লৈ আৰু জালান বাচ আস্থানৰপৰা আমোলাপট্টীলৈ (পথ নিৰ্মাণ, কাষৰ RCC খাল তথা ফুটপাথ নিৰ্মাণৰ কাম সামৰি) ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ, CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭ | ১১.২৫ | | ৪৭.৪৪৮ |
১৩. | ডিব্ৰুগড় | ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ | মৰানৰপৰা গৌৰিসাগৰলৈ নিতাইপুখুৰী হৈ পথচোৱা; মৰান গ্ৰাম্য পথ উপবিভাগ, ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগৰ অন্তৰ্গত আৰু CRFৰ অন্তৰ্গত পূঁজিৰে , ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত | ১৩.৩৫ | | ২০.৫২৭ |
১৪. | ডিব্ৰুগড় | ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ বামুনবাৰীৰপৰা গ্ৰেব টি.ই. তিনিআলি (আঘুনিবাৰী হৈ ) ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭ বৰ্ষৰ বাবে | ২২.৭২ | | ৩৯.০৯০ |
১৫. | হোজাই | নগাওঁ গ্ৰাম্য পথ বিভাগ | উন্নীতকৰণ :- হোজাই জোৰাপুখুৰী পথ হোজাই চহৰক ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ (৪-লেন)ৰে সৈতে সংযোগ কৰিছে জোৰাপুখুৰীত । (তেলিবস্তী হৈ ) শংকৰদেৱ নগৰ সংযোগ কৰোৱা পথ । বহলোৱা আৰু শক্তিশালী কৰা কাম , কেন্দ্ৰীয় পথ পূঁজি ২০১৬-১৭ বৰ্ষৰ বাবে , নগাওঁ গ্ৰাম্য পথ বিভাগৰ অধীনত । | ১১.২৩ | | ১৮.৪৪৫ |
১৬. | কামৰূপ গ্ৰাম্য | গুৱাহাটী পথ বিভাগ | RCC দলং সজা:- . নং-. ৭/১ হাজো ৰামদিয়াৰপৰা হালোগাওঁ পথত - ক্ষেত্ৰী হাৰি্দিয়াত । গুৱাহাটী পথ বিভাগৰ অধীনত , ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত CRFৰ অন্তৰ্গত পূঁজিৰে | ০.০০ | ১ | ৪.৩৫০ |
১৭. | কামৰূপ গ্ৰাম্য | উত্তৰ গুৱাহাটী ৰাজ্যিক পথ বিভাগ | উন্নীতকৰণ :- কমলপুৰ মৰুৱা পথ , CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭ বৰ্ষৰ বাবে (Ch.০.০০ মি.ৰপৰা Ch.১৪৬০৫.০০ মি.লৈ ) PWRD উত্তৰ গুৱাহাটী ৰাজ্যিক পথ বিভাগ , গুৱাহাটী -৩১ৰ অধীনত । | ১৪.৬১ | | ১৩.৫৩০ |
১৮. | কামৰূপ গ্ৰাম্য | উত্তৰ গুৱাহাটী ৰাজ্যিক পথ বিভাগ | দলং সজা কাম : নং-.১/১, ২/১, ৭/১, ১১/১, ১১/২, ১৪/১, ৰপৰা RCC দলংলৈ কমলপুৰ মৰুৱা পথৰ ওপৰত ; উত্তৰ গুৱাহাটী ৰাজ্যিক পথ বিভাগ, কামৰূপ (গ্ৰাম্য ) জিলাৰ অধীনত। CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭ বৰ্ষৰ বাবে । | | ৬ | ১০.৮৬০ |
১৯. | কৰিমগঞ্জ | কৰিমগঞ্জ RR বিভাগ | পথৰ উন্নিতকৰণ : ফুটপাথ বহলোৱা আৰু শক্তিশালী কৰা কামৰ যোগেদি, ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪ৰ পথাৰকান্দি চিকিৎসালয়ৰ কাষৰপৰা কাজিবজাৰ পৰ্যন্ত ( CRFৰ অন্তৰ্গত পূঁজিৰে (MORT&H) ) ২০১৬-১৭ৰ বাবে | ১৩.০০ | | ২৪.০২৩ |
২০. | লক্ষিমপুৰ | লক্ষিমপুৰ ৰাজ্যিক পথ বিভাগ | পথৰ উন্নিতকৰণ : খাজুৱা তিনিআলি ৰপৰা (ঢকুৱাখনা) খেৰকটীয়া সুতি (মাজুলী) ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত CRFৰ অন্তৰ্গত পূঁজিৰে | ১৩.২৯ | | ২২.২৭৬ |
২১. | মাজুলী | যোৰহাট গ্ৰাম্য পথ বিভাগ | নৱীকৰণৰ কাম: মাজুলীৰ পথ ; CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭ বৰ্ষৰ বাবে মাজুলী জিলাৰ ৯৯ নং মাজুলী সমষ্টিত (Ch. ০.০০ মি.ৰ পৰা Ch. ১৮৪০০.০০ মি.লৈকে ) | ১৮.৪০ | | ২৭.৪৩০ |
২২. | মাজুলী | যোৰহাট গ্ৰাম্য পথ বিভাগ | নৱীকৰণ : জেঙেৰাই – হালধিবাৰী পথ , CRFৰ অন্তৰ্গত পূঁজিৰে, ২০১৬-১৭ বৰ্ষৰ বাবে (মাজুলী জিলাৰ ৯৯ নং মাজুলী সমষ্টি) (Ch. ৩১.৬৬০ কি.মি.ৰ পৰা ৪৭.৮৬০ Km পৰ্যন্ত) | ১৬.২০ | | ৩৯.৩০৩ |
২৩. | নগাওঁ | নগাওঁ ৰাজ্যিক পথ বিভাগ | উন্নীতকৰণ :- নীলবাগান হোজাই (ৰাজ্যিক ঘাইপথ নং-১৯) CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭ বৰ্ষৰ বাবে | ৮.৭৬ | | ২৭.৫২৬ |
২৪. | নগাওঁ | নগাওঁ ৰাজ্যিক পথ বিভাগ | উন্নীতকৰণ :- পুৰণা ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ , নগাওঁ কলেজ পুলিছ পইন্টৰপৰা উৰিয়া গাওঁ তথা ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ বাইপাছ সংযোগ বিন্দুলৈকে (km ২৭২.০০ toকি.মি.২৭৮.৬৫) CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭ বৰ্ষৰ বাবে | ৬.৬৫ | | ২০.১৯১ |
২৫. | নগাওঁ | নগাওঁ ৰাজ্যিক পথ বিভাগ | দলং সজা কাম : নং-. ২/১ কলং নদীৰ ওপৰত আৰু ৩/১ কমাৰ জানৰ ওপৰত :: উন্নিতকৰণ আৰু শক্তিশালিকৰণৰ কাম সামৰি :: ৰহাৰ পুৰণা AT ৰোডত (NgM-২০) CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭, PWD, নগাওঁ ৰাজ্যিক পথ বিভাগৰ অধীনত । | ২.০৫ | ২ | ২১.১২২ |
২৬. | নগাওঁ | নগাওঁ ৰাজ্যিক পথ বিভাগ | উন্নিতকৰণৰ কাম:: নগাওঁ কলেজ পইন্টৰপৰা ডিমৌ বাইপাছ পৰ্যন্ত :: under জিলা সদৰৰপৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কাম : ৪ লেন কৰা ডিভাইদাৰৰ সতে ::: CRFৰ অন্তৰ্গত পূঁজিৰে দৈৰ্ঘ্য ১০.৮০ কি.মি.দৈৰ্ঘ্যৰ বাবে, ২০১৬-১৭ বৰ্ষৰ কাম | ১০.৮০ | | ৪০.৯৮৩ |
২৭. | নলবাৰী | নলবাৰী ৰাজ্যিক পথ বিভাগ | ২ লেনৰ ৰেলৱে অভাৰব্ৰিজ দলং ( ROB)ৰ কাম:: ৰেলৱে গেইট নং-. SK-২১ৰ পৰিৱৰ্তে :: নলবাৰী জিলাৰ নলবাৰী ধমধমা পথত । CRFৰ অন্তৰ্গত পূঁজিৰে (২০১৬-১৭ বৰ্ষৰ আঁচনি ) | ০.১৭ | | ৪৯.৩৭০ |
২৮. | নলবাৰী | নলবাৰী ৰাজ্যিক পথ বিভাগ | উন্নিতকৰণ আৰু শক্তিশালীকৰণৰ কাম :: কমলপুৰ মৰুৱা পথ (ch. ১৪৬০৫.০০ মিটাৰৰ পৰা Ch. ২৫২২৫.০০ মিটাৰ পৰ্যন্ত ), (দৈৰ্ঘ্য =১০.৬২ কিমি.) কালভাৰ্ট আৰু পকী দলং বনোৱাৰ কাম-কাজ সামৰি :: নলবাৰী ৰাজ্যিক পথ বিভাগৰ অধীনত :: কেন্দ্ৰীয় পথ পূঁজি (CRF)ৰ অন্তৰ্গত , ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত | ১০.৬২ | | ২৬.৯৬০ |
২৯. | নলবাৰী | নলবাৰী ৰাজ্যিক পথ বিভাগ | পথ নিৰ্মাণ::: নলবাৰী চহৰত ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ৰ সন্ধা চৌকৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ৰ বৰকোৱা চৌকলৈকে (হৰি মন্দিৰ,ৰাস পূজা থলী হৈ জৈন মন্দিৰ, ডিচি অফিচ আদি য'ত দুখন পকী দলং সামৰি লোৱা হৈছে ) কেন্দ্ৰীয় পথ পূঁজি (CRF)ৰ অন্তৰ্গত , ২০১৬-১৭ বৰ্ষটোৰ বাবে অনুমোদিত | ৬.০৭ | ২ | ৩২.৭১১ |
৩০. | তিনিচুকীয়া | তিনিচুকীয়া ৰাজ্যিক পথ বিভাগ | পথ নিৰ্মাণ মাকুম আলি পথৰপৰা (টিংৰাই বজাৰৰ পৰা হাঁহচৰা চাৰিআলিলৈকে ) CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭ বৰ্ষৰ বাবে, তিনিচুকীয়া ৰাজ্যিক পথ বিভাগৰ অধীনত । | ১০.১০ | | ২২.৭৫০ |
৩১. | তিনিচুকীয়া | তিনিচুকীয়া ৰাজ্যিক পথ বিভাগ | বজালনি পথৰ নিৰ্মাণ :: CRFৰ অন্তৰ্গত পূঁজিৰে ২০১৬-১৭ বৰ্ষৰ বাবে , তিনিচুকীয়া ৰাজ্যিক পথ বিভাগৰ অধীনত । . | ১৩.০৫ | | ১৬.০৩০ |
৩২. | নগাওঁ | | পথ বহলোৱা আৰু শক্তিশালী কৰা কাম::: পুৰণা ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬ (নগাওঁ কলেজ পুলিছ পইন্ট ৰপৰা বৰঘাট বাইপাছ পইন্ট পৰ্যন্ত , Ch ০.০০ মি.ৰপৰা Ch ৫১৫০.০০ মি. ,লৈকে নগাওঁ কলেজ পুলিছ পইন্টত । | ৫.১৫ | | ১৩.০৭৫ |