মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

ৱেবছাইট প্ৰশাসন

ই-প্ৰস্তুতি প্ৰশাসন
  • প্ৰকল্প পৰিচালনা সমিতি:
    ১. সভাপতি  কমিছনাৰ আৰু বিশেষ চেক্ৰেটাৰী , লোকনিৰ্মান পথ বিভাগ, অসম দায়িত্বশীল বিষয়া
    ২. সদস্য চেক্ৰেটাৰী, লোকনিৰ্মান পথ বিভাগ, অসম অতিৰিক্ত দায়িত্বশীল বিষয়া
    ৩. অতিৰিক্ত মুখ্য অভিযন্তা, লোকনিৰ্মান বিভাগ (পৰিকল্পনা), অসম ‌ৱেব মাস্টাৰ- ‌ৱেবচাইট তথ্য ব্য‌ৱস্থাপক
    ৪. মুখ্য অভিযন্তা, লোকনিৰ্মান পথ বিভাগ, অসম সদস্য
    ৫. মুখ্য অভিযন্তা, লোকনিৰ্মান বিভাগ( সীমা পথা আৰু আৰু NEC কাম-কাজ), অসম সদস্য
    ৬. মুখ্য অভিযন্তা ,  লোকনিৰ্মান  বিভাগ (EAP), অসম সদস্য
    ৭. সঞ্চালক, অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান সদস্য
    ৮. তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰ-বিষয়া, তথ্য-প্ৰযুক্তি কোষ, লোকনিৰ্মান পথ বিভাগ ‌ৱেবচাইট প্ৰশাসক
    ৯. ৰাষ্ট্ৰীয় তথ্য-বিজ্ঞান কেন্দ্ৰ, অসমৰ প্ৰতিনিধি, শ্ৰীমতী কবিতা ৰয় দাস, তথ্য-প্ৰযুক্তি সঞ্চালক সদস্য
    ১০.  WDC অসমৰ প্ৰতিনিধি, আজিজা য়াচমিন, বিজ্ঞানী-‘খ’, ৰাষ্ট্ৰীয় তথ্য-বিজ্ঞান কেন্দ্ৰ সদস্য
  • সাহাৰ্য গাঁঠনি:
    ১. অন্তৰ্নিহিত তথ্য ব্য‌ৱস্থাপক মুখ্য অভিযন্তা, লোকনিৰ্মান পথ বিভাগ, অসম
    মুখ্য অভিযন্তা, লোকনিৰ্মান বিভাগ (সীমাপথ আৰুNEC কাম-কাজ), অসম
    মুখ্য অভিযন্তা, লোকনিৰ্মান বিভাগ (EAP), অসম
    সঞ্চালক, অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান
    অতিৰিক্ত মুখ্য অভিযন্তা, লোকনিৰ্মান বিভাগ , ডিমা- হাচাও
    অতিৰিক্ত মুখ্য অভিযন্তা, লোকনিৰ্মান বিভাগ, কাৰ্বি আংলং
    অতিৰিক্ত মুখ্য অভিযন্তা, লোকনিৰ্মান বিভাগ BTAD
    ৰাজ্যিক  গুণাগুণ সমন্বয়ৰক্ষী, PMGSY
    ডেপুটী চেক্ৰেটাৰী (স্থাপনা), লোকনিৰ্মান পথ বিভাগ
    ডেপুটী চেক্ৰেটাৰী (কাম-কাজ), লোকনিৰ্মান পথ বিভাগ
    ডেপুটী চেক্ৰেটাৰী (বাজেট ), লোকনিৰ্মান পথ বিভাগ
    ডেপুটী চেক্ৰেটাৰী (মেটেৰিয়েল), লোকনিৰ্মান পথ বিভাগ
    অধীক্ষক অভিযন্তা  (পৰিকল্পনা), মুখ্য অভিযন্তাৰ কাৰ্যালয়, লোকনিৰ্মান  বিভাগ (পথ)
    অতিৰিক্ত সঞ্চালক, দলং ৰূপায়ন, কাৰ্যালয়,  মুখ্য অভিযন্তাৰ কাৰ্যালয়, লোকনিৰ্মান  বিভাগ (পথ)
    ২. মাষ্টাৰ ট্ৰেইনাৰ(মুখ্য প্ৰশিক্ষক) শ্ৰী দিকী ৰূপম ফুকন, সহকাৰী বিশিষ্ট অভিযন্তা,  মুখ্য অভিযন্তাৰ কাৰ্যালয়, লোকনিৰ্মান  বিভাগ (পথ)
    শ্ৰী অভিজিত সিনহা, সহকাৰী বিশিষ্ট অভিযন্তা,  মুখ্য অভিযন্তাৰ কাৰ্যালয়, লোকনিৰ্মান  বিভাগ (পথ)
    ৩. ‌ৱেবচাইট প্ৰশাসক শ্ৰী দিগন্ত গোস্বামী, বিশিষ্ট অভিযন্তা, লোকনিৰ্মান  বিভাগ (পথ)  আৰু তথ্য প্ৰযুক্তি ক্ষেত্ৰীয় বিষয়া, লোকনিৰ্মান বিভাগ (পথ)