মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

পানী যোগান নলী বহুৱাবৰ অনুমতিৰ বাবে আবেদন কৰক

  • পানী যোগানৰ নলী বহুৱাবৰ বাবে দৰকাৰী অনুমতিৰ ক্ষেত্ৰত, ঠিকাদাৰ একোজনে য'ত পাইপ বহুৱা হ'ব, উক্ত এলেকাৰ সংশ্লিষ্ট গড়কাপ্তানি সংমণ্ডলৰ কাৰ্য্যকৰী অভিযন্তালৈ আবেদন কৰিব লাগে।

    কাৰ্য্যালয়ৰ তালিকা:ইয়াত ক্লিক কৰক