পূৰ্বৰ বাৰ্ষিক পৰিকল্পনা আঁচনিৰ অধীনত, মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ হিচাপে কেবাটাও পেকেজ গ্ৰহণ কৰা হৈছে:
- ৫০০ খন কাঠৰ দলঙক পকী দলঙলৈ পৰিৱৰ্তিত কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ
- সীমান্ত অঞ্চলৰ পথ আৰু দলং নিৰ্মাণত বিশেষ গুৰুত্ব দিবৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ
- বৰাক উপত্যকাৰ (PH-I & PH-II) বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ
- ধেমাজি জিলা সংমণ্ডলৰ পথৰ নিৰ্মাণ/উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ
- ঢকুৱাখানা জিলা সংমণ্ডলৰ পথৰ নিৰ্মাণ/উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ
এই কামসমূহ SOPD আঁচনিৰ অধীনত ৰূপায়ন কৰি থকা হৈছে আৰু অগ্ৰগতিৰ বিভিন্ন পৰ্যায়ত আছে।