মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ)

মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ

  • পূৰ্বৰ বাৰ্ষিক পৰিকল্পনা আঁচনিৰ অধীনত, মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ হিচাপে কেবাটাও পেকেজ গ্ৰহণ কৰা হৈছে:

    • ৫০০ খন কাঠৰ দলঙক পকী দলঙলৈ পৰিৱৰ্তিত কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ
    • সীমান্ত অঞ্চলৰ পথ আৰু দলং নিৰ্মাণত বিশেষ গুৰুত্ব দিবৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ
    • বৰাক উপত্যকাৰ (PH-I & PH-II) বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ
    • ধেমাজি জিলা সংমণ্ডলৰ পথৰ নিৰ্মাণ/উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ
    • ঢকুৱাখানা জিলা সংমণ্ডলৰ পথৰ নিৰ্মাণ/উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ
     

    এই কামসমূহ SOPD আঁচনিৰ অধীনত ৰূপায়ন কৰি থকা হৈছে আৰু অগ্ৰগতিৰ বিভিন্ন পৰ্যায়ত আছে।

    Downloads
    মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ
    TitleSizeDetail
    CM's Spl. Pkg Dhemaji43.5 KBswf-image
    CM's Spl. PKg for Border Roads55.5 KBswf-image
    CM's Spl Pkg for Barak Valley Ph-I26.71 KBswf-image
    CM's Spl Pkg for Barak Valley Ph I & II Summery11.22 KBswf-image
    CM's Spl Pkg for Barak Valley Ph II33.86 KBswf-image
    Bridge Sanctioned in PWRD, CM's Spl. Package29.5 KBswf-image
    Bridge Sanctioned in PWRD, SCA18.49 KBswf-image
    CM’s Special Package for -Constn. Dev. of Roads for Dhakuakhana District Division13.27 KBswf-image