নাগপুৰ আঁচনি অনুসৰি, জিলাৰ পথসমূহক মুঠ দুটা শ্ৰেণীত শ্ৰেণীবদ্ধ কৰা হৈছে আৰু জিলা পথ বুলিলে, প্ৰত্যেক জিলাতে থকা, যিবিলাক পথে জিলাখনৰ ভিতৰুৱা উৎপাদন ক্ষেত্ৰ তথা বজাৰ এলেকাসমূহৰ মাজেৰে গৈ, এইবোৰৰ এটা এলেকাৰ সতে আনটোক অথবা ঘাইপথ বা ৰেলপথৰ সতে সংযোগ কৰিছে, তেনে পথক বুজোৱা হয়। এই আঁচনিত, এইটোও উল্লেখ কৰা হৈছে যে, এই জিলা পথসমূহে, গোটেই বছৰজুৰি, যাতায়তকাৰীক জিলাখনৰ গ্ৰাম্যাঞ্চলসমূহৰ মূল কেন্দ্ৰবোৰলৈকে, কেৱল তেনেই কমমাত্ৰাৰ ব্যাঘাত ব্যতিৰেকে লৈ যাব পাৰিব লগতে, এই আঁচনিত, সকলো অধিক জনবসতিপ্ৰধান অঞ্চলৰ প্ৰত্যেক গাঁও এনে পথৰ ২ মাইল দূৰত্বৰ ভিতৰত আৰু অন্যান্য এলেকাৰ ক্ষেত্ৰত ৫ মাইল দূৰত্বৰ ভিতৰত থকাৰ লক্ষ্য নিৰূপণ কৰা জিলা পথসমূহক, সম্ভাৱ্য যাতায়তকাৰী আৰু প্ৰয়োজনীয় বৈশিষ্ট্যৰ ভিত্তিত নিম্নোক্ত দুই শ্ৰেণীত ভাগ কৰা হৈছে:
১৯৮১-২০০১ চনৰ ভাৰতৰ পথ উন্নয়ন পৰিকল্পনা (লক্ষ্নৌ আঁচনি)ত জিলাৰ মুখ্য পথসমূহৰ বাবে নিম্নোক্ত নীতি আৰু উদ্দেশ্যসমূহ নিৰ্ধাৰণ কৰা হৈছে:
ভাৰতীয় পথ মহাসভাৰ, গ্ৰাম্য (নন-আৰবান) ঘাইপথৰ বাবে জ্যামিতিক ডিজাইন মানসম্পৰ্কীয় পত্ৰ, আইৰচি: ৭৩- ১৯৮০ ত নিম্নোক্ত সংজ্ঞা প্ৰদান কৰা হৈছে:
ভিজন ডকুমেণ্ট, ২০২১ ত উল্লেখ কৰা অনুসৰি, জিলাৰ মুখ্য পথসমূহৰ দৈৰ্ঘ্য ৰাজ্যিক ঘাইপথৰ দৈৰ্ঘ্যৰ দুগুণ হোৱা উচিত।
বিভাগৰ দ্বাৰা, ২০০৯ চনত সম্পন্ন কৰা এক কৌশলগত সম্ভাৱনীয়তাৰ অধ্যয়নৰ ভিত্তিত ৰাজ্যৰ ৰাজ্যিক ঘাইপথ তথা মুখ্য জিলা পথসমূহ নিৰ্ধাৰিত কৰা হয়। এই অনুসৰি জিলাৰ মুখ্য পথসমূহৰ তালিকা তলত দিয়া হৈছে:
| ক্ৰমাংক | জিলা | MDR(কি.মি.) |
|---|---|---|
| ১. | বাক্সা | ৪৩.০০ |
| ২. | বৰপেটা | ১৭১.৪০ |
| ৩. | বঙাইগাওঁ | ১৬.০০ |
| ৪. | কাছাৰ | ১৬৫.৪৫ |
| ৫. | চিৰাং | ২২৩.২৪ |
| ৬. | দৰং | ১১৮.৫০ |
| ৭. | ধেমাজী | ৪২.০০ |
| ৮. | ধুবুৰী | ৫৩.১১ |
| ৯. | ডিব্ৰুগড় | ১৬২.৭৭ |
| ১০. | গোৱালপাৰা | ৪৮.০০ |
| ১১. | গোলাঘাট | ১৫৬.৭৫ |
| ১২. | হাইলাকান্দি | ৯৮.৯০ |
| ১৩. | যোৰহাট | ৮৯.০৬ |
| ১৪. | কামৰূপ | ২২৯.৮৬ |
| ১৫. | কাৰ্বি আংলং | ৫৬০.৮৪ |
| ১৬. | কৰিমগঞ্জ | ৩৪২.৬৩ |
| ১৭. | কোকৰাঝাৰ | ১৩১.৪০ |
| ১৮. | লক্ষিমপুৰ | ৯৭.৩৬ |
| ১৯. | মৰিগাওঁ | ৮৬.০০ |
| ২০. | নগাওঁ | ৩২৬.৫০ |
| ২১. | নলবাৰী | ৪৪.৫৫ |
| ২২. | এন.চি. হিলচ্ | ১৯৯.০০ |
| ২৩. | শিৱসাগৰ | ৩০৯.৫৯ |
| ২৪. | শোণিতপুৰ | ৪০১.৬০ |
| ২৫. | তিনিচুকীয়া | ১৭০.৯৪ |
| ২৬. | উদালগুৰি | ১২৪.৫৮ |
| মুঠ = | ৪৪১৩.০৩ | |
| সৰ্বমুঠ দৈৰ্ঘ্য (কি.মি.): | ৭৫৪৭.৩৯ | |
| ক্ৰমাংক | পথ নাম | দৈৰ্ঘ্য (কি.মি.) | নতুন পথ সংখ্যা | মন্তব্য |
|---|---|---|---|---|
| বাক্সা | ||||
| ১. | শলবাৰী ভূঞাপাৰা | ১২.০০ | Bg-M-১ | |
| ২. | পাটাচুৰকুছী আঞ্চালী | ১০.০০ | Bg-M-২ | |
| ৩. | বাইহাটা হাটা চাৰিআলি গোৰেশ্বৰ দেওচুং | ১৮.০০ | Bg-M-৩ | |
| ৪. | নিত্তানন্দ জলাহ | ৩.০০ | Bg-M-৪ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৪৩.০০ | |||
| বৰপেটা | ||||
| ১. | চেনীমাৰি (লাংলা ) মইনাবাৰী | ১০.৫০ | Ba-M-১ | |
| ২. | বৰপেটা মন্দিয়া বাঘবৰ | ৩১.০০ | Ba-M-২ | |
| ৩. | বৰপেটা পাটবাউসী পালহাচি বৰচুহা চিলা | ১৬.০০ | Ba-M-৩ | |
| ৪. | ভেল্লা তৰাবাৰী চেঙা | ১৫.৫০ | Ba-M-৪ | |
| ৫. | সৰভোগ কলগাছিয়া বামুনতাৰী | ১৯.৫০ | Ba-M-৫ | |
| ৬. | ভৱানিপুৰ শিমলাগুৰি | ১২.৪০ | Ba-M-৬ | |
| ৭. | ভৱানিপুৰ শালবাৰী | ১৮.০০ | Ba-M-৭ | |
| ৮. | বামখাতা কৰ্দৈগুৰি | ১৬.০০ | Ba-M-৮ | |
| ৯. | নিত্তানন্দ চাদেৰি নাওচালি জলাহ (চাদেৰি নিত্তানন্দ আনন্দপুৰ চাথিসমকা পথ ) | ৫.০০ | Ba-M-৯ | |
| ১০. | পাটাচুৰকুছী আঞ্চালী | ১০.০০ | Ba-M-১০ | |
| ১১. | ৰজাখাট ৰাচিমলা | ১৭.৫০ | Ba-M-১১ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য ( কি.মি. ) | ১৭১.৪০ | |||
| বঙাইগাওঁ | ||||
| ১. | ধালিগাওঁ নতুন বঙাইগাওঁ বাসুগাওঁ | ১৬.০০ | Bn-M-১ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি. ) | ১৬.০০ | |||
| কাছাৰ | ||||
| ১. | কাজিদাহাৰ (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪) সোনাই আমজুৰ বিন্নাকান্দি লক্ষীপুৰ (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৩) | ৩২.৬০ | Ca-M-১ | অতি বেছি প্ৰাধান্য দিবলগীয়া । ইয়ে উৎপাদন আৰু বজাৰস্থলীক দুটা ৰাষ্ট্ৰীয় ঘাইপথ নং- ৫৪ আৰু ৫৩ৰ লগত সংযোগ কৰে । |
| ২. | উদৰ্ব আৰু পানগ্ৰাম অমৰানগৰ . | ১৩.০০ | Ca-M-২ | ইয়ে ৰাষ্ট্ৰীয় ঘাইপথ নং ৫৪ ক দুটা অৱস্থিতিত সংযোগ কৰে য'ৰ পৰা কৃ্ষি সামগ্ৰীসমূহ সহজলভ্য হয় । |
| ৩. | কাবুগঞ্জ (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪) পালনঘাট অম্ৰাঘাট মতিনগৰ আমজুৰ (SMD পথ ) | ৩১.৫০ | Ca-M-৩ | উৎপাদনথলীক ই ৰাষ্ট্ৰীয় ঘাইপথ নং ৫৪ৰ লগত সংযুক্ত কৰে । |
| ৪. | ৰামনগৰ আশ্ৰম চাংগুৰি CR এভেনিউ (নগৰীয়া পথ ) | ৭.০০ | Ca-M-৪ | ই সংযুক্ত কৰে ৰাষ্ট্ৰীয় ঘাইপথ নং ৫৩ আৰু ৰাজ্যিক ঘাইপথক । |
| ৫. | আশ্ৰম অম্বিকাপুৰ শিলচৰ (নগৰীয়া পথ ) | ৪.৫০ | Ca-M-৫ | জিলা সদৰক ই সংযুক্ত কৰে । |
| ৬. | পাইলাপুল ৰজাবজাৰ হৰিনগৰ কুমাৰচেৰা | ২৫.০০ | Ca-M-৬ | কাছাৰৰ বজাৰ এলেকাক এন.চি. হিলচ্ৰ লগত ই সংযোগ কৰিছে |
| ৭. | উজানগ্ৰাম ধোলচেৰা | ১৭.০০ | Ca-M-৭ | কাছাৰৰ বজাৰ এলেকাসমূহক ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ (সংযোজন)ৰ লগত ই সংযোগ কৰিছে |
| ৮. | কোৱাৰপুৰ শ্ৰীকোনা | ১৪.৬৫ | Ca-M-৮ | |
| ৯. | চহাপুৰ (কাছাৰ সীমান্ত ) দৰগাকোনা | ৬.০০ | Ca-M-৯ | উপায়ুক্ত, হাইলাকান্দিৰ পৰামৰ্শমতে সামৰি লোৱা হয় । |
| ১০. | গুমৰাহ শদিৰ খাল ৰাজা টিলা | ১৪.২০ | Ca-M-১০ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য ( কি.মি. ) | ১৬৫.৪৫ | |||
| চিৰাং | ||||
| ১. | চামঠাই বাৰী হাটিচৰ | ৩৩.৯৪ | Ch-M-১ | |
| ২. | গেৰুকাবাৰী বিজনী আমটেকা লালাই(লালাই ভূটানত) | ৫৮.০০ | Ch-M-২ | |
| ৩. | উলুবাৰী বৰো বজাৰ ৰঙীজৰা কালামাটি | ৪৩.৫০ | Ch-M-৩ | |
| ৪. | বিজনীগাওঁ ভেটাগাওঁ পানবাৰী | ২৭.৩০ | Ch-M-৪ | |
| ৫. | পাটিলদহা পানবাৰী গাভৰুখুন্দা মাঠানগুৰি | ৬০.৫০ | Ch-M-৫ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি. ) | ২২৩.২৪ | |||
| দৰং | ||||
| ১. | খাইৰাবাৰী আন্ধেৰীঘাট জয়ন্তীয়াপুৰ শালমাৰা | ২২.০০ | Dr-M-১ | |
| ২. | উত্তৰ গুৱাহাটী কুৰুৱা ডুমুনীচকী কুৰুৱা ডুমুনীচৌকি খাটাৰা পথ ( কামৰূপ জিলা সীমান্তলৈকে) | ৩৩.২০ | Dr-M-২ | ডুমুনিচুকৰপীৰা খাটাৰালৈকে PMGSYৰ অধীনত। অৱশ্যে কুৰুৱাৰপৰা যদি উত্তৰ গুৱাহাটী / আমিনগাওঁলৈ শংযোজিত কৰা হয় তেন্তে ডুমুনীচৌকি(মঙলদৈ)লৈ যোৱা ই এটা বিকল্প পথ হৈ পৰে । দৰং জিলাৰ অধীনত সংযোজিত কৰিবলগীয়া অংশৰ পৰিমাণ হৈছে ২.৫কি.মি.আৰু কামৰূপ জিলাৰ অধীনত কৰিবলগীয়া অংশ হৈছে = ১০ কিমি (প্ৰায়)। কামৰূপৰ অংশটো ইতিমধ্যে উন্নত আৰু সকলো দলঙকে পকী RCC দলং কৰা হৈছে । |
| ৩. | ডিপিলা বালিকুছী বেজেৰা পথ .(ডিপিলা বৰিগাওঁ পথ ) | ১০.৩০ | Dr-M-৩ | এই পথ PMGSYৰ অধীনীকৃত । অচিৰেই ই ৰাজ্যিক ঘাইপথ হ'ব । |
| ৪. | কলাইগাওঁ খৈৰাবাৰী | ৮.০০ | Dr-M-৪ | |
| ৫. | ছিপাঝাৰ টংলা বৰিচৌকা পথ . | ২২.০০ | Dr-M-৫ | EE গ্ৰাম্য পথৰ মতে PMGSY ৰ অধীনত । |
| ৬. | বৰদৌলগুৰি দেওমৰনৈ কুলশীপাৰ | ২৩.০০ | Dr-M-৬ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি. ) | ১১৮.৫০ | |||
| ধেমাজী | ||||
| ১. | গোগামুখ বাহবাৰী | ১১.০০ | Dm-M-১ | |
| ২. | ঘিলামৰা খলিহামাৰি বৰদলনি | ১৫.০০ | Dm-M-২ | |
| ৩. | অকাজান (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২) - লিকাবালি | ১২.০০ | Dm-M-৩ | |
| ৪. | লাইমেকুৰী নাৰী | ৪.০০ | Dm-M-৪ | অসম আৰু অৰুণাচলক সংযোগ কৰি NEC ১০ম পৰিকল্পনাৰ অধীনত আন্ত:ৰাজ্যিক পথ । |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৪২.০০ | |||
| ধুবুৰী | ||||
| ১. | হালিদয়গঞ্জ মানকাছাৰ পুৰকাছিয়া তুৰা | ৩০.৬১ | Dh-M-১ | |
| ২. | পুৰণা অসম ত্ৰাংক পথ ( ৰাষ্ট্ৰীয় ঘাইপথ -৩১ গোলকগঞ্জত লগ হৈ ৰাতিয়াদাহালৈ ) | ৮.৫০ | Dh-M-২ | |
| ৩. | বঙালীপাৰা ফকিৰাগ্ৰাম পথ | ১৪.০০ | Dh-M-৩ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৫৩.১১ | |||
| ডিব্ৰুগড় | ||||
| ১. | জলন বাচ আস্থান আমোলাপট্টী (সমদল পথ ) | ৫.৩০০ | Db-M-১ | নগৰীয়া পথ |
| ২. | মানকটা শৰাইঘাট পথ | ১৮.০০ | Db-M-২ | |
| ৩. | চাবুৱা - টেঙাখাট পথ | ১০.০০ | Db-M-৩ | |
| ৪. | দেওহাল তিনিআলি মধুটিং | ৮.১০ | Db-M-৪ | কিছু অংশ ৰাজ্যিক ঘাইপথ নং-২৪ৰ অধীনত । |
| ৫. | টিৱাৰিগুলা ডুলিয়াজান | ১০.০০ | Db-M-৫ | |
| ৬. | মাধৱপুৰ টিপ্লিং তিনিআলি | ৫.০০ | Db-M-৬ | |
| ৭. | নামৰূপ ৰাঙোচোৱাল (নামৰূপ সোনাৰী ) | ২৯.০০ | Db-M-৭ | |
| ৮. | ৰাজগড় জুকতলী (ভোজো ) | ৫.৯৭ | Db-M-৮ | |
| ৯. | পিঠাগুটি -দিচাং (পিঠাগুটি চেপাখাটি ) | ১৪.০০ | Db-M-৯ | |
| ১০. | নাহৰকটীয়া টিংখং | ২০.০০ | Db-M-১০ | |
| ১১. | মৰান গৌৰীসাগৰ (নিতাইপুখুৰী ) | ১৬.৪০ | Db-M-১১ | |
| ১২. | নাওহলীয়া তিপাম | ২১.০০ | Db-M-১২ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ১৬২.৭৭ | |||
| গোৱালপাৰা | ||||
| ১. | মাক্ৰী বামুনডঙা মালাধৰা | ১৬.৩৩ | Gl-M-১ | |
| ২. | ধনুভঙা তিপলাই গেৰুৱা চিমলীতোলা | ১৮.০০ | Gl-M-২ | |
| ৩. | কৃষ্ণাই মেন্দিপথাৰ | ১৩.৬৭ | Gl-M-৩ | NEC ৬ষ্ঠ পৰিকল্পনাৰ অধীনত |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৪৮.০০ | |||
| গোলাঘাট | ||||
| ১. | বোকাখাট ধনশিৰিমুখ | ৪.৮০ | Gt-M-১ | |
| ২. | কমাৰগাওঁ মহুৰা চাৰিআলি (মহুৰা আলি ) | ৪.১৮ | Gt-M-২ | |
| ৩. | খুমটাই বাদুলিপাৰ (খুমটাই পথ ) | ৭.২৫ | Gt-M-৩ | |
| ৪. | দৰিয়া আলি কানিয়াচাপৰি (মহবন্ধা আলি ) | ১৩.২১ | Gt-M-৪ | ৫ কি.মি. PMGSYৰ অধীনত যিটো PMGSYপথ সম্পূৰ্ণ হোৱাৰ পাছত MDR ৰ অধীনত আনিব পৰাৰ সম্ভাৱনা আছে । |
| ৫. | পুলিবৰ (পণ্ডিত হেমচন্দ্ৰ গোঁহাই (PHG) আলি ৫ম কি.মি. )ৰপৰা বাদুলিপাৰ ( ৪২ কি.মি. ৰাষ্ট্ৰীয় ঘাইপথ নং- ৩৭ৰ)(গোঁহাই আলি ) | ১৯.৩৬ | Gt-M-৫ | বৰ্তমানে ১৭.২৬ কি.মি. PMGSYৰ অধীনত যিটো PMGSYপথ সম্পূৰ্ণ হোৱাৰ পাছত MDR ৰ অধীনত আনিব পৰাৰ সম্ভাৱনা আছে । |
| ৬. | ফৰকাটিং বাইপাছ | ২.০৭ | Gt-M-৬ | |
| ৭. | বৰপথাৰ জামুগুৰি গোলাঘাট (ধন্দাশ্যাম আলি আৰু নগুৰা আলি ) | ৩২.৩৮ | Gt-M-৭ | |
| ৮. | চিলনীজান বৰপথাৰ সৰুপথাৰ নাওজান বোকাজানঘাট | ৪২.০০ | Gt-M-৮ | |
| ৯. | সৰুপথাৰ কাছমাৰী ওৰিয়ামঘাট ওৰিয়ামঘাট তিনিআলি | ৩১.৫০ | Gt-M-৯ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ১৫৬.৭৫ | |||
| হাইলাকান্দি | ||||
| ১. | মনাছেৰা ইছানচেৰা (হাইলাকান্দি সীমান্ত ) | ৮.৫০ | Hi-M-১ | |
| ২. | আলগাপুৰ মোহনপুৰ কোৱাৰপুৰ | ৮.৩০ | Hi-M-২ | |
| ৩. | সমাৰিকোনা গাগলাচেৰা বিলাইপুৰ ফাইচেন | ৩৯.৯৯ | Hi-M-৩ | NEC ১০ম পৰিকল্পনাৰ অধীনত |
| ৪. | লালা গাগলাচেৰা | ৬.১১ | Hi-M-৪ | কটাখাল নদীৰ ওপৰৰ এখন দলং NEC ১০ম পৰিকল্পনাৰ অধীনত নিৰ্মানৰত । |
| ৫. | হাইলাকান্দি ৰতনপুৰ চহাপুৰ (কাছাৰ সীমান্ত ) | ২৪.০০ | Hi-M-৫ | হাইলাকান্দিৰ উপায়ুক্তৰ পৰামৰ্শমতে সামৰি লোৱা হৈছে । |
| ৬. | কাটলিচেৰা ভেটাৰবন্ধ | ১২.০০ | Hi-M-৬ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৯৮.৯০ | |||
| যোৰহাট | ||||
| ১. | চিনামৰা তিতাবৰ নগাবাট | ৪২.১০ | Jt-M-১ | |
| ২. | নিমাতিঘাট লাদৈগড় চামতাল | ২৩.৮৮ | Jt-M-২ | AACPৰ অধীনত কাম চলি আছে । AACP পথ সম্পূৰ্ণ হোৱাৰ পাছত MDR ৰ অধীনত আনিব পৰাৰ সম্ভাৱনা আছে । |
| ৩. | যোৰহাট নিমাতীঘাট | ১২.২৮ | Jt-M-৩ | |
| ৪. | কাণিচাপৰি কাকদোঙা(মহবন্ধা আলি ) | ১০.৮০ | Jt-M-৪ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৮৯.০৬ | |||
| কামৰূপ | ||||
| ১. | চেপ্তি কালহাটি (ৰঙিয়া হাজো পথ ) | ২২.৫০ | Km-M-১ | |
| ২. | চাংসাৰি চেচা | ১৪.০০ | Km-M-২ | |
| ৩. | বেজেৰা বালিকুছি | ১২.৫০ | Km-M-৩ | |
| ৪. | ধাৰাপুৰ পলাশবাৰী উপৰাহ আলি (পুৰণা অসম ত্ৰাংক পথ ) | ১২.৮১ | Km-M-৪ | |
| ৫. | ছায়াগাওঁ ঔগুৰি কুলসী লোহাৰঘাট | ২৩.১০ | Km-M-৫ | |
| ৬. | আজাৰা ৰাণী লোহাৰঘাট (ৰাণী NEC পথ ) | ১৮.৯২ | Km-M-৬ | NECৰ অধীনত । |
| ৭. | বৰখাট বৰ্ণী | ১৫.০০ | Km-M-৭ | |
| ৮. | ধূপধৰা আদকগাড়ী | ১১.০০ | Km-M-৮ | NEC ৬ষ্ঠ পৰিকল্পনা |
| ৯. | চিংগ্ৰা হাহিম | ১৫.৫১ | Km-M-৯ | NEC ৬ষ্ঠ পৰিকল্পনা (বকো হাহিম ১৫.০০ কি.মি. অংশটো NESRP ৰ অধীনত সামৰা হৈছে) |
| ১০. | সোনাপুৰ উমদেন নংপো | ১৭.৫২ | Km-M-১০ | NEC ৯ম পৰিকল্পনা |
| ১১. | কমলপুৰ বাহৰঘাট | ১১.৫০ | Km-M-১১ | |
| ১২. | বাইহাটা চাৰিআলি গোৰেশ্বৰ দেওচুং | ১২.০০ | Km-M-১২ | |
| ১৩. | পলাশবাৰী মিৰ্জা লোহাৰঘাট ৰাজাপাৰা চানডুবি পথ | ৩৬.০০ | Km-M-১৩ | পৰ্যটন ক্ষেত্ৰ চান ডুবিলৈ সংগোগ পথ |
| ১৪. | উত্তৰ গুৱাহাটীৰ পৰা কামৰূপ জিলা সীমান্ত লৈ (আমিনগাওঁ কুৰুৱা দুমুনীচকী খাটাৰা পথ | ৫.০০ | Km-M-১৪ | |
| ১৫. | বংচৰ শুৱালকুছী | ২.৫০ | Km-M-১৫ | ৰাজ্যখনৰ বস্ত্ৰশিল্পৰ অন্যতম মুখ্য স্থান শুৱালকুছীৰ লগত ই সংযোগ কৰিছে । |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ২২৯.৮৬ | |||
| কাৰ্বি আংলং | ||||
| ১. | নেলী উমাপানাই খান্দুলি তপাত | ১৪৪.৭০ | Ka-M-১ | |
| ২. | উমপানাই হামৰেণ | ৬০.০০ | Ka-M-২ | |
| ৩. | বিচিথুৰ উলুকুঞ্চী | ২৬.০০ | Ka-M-৩ | |
| ৪. | হাওৰাঘাট পৰাখোৱা | ১৪.৭৪ | Ka-M-৪ | |
| ৫. | হাওৰাঘাট দকমকা | ১৩.৬৫ | Ka-M-৫ | |
| ৬. | দকমকা আনজকপানী কুথৰী | ৮৪.০০ | Ka-M-৬ | |
| ৭. | ডোকমোকা সোনাপুৰ চৌকিহোলা (D.S.C) | ৩৬.৭৫ | Ka-M-৭ | |
| ৮. | ডিফু দিলাই সৰিয়হজান | ৪৩.০০ | Ka-M-৮ | |
| ৯. | জপৰাজান (ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৯) ওপৰ দেওপানী | ৮.০০ | Ka-M-৯ | |
| ১০. | বকুলীয়া (ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬) ৰাজাপথাৰ ভেলুগুৰী কাছমাৰী চমাগুৰি বজাৰ কাৰ্কক (ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬) | ৩২.০০ | Ka-M-১০ | ৰাজাপথাৰ আৰু চামগুৰিৰ দুখন বজাৰ এলেকাক ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬ৰ লগত সংযোগ কৰিছে । |
| ১১. | খেৰণি তাহপাত জিৰ্কিন্দিং | ৩২.০০ | Ka-M-১১ | |
| ১২. | কথালগুৰি পাৰাখোৱা | ৫৭.০০ | Ka-M-১২ | |
| ১৩. | বৰজুৰি ডোলামৰা | ৯.০০ | Ka-M-১৩ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৫৬০.৮৪ | |||
| কৰিমগঞ্জ | ||||
| ১. | লালপুল থমুৱা জনকল্যাণ সাগৰপাৰ বেলালা | ৯.১০ | Kj-M-১ | জিলাখনৰ মূখ্য গুৰুত্বপূৰ্ণ MDR পথ যিয়ে ৰাজ্যিক ঘাইপথ নং-৩৯ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নং- ৪৪ক সংযোগ কৰিছে । |
| ২. | জনকল্যাণ ইৰালিগুল শিৱবাৰী | ২১.৩০ | Kj-M-২ | MDRৰ দ্বিত্বীয় গুৰুত্বপূৰ্ণ পথ । |
| ৩. | ফকিৰা বজাৰ (ৰাষ্ট্ৰীয় ঘাইপথ নং-১৫১) নিলম বজাৰ (ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪) | ২১.০৭ | Kj-M-৩ | MDRৰ তৃতীয় গুৰুত্বপূৰ্ণ পথ । নিলমবজাৰ হৈছে উত্তৰ পূৱৰ এখন অন্যতম ডাঙৰ বজাৰ । NESRPৰ অধীনত সামৰা হৈছৈ (এখন দলং RIDF IXৰ অধীনত ) |
| ৪. | কানাইবজাৰ (ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪) ৰঘুৰটুক বিলবাৰী | ১৭.৬৫ | Kj-M-৪ | বাংলাদেশৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তলৈ শংযোগ কৰিছে । |
| ৫. | আনিপুৰ দুৰ্লভচেৰা জমুৱাং | ৪৭.০০ | Kj-M-৫ | সম্পূৰ্ণ দৈৰ্ঘ্যলৈকে বৰ্তমানে NECৰ অধীনত সামৰা হৈছে । |
| ৬. | কৰিমগঞ্জ লংগাই বালিয়া ইছাগঞ্জ ৰাৰৈগ্ৰাম (ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪) | ৩০.২০ | Kj-M-৬ | আন্ত:ৰাষ্ট্ৰীয় সীমান্ত.সংযোগ কৰে । |
| ৭. | লোৱাইৰপোৱা ৰঙামাটি কাণমুন | ২৬.০০ | Kj-M-৭ | NEC ৰ অধীনত । NEC ৬ষ্ঠ পৰিকল্পনাৰ অধীনত মধ্যমীয়া লেন পথলৈ উন্নীত কৰা হয় । |
| ৮. | ভঙা (ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪) ভৈৰৱনগৰ R K নগৰ অনিপুৰ কানাইবজাৰ (আছিমগঞ্জ ) (ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪) | ৬৫.২১ | Kj-M-৮ | NEC ৬ষ্ঠ পৰিকল্পনাৰ অধীনত মধ্যমীয়া লেন পথলৈ উন্নীত কৰা হয় । |
| ৯. | পোলদাৰ বাৰুৱালা আৰ কে নগৰ কদমতলা ইছানগঞ্জ | ১৭.২০ | Kj-M-৯ | |
| ১০. | চোৰগোলা(ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪) ঘোৰামৰা মাৰ্জাথকান্দি দত্তপাৰ পইন্ট আংলাবজাৰ বদৰপুৰ ঘাট (ৰাষ্ট্ৰীয় ঘাইপথ নং- ৪৪) | ২৮.৯০ | Kj-M-১০ | |
| ১১. | নিলমবজাৰ দত্তগ্ৰাম লক্ষীপুৰ পথাৰকান্দি | ২০.৫০ | Kj-M-১১ | |
| ১২. | বজাৰঘাট গোবিন্দজঞ্জ ফকুৱা | ৮.০০ | Kj-M-১২ | মুখ্য সংযোগী পথ |
| ১৩. | মলুৱাৰপৰা বৰাক নদীৰ কাষ | ১.৩০ | Kj-M-১৩ | দলং প্ৰস্তাৱিত হৈছে (৪০০ মি) |
| ১৪. | কৰিমগঞ্জ বগৰ সংগন লক্ষীবাজাৰ চুটেৰকান্দি | ১৬.২০ | Kj-M-১৪ | দলং প্ৰস্তাৱিত হৈছে (৪০০ মি) |
| ১৫. | দুৰ্লভচেৰা ভেৰাৰনাবদ | ১৩.০০ | Kj-M-১৫ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৩৪২.৬৩ | |||
| কোকৰাঝাৰ | ||||
| ১. | গোসাইগাওঁ তমৰহাট | ২৩.৭৭ | Kk-M-১ | কৃষিভিত্তিক বজাৰ কেন্দ্ৰ তামাৰাটক গোসাইগাৱঁৰ লগত ৰাষ্ট্ৰীয় ঘাইপথ নং- ৩৭ -চি ত এই পথে সংযোগ কৰিছে । (ই হ'ব লাগে MDR, ৰাজ্যিক ঘাইপথ নহয়) |
| ২. | গোঁসাইগাওঁ সপতগ্ৰাম | ২১.১০ | Kk-M-২ | |
| ৩. | দতমা সপতগ্ৰাম (বৰকান্দা সপতগ্ৰাম) | ১৭.০০ | Kk-M-৩ | |
| ৪. | ফকিৰাগ্ৰাম কডালডোহা | ১.৫০ | Kk-M-৪ | |
| ৫. | ফুটকিবাৰী কোকৰাঝাৰ | ৭.৫০ | Kk-M-৫ | |
| ৬. | বিচমূৰী সৰলপাৰা সৰভোগ | ৩৪.৮৫ | Kk-M-৬ | |
| ৭. | চৰাইখোলা বাসুগাওঁ কাশীকোট্ৰা | ২৫.৬৮ | Kk-M-৮ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ১৩১.৪০ | |||
| লক্ষীমপুৰ | ||||
| ১. | পহুমৰা কিমিন (দেজু কিমিন )পথ | ১৭.৩৬ | Lk-M-১ | |
| ২. | উত্তৰ লক্ষীমপুৰ ধলঘাট ঘোনাসুটি ঢকুৱাখানা মেটমৰাঘাট | ৪৬.০০ | Lk-M-২ | |
| ৩. | বাহবাৰী জেংৰাইমুখ | ৩৪.০০ | Lk-M-৩ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৯৭.৩৬ | |||
| মৰিগাওঁ | ||||
| ১. | মৰিগাওঁ বৰঙাবাৰী ঢেকীফলা | ৯.০০ | Mo-M-১ | তলৰ পথসমূহ বৰ্তমানে উন্নিত কৰা হৈ আছে যিহেতু PMGSY ৰ অধীনৰ গ্ৰাম্য পথসমহৰ PMGSY পথৰ কাম শেষ হোৱাৰ পাছত MDRলৈ উন্নিত কৰিব পৰা যাব । ১) বৰঙাবাৰী ভুৰবন্ধা গৰৈমাৰী বৰচলা মৈৰাবাৰী . ২.বৰঙাবাৰী লাওভুৰাঙা কুশতলী বাগলিপাৰা . ৩. বৰভগীয়া মিকিৰভেট বৰুৱাআটি ( নগাওঁ জিলাত MDR পথ সংযোগী) ৪. তেলাহী দলবাৰী (দৈৰ্ঘ্য=৮ কি.মি. ) |
| ২. | মৈৰাবাৰী –গৰিয়াবাৰী ( পেটেকীবাৰী থানেৰে ) | ৭.০০ | Mo-M-২ | |
| ৩. | বৰঙাবাৰী লাওভুৰুঙা কুশতলী বগলীপাৰা | ১৯.০০ | Mo-M-৩ | কৃষি উৎপাদন কেন্দ্ৰসমূহক জিলা সদৰৰ লগত সংযোগ কৰে । বৰ্তমানে AACPৰ উন্নিতকৰণ প্ৰকল্পৰ অধীনত আছে। |
| ৪. | বৰঙাবাৰী ভুৰবন্ধা গৰৈমাৰী বৰচলা মৈৰাবাৰী | ২৩.০০ | Mo-M-৪ | বিভিন্ন কৃষি উৎপাদনক আৰু বজাৰ কেন্দ্ৰৰে সংযোগ কৰিছে। মৈৰাবাৰীৰপৰা জিলা সদৰ মৰিগাওঁ আৰু নগাওঁলৈ সংযোগ কৰিছে । বৰ্তমানে PMGSYৰ অধীনত । |
| ৫. | বৰভগীয়া মিকিৰভেটা বৰুৱাটি | ২০.০০ | Mo-M-৫ | বিভিন্ন কৃষি উৎপাদনক আৰু বজাৰ কেন্দ্ৰৰে সৈতে ৰাজ্যিক ঘাইপথ নং-৩ৰে সংযোগ কৰিছে । বৰ্তমানে PMGSYৰ অধীনত আছে । |
| ৬. | তেলাহী (ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭) মৰিগাওঁ (দলবাৰী ) | ৮.০০ | Mo-M-৬ | জিলা সদৰ মৰিগাওঁক ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ৰে সংযোগ কৰিছে ।. এইটো হৈছে জিলা সদৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ৰ মাজত সবাতোকৈ চুটি সংযোগী পথ । |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৮৬.০০ | |||
| নগাওঁ | ||||
| ১. | ধিং বৰুৱাআটি জাজৰি কুৰুৱাবাহী বেবেজীয়া ঘাহী দক্ষিণপাট ননৈ চুটীয়াগাওঁ | ৫৮.৯৪ | Ng-M-১ | |
| ২. | ডিমৌ ৰাই দঙীয়া | ১১.৫৫ | Ng-M-২ | |
| ৩. | নগাওঁ জুৰীয়া বালিকাটীয়া ধিং আকৰাবড়ী | ২১.৩০ | Ng-M-৩ | |
| ৪. | সোনাই জুৰীয়া সাইদৰীয়া | ২১.১০ | Ng-M-৪ | |
| ৫. | ৰূপহী বৰমা ৰঙাগড়া শিৱস্থান মিছা | ৩২.৩৭ | Ng-M-৫ | |
| ৬. | ৰূপহী পুঠিখাইতী | ১১.৫০ | Ng-M-৬ | |
| ৭. | ৰূপহী পুৰণিগুদাম চাপানলা | ১৫.৮০ | Ng-M-৭ | |
| ৮. | মৰিকলং বৰমা | ২৩.০০ | Ng-M-৮ | |
| ৯. | গোমোঠা বঢ়মপুৰ বামুনী | ৬.৭৪ | Ng-M-৯ | |
| ১০. | নগাওঁ ননৈ | ১৩.৬৯ | Ng-M-১০ | |
| ১১. | কামপুৰ জমুনামুখ সৰুপথাৰ | ১৪.১০ | Ng-M-১১ | |
| ১২. | আমবাগান শিঙিমাৰি | ১১.৫০ | Ng-M-১২ | |
| ১৩. | চামগুৰি শিঙিমাৰী লাইলুৰি | ১৩.২৪ | Ng-M-১৩ | |
| ১৪. | নিজ কলিয়াবৰ শিবস্থান Sibasthan | ১৮.১০ | Ng-M-১৪ | |
| ১৫. | শিলঘাট কুঁৱৰীতোল | ৬.২৭ | Ng-M-১৫ | |
| ১৬. | জখলাবন্ধা শিলঘাট স্টিমাৰঘাট | ১১.৩০ | Ng-M-১৬ | |
| ১৭. | শিলঘাট নলতলী | ৪.০০ | Ng-M-১৭ | |
| ১৮. | আমচৈ দিঘলীআটি | ১৬.০০ | Ng-M-১৮ | এই দৈৰ্ঘ্যৰ সংশোধন কৰা হৈছে আৰু নতুনকৈ আমচৈ দিঘলীআটি হিচাপে জোখ ধৰা হৈছে (দৈৰ্ঘ্য=১৭কি.মি.) (০৭.০৭.০৭ তাৰিখে) |
| ১৯. | ৰহা বাৰপূজীয়া | ৫.৭০ | Ng-M-১৯ | |
| ২০. | পুৰণা অসম ত্ৰাংক পথ ৰহা | ২.১০ | Ng-M-২০ | |
| ২১. | কছুৱাগাওঁ চাপৰমুখ | ২.২০ | Ng-M-২১ | |
| ২২. | লংকা খাৰিখানা | ৬.০০ | Ng-M-২২ | গুৰুত্বপূৰ্ণ ঠাই খেৰণিক ৰাজ্যিক ঘাইপথ নং-১৬ৰে ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ E লৈকে লংকাত সংযোগ কৰিছে । NEC ১০ম পৰিকল্পনাৰ অধিনত বৰ্তমানে এই পথটো উন্নিত কৰা হৈ আছে মধ্যমীয়া লেনলৈ । |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৩২৬.৫০ | |||
| নলবাৰী | ||||
| ১. | মৰুৱা বাহৰঘাট | ৫.০০ | Nl-M-১ | |
| ২. | ৰামপাৰ বেলসৰ | ১৯.৫৫ | Nl-M-২ | NEC ১০ম পৰিকল্পনাৰ অধীনত |
| ৩. | পুৰণা এন-টি-পথ | ৮.০০ | Nl-M-৩ | জিলা সদৰ নলবাৰীক ৰাষ্ট্ৰীয় ঘাইপথ ৩১ক লগ লগাইছে দুয়ো শীৰ্ষ ঠাইতে । |
| ৪. | নিত্তানন্দ জলাহ | ১২.০০ | Nl-M-৪ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৪৪.৫৫ | |||
| উত্তৰ কাছাৰ পাৰ্বত্য জিলা | ||||
| ১. | খেজুৰবন্দ বনকাই | ৫৩.০০ | Nc-M-১ | |
| ২. | অমৰানগৰ মহুৰ | ৪৬.০০ | Nc-M-২ | |
| ৩. | কুমাৰচেৰা হাজাইচাক | ৭৫.০০ | Nc-M-৩ | |
| ৪. | লাইকে লাইচাং | ২৫.০০ | Nc-M-৪ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ১৯৯.০০ | |||
| শিৱসাগৰ | ||||
| ১. | আমগুৰি দেওপানী গেলেকী কলীয়াপানী (লাহদৈগড় আলি -১) | ২৫.৬৩ | Sb-M-১ | |
| ২. | জয়সাগৰ নামতি খৰিকটীয়া দেওপানী (খৰিকটীয়া আলি ) | ১৯.৩০ | Sb-M-২ | |
| ৩. | জয়সাগৰ নাজিৰা আঠখেল (বৰ আলি + গেলেকী আলি ) | ৩০.০০ | Sb-M-৩ | |
| ৪. | শিৱসাগৰ ষ্টেছন -চাৰিআলি সোনাপূৰা বালিঘাট (নাজিৰা আলি ) | ১৪.০০ | Sb-M-৪ | |
| ৫. | চেপন সোনপূৰা | ২৬.০০ | Sb-M-৫ | |
| ৬. | গৰমূৰ চোলাপথাৰ (ৰাজগড় পথ ) | ১৬.০০ | Sb-M-৬ | |
| ৭. | চেপন চাফ্ৰাই | ২১.৮১ | Sb-M-৭ | |
| ৮. | মৰাণহাট ষ্টেছন ফীডাৰ পথ | ০.৩০ | Sb-M-৮ | |
| ৯. | কাকতিবাৰি কচুমাৰী বানাম আলি মৰান ( মাহমৰা আলি , কাছমাৰী বনাম আলি , মৰান বনমালি) | ২৩.৩০ | Sb-M-৯ | |
| ১০. | সোনাৰী ভোজো কাকতি বাৰী খামুনগাওঁ (ৰাজগড় ভোজো আলি ) | ১৪.৫০ | Sb-M-১০ | |
| ১১. | দিচাং চেপাখাটি (পিঠাগুটি চেপাখাটি ) | ১১.০০ | Sb-M-১১ | |
| ১২. | বগাবাঘ চাহ বাগিছা - দিল্লিঘাট (লাহদৈগড় আলি -২) | ১৮.৯৫ | Sb-M-১২ | |
| ১৩. | সোনাৰী নামতোলা | ১০.৬০ | Sb-M-১৩ | (আন্ত-ৰাজ্যিক পথ যিয়ে উপবিভাগীয় সদৰ সোনাৰীক ধোদৰ আলি (ৰাজ্যিক ঘাইপথ নং-১)য়েদি নাগালেণ্ডৰ জিলা সদৰ মনৰ লগত সংযোগ কৰিছে। ( পূৰ্বতে NEC ৫ম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত একক-লেনলৈ উন্নীত হৈছিল ) |
| ১৪. | গৌৰীসাগৰ নিতাইপুখুৰী লাওখোৱা (গৌৰীসাগৰ মৰাণ পথ ) | ৫০.০০ | Sb-M-১৪ | |
| ১৫. | লংদিং বিমলাপুৰ | ১৩.০০ | Sb-M-১৫ | NEC ৬ষ্ঠ পৰিকল্পনাৰ অধীনত ই এটা আন্ত ৰাজ্যিক পথ যিয়ে অসম আৰু নগালেণ্ড সংযোগ কৰিছে । |
| ১৬. | শিমলুগুৰি নাগিনিমৰা | ১৪.০০ | Sb-M-১৬ | NEC ৫ম পৰিকল্পনাৰ অধীনত ই এটা আন্ত ৰাজ্যিক পথ যিয়ে অসম আৰু অৰুণাচলক সংযোগ কৰিছে । |
| ১৭. | ধোদৰ আলি চৰাইদেউ | ১.২০ | Sb-M-১৭ | ৰাজ্যিক ঘাইপথ নং-১ৰ পৰা চৰাইদেউ মৈদানলৈ আহোম ৰজাসকলৰ স্মৃতিশৌধ থকা ঠাই সংযোগী পথ |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৩০৯.৫৯ | |||
| শোনিতপুৰ | ||||
| ১. | বৰচলা চিৰাজুলী (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২) হাগ্ৰাজুলী মাজবাট | ৩২.০০ | Sn-M-১ | |
| ২. | ঘগ্ৰাকছাৰী হাগ্ৰাজুলি চপাই ৰৌমাৰী | ২০.০০ | Sn-M-২ | |
| ৩. | চিংগ্ৰী ঢেকীয়াজুলী ঘধৰাকছাআৰী ঢেকীয়াজুলি ৰেলৱে ষ্টেছন | ২৫.০০ | Sn-M-৩ | গুপ্তেশ্বৰ মন্দিৰ থকা চিংগ্ৰী হৈছে অতি বিখ্যাত ধৰ্মীয় স্থান আৰু পৰ্যটন ক্ষেত্ৰ । |
| ৪. | কেহেৰুখন্দা (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২) বেলশিৰি ৰেলৱে আস্থান কালামাটিগেট | ২৪.০০ | Sn-M-৪ | |
| ৫. | বালিপাৰাৰপৰা পুৰণি মিছামাৰি | ২৩.০০ | Sn-M-৫ | |
| ৬. | ছাগলীহাট খেলমাটি বৰজুলী | ২০.০০ | Sn-M-৬ | |
| ৭. | থেলামৰা (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২) বান্দৰমাৰী বিন্দুকুৰী খনামুখ | ৪৫.০০ | Sn-M-৭ | |
| ৮. | লখৰা ( ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২) বগীজুলী | ১৮.০০ | Sn-M-৮ | |
| ৯. | ইটাখোলা – চিজুছা (অৰুণাচল প্ৰদেশ) | ১৯.০০ | Sn-M-৯ | ই অৰুণাচল প্ৰদেশৰ চিজুছাক ইটাখোলাৰ লগত সংযোগ কৰে । |
| ১০. | মনাবাৰী বৰঙাবাৰী | ৩২.০০ | Sn-M-১০ | |
| ১১. | বালিজান গামেৰিঘাট | ১৩.০০ | Sn-M-১১ | |
| ১২. | বিশ্বনাথগুৰি বিশ্বনাথ চাৰিআলি | ১৯.০০ | Sn-M-১২ | |
| ১৩. | নাগশংকৰৰওৰা জামুগুৰি | ১৩.০০ | Sn-M-১৩ | |
| ১৪. | জামুগুৰিৰপৰা তেজপুৰলৈ | ২৯.০০ | Sn-M-১৪ | |
| ১৫. | তেজপুৰ-চাৰ্কিট হাউচ-তেজপুৰ- তেজপুৰ বিশ্ববিদ্যালয় | ১৩.৫০ | Sn-M-১৫ | |
| ১৬. | মিলনপুৰ বেচেৰিয়া মানসিক চিকিৎসালয় | ১৩.০০ | Sn-M-১৬ | |
| ১৭. | বালিজান জট্টে | ১৩.১০ | Sn-M-১৭ | NEC ৯ম পৰিকল্পনা |
| ১৮. | বালিপাৰাৰপৰা ভালুকপুং | ৩০.০০ | Sn-M-১৮ | |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ৪০১.৬০ | |||
| তিনিচুকীয়া | ||||
| ১. | পানীতোলা দিনজান তিনিচুকীয়া | ২৬.৪০ | Tn-M-১ | সংযোগ কৰিছে সেনাৰ কেন্দ্ৰস্থল দিনজানক পানীতোলা (ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭)ৰ লগত সংযোগ কৰিছে । |
| ২. | মিৰিগাওঁ বৰগোৱা চেপাখোৱা | ১২.২০ | Tn-M-২ | আন্ত:ৰাজ্যিক সংযোগ কৰিছে অসমৰ শদিয়াক অৰুণাচলৰ পাছিঘাটৰ লগত । |
| ৩. | ধলা হাঁহখাটি তেলেকোলা সোনপুৰা (লোহিত ভেলী পথ) | ৪৫.০০ | Tn-M-৩ | |
| ৪. | ডিগবৈ পেঙেৰী বৰডুমচা | ৩৪.৬৩ | Tn-M-৪ | আন্ত: ৰাজ্যিক পথ যিয়ে অসমৰ ঔদ্যোগিক কেন্দ্ৰ ডিগবৈক ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৮ত অৰুণাচল প্ৰদেশৰ বৰদুমচাক লগত সংযোগ কৰিছে । মধ্যমীয়া লেনেৰে উন্নীত কৰাৰ পৰিকল্পনা হৈছে MDRলৈ ( NEC ১০ম পঞ্চবাৰ্ষিক পৰিকল্পনাত) |
| ৫. | বৰদুমচা কৈলাশপুৰ ডিৰাক গেইট (ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২) | ২১.০০ | Tn-M-৫ | |
| ৬. | ইছলামপুৰ তিনিআলিপৰা শান্তিপুৰলৈ | ১২.০০ | Tn-M-৬ | |
| ৭. | মাৰ্ঘেৰিটা – চাংলাং | ৬.৪১ | Tn-M-৭ | আন্ত: ৰাজ্যিক পথ যিয়ে সংযোগ কৰিছে অসমৰ উপবিভাগীয় সদৰ মাৰ্ঘেৰিটাক অৰুণাচলৰ জিলা সদৰ চাংলাঙৰ লগত ।মধ্যমীয়া লেনেৰে উন্নীত কৰাৰ পৰিকল্পনা হৈছে MDRলৈ ( NEC ৯ম পঞ্চবাৰ্ষিক পৰিকল্পনাত) |
| ৮. | মাৰ্ঘেৰিটা – দেওমালি | ১৩.৩০ | Tn-M-৮ | অসম আৰু অৰুণাচলৰ মাজত আন্ত:ৰাজ্যিক সংযোগ । NEC ৫ম পৰিকল্পনাৰ অধীনত । |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ১৭০.৯৪ | |||
| উদালগুৰি | ||||
| ১. | খৈৰাবাৰী আন্ধেৰীঘাট জয়ন্তীপুৰ শালমৰা | ১১.০০ | Ud-M-১ | |
| ২. | ছিপাঝাৰ বৰিচৌকা টংলা | ১১.০০ | Ud-M-২ | PMGSYৰ অধীনত EE গ্ৰাম্য পথৰ মতে |
| ৩. | কলাইগাওঁ বেংবাৰী পথ ( মেকেঞ্জী পথ ) | ১৮.৮০ | Ud-M-৩ | |
| ৪. | উদালগুৰি (কাহিবাৰী) ভৈৰৱকুন্দ | ১৬.৫০ | Ud-M-৪ | |
| ৫. | ধনশিৰিঘাট গৰৈমাৰী | ৬.৫০ | Ud-M-৫ | বৰ্তমানে ই এটা গ্ৰাম্য পথ যাক এমডিআৰলৈ উন্নীত কৰা হ'ব PMGSY কাম-কাজ সম্পূৰ্ণ হোৱাৰ পাছত ।ইয়াক উদালগুৰিৰ উপায়ুক্তৰ পৰামৰ্শমতে সামৰি লোৱা হৈছে । |
| ৬. | গেলাবিল মেজবাট চিৰাজুলি | ১৩.০০ | Ud-M-৬ | |
| ৭. | ওৰাং মাজবাট ৰূপা | ৩১.৭৮ | Ud-M-৭ | বৰ্তমানে NECৰ অধীনত আৰু BROক অধিক কামৰ বাবে দিয়া হৈছে |
| ৮. | ওৰাং ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ | ১৬.০০ | Ud-M-৮ | ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানলৈ সংযোগী পথ |
| জিলা মতে মুঠ দৈৰ্ঘ্য (কি.মি.ত ) | ১২৪.৫৮ | |||
| MDR ৰ সৰ্বমুঠ দৈৰ্ঘ্য = | ৪৪১৩.০২ কি.মি. | |||
| Title | Size | Detail |
|---|---|---|
| মুখ্য জিলা পথসমূহ(MDR)ৰ তালিকা | 391.13 KB |