ফকৰুদ্দিন আলি আহমেদ পকী পথ নিৰ্মাণ আঁচনিখন বাৰ্ষিক পৰিকল্পনাৰ অন্তৰ্গত গ্ৰাম্য পথসমূহ প্ৰতি বিধানসভা সমষ্টিতে বনোৱাৰ উদ্দেশ্যে যুগুতাই উলিওৱাম হৈছিল । মুঠ ৩৬৮ কি.মি. পথৰ কাম অনুমোদিত হৈছিল :: টকাৰ পৰিমাণ ২৬০.০৫ কোটি । বৰ্তমানে এই আঁচনিখন SOPDৰ অধীনত ৰূপায়িত কৰা হৈছে ।
ক্ৰমাংক | বিধানসভা সমষ্টিৰ নাম | বিভাগৰ নাম | আঁচনি/প্ৰকল্পৰ নাম | পথৰ দৈৰ্ঘ্য (কি.মি.ত) | পৰিমাণ অনুমোদিত হোৱা (লাখ টকাত) |
---|---|---|---|---|---|
অংশ -I - সমষ্টি ভিত্তিক | |||||
১ | ৰটাবাৰী | কৰিমগঞ্জ RRD | পথ নিৰ্মাণ : কলাচেৰাৰ চি.R. পথৰপৰা শিংগীয়া নাচ ঘৰলৈকে(Ch.৯৯৬৬.০০ মি.ৰপৰা Ch.১১৮৮৩.০০ মি.লৈ ) | ১.৯২ | ১৫০.০০ |
২ | পাথৰকান্দি | কৰিমগঞ্জ RRD | পথ নিৰ্মাণ:: বজাৰিচেৰাৰ –শ্ৰীনগৰ PWD পথৰপৰা চাগলমুৱালৈকে (Ch.০.০০ মি. ৰপৰা Ch.১৭৫০.০০ মি.লৈকে ),পথাৰকুন্দি বিধানসভা সমষ্টি | ১.৭৫ | ১৫০.০০ |
৩ | উত্তৰ কৰিমগঞ্জ | কৰিমগঞ্জ RRD | এন. কে. PWD পথ (Ch.০.০০ মিটাৰৰপৰা Ch.২০০০.০০ মি.) কৰিমগঞ্জ গ্ৰাম্য পথ বিভাগৰ অন্তৰ্গত ,পেকেজ নং-.FAPNA-৩ | ২.০০ | ১৫০.০০ |
৪ | দক্ষিণ কৰিমগঞ্জ | কৰিমগঞ্জ RRD | পথ নিৰ্মাণ: i) চাৰগোলা কালিগঞ্জ PWD পথৰপৰা নাইৰগ্ৰাম ৰেলৱে লাইন (Ch.০.০০ মিটাৰৰপৰা Ch.৬১৫.০০ মিটাৰলৈ) ii) ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪ ৰপৰা কমল উদ্দিনৰ ঘৰ হৈ বকৰছাল (Ch.০.০০ Ch.৫০৫.০০ মিটাৰ)আৰু iii) ৰাষ্ট্ৰীয় ঘাইপথ নং-৪৪ৰপৰা বকৰছাল লৈকে (Ch.০.০০ মিটাৰৰপৰা Ch. ৬৩২.০০ মিটাৰ) কৰিমগঞ্জ গ্ৰাম্য পথ বিভাগৰ অধীনত , পেকেজ নং-.FAPNA-৪ | ১.৭৪ | ১৫০.০০ |
৫ | বদৰপুৰ | কৰিমগঞ্জ RRD | পথ নিৰ্মাণ : ভঙা চিনিপতন PWD পথৰপৰা কানকালাস গাওঁলৈ (Ch.০.০০ মিটাৰ ৰপৰা Ch.২০০০.০০মি.লৈ) কৰিমগঞ্জ গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-৫ | ২.০০ | ১৫০.০০ |
৬ | হাইলাকান্দি | হাইলাকান্দি RRD | পথ নিৰ্মাণ: হাইলাকান্দিৰপৰা গুদামঘাট পথহৈ ভিচিংছা পইন্ট-II(Ch.০.০০ মিটাৰৰপৰা Ch.১৯০০.০০মি.লৈ) হাইলাকান্দি গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-০৬ | ১.৯০ | ১৫০.০০ |
৭ | কাটলিচাৰা | হাইলাকান্দি RRD | পথ নিৰ্মাণ : কাৰিচেৰাৰপৰা ধাৰাপুৰলৈ (Ch.০.০০ মিটাৰৰপৰা Ch.১৫৫২.০০মি.লৈ) হাইলাকান্দি গ্ৰাম্য পথ বিভাগৰ অধীনত , পেকেজ নং-.FAPNA-০৭ | ১.৫৫ | ১৫০.০০ |
৮ | আলগাপুৰ | হাইলাকান্দি RRD | পথ নিৰ্মাণ জংকীবজাৰৰপৰা ধলীধৰ গ্ৰান্টলৈকে (Ch.০.০০ মিটাৰৰপৰা Ch.১৮০০.০০মি.লৈ) হাইলাকান্দি গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-০৮ | ১.৮০ | ১৫০.০০ |
৯ | শিলচৰ | শিলচৰ RRD | গুৰুত্বপূৰ্ণ চেনকৰি পথ (Ch.০.০০ মিটাৰৰপৰা ১১৭০.০০ মি. আৰু Ch.২০৫০.০০ মিটাৰৰপৰা Ch.৩২১৫.০০মি.লৈ) শিলচৰ গ্ৰাম্য পথ বিভাগৰ অধীনত , পেকেজ নং-.FAPNA-৯ | ১.১৭ | ১৫০.০০ |
১০ | সোনাই | শিলচৰ RRD | পথ নিৰ্মাণ : ৫ম কি.মি. সোনাইৰ কাবুগঞ্জ(কাজিধৰ তিনিআলি ) ৰোৱাৰপৰা ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪(Ch.০.০০ মিটাৰৰপৰা Ch.৩৫০০.০০মি.লৈ) শিলচৰ গ্ৰাম্য পথ বিভাগৰ অধীনত .পেকেজ নং-.FAPNA-১০ | ৩.৫০ | ১৫০.০০ |
১১ | ঢলাই | শিলচৰ RRD | পথৰ উন্নিতকৰণ : আমৰাঘাটৰপৰা (২২য় কি.মি. SMD পথৰপৰা মইনেৰ খাল পথ (Ch.০.০০ মিটাৰৰপৰা Ch. ২৫০০.০০মি.লৈ) শিলচৰ গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-১১ | ২.৫০ | ১৫০.০০ |
১২ | উদৰ্বন্দ | শিলচৰ RRD | পথৰ উন্নিতকৰণ : শিলচৰ –কুম্ভীৰগ্ৰাম পথ : গোসাইপুৰৰপৰা মহাসড়ক পইন্ট ৰপৰা উধাৰবন্দ বজাৰ (Ch.০.০০ মিটাৰৰপৰা Ch.২৩৯০.০০মি.লৈ) শিলচৰ গ্ৰাম্য পথ বিভাগৰ অধীনত,পেকেজ নং-.-১২ | ২.৩৯ | ১৫০.০০ |
১৩ | লক্ষীপুৰ | শিলচৰ RRD | পথৰ উন্নিতকৰণ : লক্ষীপুৰৰপৰা চাপৰমইনালৈ (Ch.২৬৫০.০০ মিটাৰৰপৰা Ch. ৫৬৫০.০০মি.লৈ) শিলচৰ গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-১৩ | ৩.০০ | ১৫০.০০ |
১৪ | বৰখোলা | শিলচৰ RRD | পথৰ উন্নিতকৰণ :: দলৌ মইনাৰ বন্দৰপৰা (৪ৰ্থ কি.মি.ৰপৰা ৭ম কি.মি.) শিলচৰ গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-১৪ | ৩.৫০ | ১৫০.০০ |
১৫ | কাটিগৰাহ | শিলচৰ RRD | পথৰ উন্নিতকৰণ : TRK পথৰপৰা (Ch.৪৩০০.০০ মিটাৰৰপৰা Ch.৭৩১৯.০০মি.লৈ) শিলচৰ গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.-FAPNA-১৫ | ৩.০২ | ১৫০.০০ |
১৬ | হাফলং | মহুৰ পথ বিভাগ | উন্নীতকৰণ :- লাইজং ৰাজাবজাৰ পথ : বৰো –আৰকাপৰপৰা মৌলিয়ানলৈ (Ch.৩২৫০০.০০ মিটাৰৰপৰা Ch.৩৪৫০০.০০ মি. ),হাফলং বিধানসভা সমষ্টি । | ২.০০ | ১৫০.০০ |
১৭ | বোকাজান | ডিফু পথ বিভাগ | পথ নিৰ্মাণ : লেংগ্ৰীজানৰপৰা ডিমাপুৰলৈ PP দাস চাহ বাগিছা হৈ | ১.৭৫ | ১৫০.০০ |
১৮ | হাওৰাঘাট | ডোকমোকা পথ বিভাগ | পথৰ উন্নিতকৰণ : হাৰিবস্তিৰপৰা পাৰাখোৱা চেৰাকানি পথ , কেথে ৰংপি গাওঁ হৈ (Ch.৩১৫.০০ মিটাৰৰপৰা Ch. ৩০০০.০০মি.লৈ) | ২.৬৯ | ১৫০.০০ |
১৯ | ডিফু | ডিফু পথ বিভাগ | পথৰ উন্নিতকৰণ : মাঞ্জাত ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৬ৰপৰা দেকৈ তেৰাং আৰং | ১.৫০ | ১৫০.০০ |
২০ | বৈথালাংচু | হামৰেণ পথ বিভাগ | চহৰৰ পথ নিৰ্মাণ: কোৰ্ট চৌহদ , চিভিল চিকিৎসালয় আৰু PWD কলনি পথ সংযোগ কৰি ( Ch.০.০০ মি.ৰপৰা Ch.২১৩০.০০ মি. ). | ২.১৩ | ১৫০.০০ |
২১ | মানকাছাৰ | ধুবুৰী RRD | পথ নিৰ্মাণ:: কুচিনিমাৰাৰ HM পথৰ পৰা ৰঙাপানীলৈ (Ch.০.০০ মি.ৰপৰা Ch. ১৫০০.০০মি.লৈ) | ১.৫০ | ১৫০.০০ |
২২ | দক্ষিণ শালমৰা | ধুবুৰী RRD | পথ নিৰ্মাণ:: চটো বজাৰ PMGSY পথৰপৰা গোলাবাৰী PWD পথলৈ; থেৰাগাওঁ হৈ (Ch.০.০০ মি.ৰপৰা Ch.১৮০০.০০ মি. ) | ১.৮০ | ১৫০.০০ |
২৩ | ধুবুৰী | ধুবুৰী RRD | পথ নিৰ্মাণ :: ফালিমাৰিপ PMGSY পথৰপৰা ফলিমাৰি পইন্ট (Ch.০.০০ মি.ৰপৰা Ch. ১৭৫০.০০মি.লৈ) | ১.৭২ | ১৫০.০০ |
২৪ | গৌৰীপুৰ | ধুবুৰী RRD | পথ নিৰ্মাণ: চাহেবগঞ্জ বজাৰৰপৰা গৌৰীপুৰ বাসবাৰী পথ : লালকুৰা হৈ (Ch.০.০০ মিটাৰৰপৰা Ch.১৬০০.০০মি.লৈ) | ১.৬০ | ১৫০.০০ |
২৫ | গোলোকগঞ্জ | ধুবুৰী RRD | পথ নিৰ্মাণ: আনোৱাৰাৰুল উলুম মাদ্ৰাছাৰ ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ ৰ ৮২৫তম কি.মি.ৰপৰা আঠঘড়ীতাৰিলৈ (Ch.০.০০ মিটাৰৰপৰা Ch.১৯০০.০০ মি. ) | ১.৯০ | ১৫০.০০ |
২৬ | বিলাসীপাৰা পশ্চিম | ধুবুৰী RRD | পথ নিৰ্মাণ: BS পথৰ ৩য় কি.মি.ৰপৰা তিয়াপাৰালৈ(Ch.০.০০ মি.ৰপৰা Ch.২০০০.০০মি.লৈ) | ২.০০ | ১৫০.০০ |
২৭ | বিলাসীপাৰা পূৱ | ধুবুৰী RRD | কুৰশকতি- হাৰডেমেৰা পথ নিৰ্মাণ (Ch.২০০.০০ মি.ৰপৰা Ch.২২০০.০০০মি.লৈ) , | ২.০০ | ১৫০.০০ |
২৮ | গোঁসাইগাওঁ | কোকৰাঝাৰ গ্ৰাম্য পথ বিভাগ | পথৰ উন্নিতকৰণ : মজাতি PMGSY পথৰপৰা জাম্বুগুৰি PWD পথ (Ch.০.০০ মিটাৰৰপৰা Ch.২৩৭৫.০০মি.লৈ) কোকৰাঝাৰ গ্ৰাম্য পথ বিভাগৰ অধীনত , পেকেজ নং- FAPNA-২৮ | ২.৩৮ | ১৫০.০০ |
২৯ | কোকৰাঝাৰ পশ্চিম | কোকৰাঝাৰ গ্ৰাম্য পথ বিভাগ | হাবৰুবাৰীৰপৰা আঠিয়াবাৰী (গোঁসাই নিচিনা পথ) ; ভাঙি পৰা SPT দলঙক RCC বক্স চেল দলঙলৈ পৰিৱৰ্তনৰ কাম সামৰি (Ch.৮৫০.০০ মিটাৰৰপৰা Ch.২৮৭০.০০মি.লৈ) কোকৰাঝাৰ গ্ৰাম্য পথ বিভাগৰ অধীনত , পেকেজ নং- FAPNA-২৯ | ২.০২ | ১৫০.০০ |
৩০ | কোকৰাঝাৰ পূৱ | কোকৰাঝাৰ গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ : মেধিপাৰা গাৱঁৰপৰা সোনাময়ীপাৰা , শ্বহীবেদী হৈ (Ch.৭৬০.০০ মিটাৰৰপৰা Ch. ২৮৬০.০০মি.লৈ) কোকৰাঝাৰ গ্ৰাম্য পথ বিভাগৰ অধীনত , পেকেজ নং-.FAPNA-৩০ | ২.১০ | ১৫০.০০ |
৩১ | চিডলী | চিৰাং (R&B) বিভাগ | পথৰ উন্নিতকৰণ :: পাৱাৰ গ্ৰীড ট্ৰেনসমিছন ষ্টেশ্যনৰ পৰা বেংটল উচ্চ মাধ্যমিক বিদ্যালয় ; বিক্ৰমপুৰ হৈ আৰু বাথৌ আশ্ৰম-বেংতল (Ch.০.০০ মিটাৰৰপৰা Ch.২১৫০.০০মি.লৈ) চিৰাং আৰ. আৰু বি.ৰ অধীনত,পেকেজ নং-.FAPNA-৩১ | ২.১৫ | ১৫০.০০ |
৩২ | বঙাইগাওঁ | বঙাইগাওঁ RRD | পথ নিৰ্মাণ: শলবাৰী –বঙাইগাওঁ পথৰ দেকলিমাৰিৰপৰা ধোলাগাওঁ মাজপাৰা শোভা শালি (Ch.০.০০ মি. ৰপৰা Ch.২৩৯৫.০০ মি. ) | ২.৪০ | ১৫০.০০ |
৩৩ | বিজনী | চিৰাং (R&B) বিভাগ | পথ নিৰ্মাণ :: বিজনী পানবাৰী পথৰপৰা শীতলা মন্দিৰ ( ৰেলৱে লাইনৰ ওচৰত ) (Ch.০.০০ মিটাৰৰপৰা Ch.২২০০.০০মি.লৈ) | ২.২০ | ১৫০.০০ |
৩৪ | অভয়াপুৰী উত্তৰ | বঙাইগাওঁ RRD | পথ নিৰ্মাণ:: তুলুঙীয়া ভাটিপাৰাৰপৰা নয়াপাৰা পথ (Ch. ২১৩৩.০০ মিটাৰৰপৰা Ch.৪১১০.০০মি.লৈ) | ০.৬৩ | ১৫০.০০ |
৩৫ | অভয়াপুৰী দক্ষিণ | বঙাইগাওঁ RRD | পথ নিৰ্মাণ : কুঠিপাৰা ইদগাহমৈদানৰপৰা কুঠিপাৰা গাওঁ (P-III); চলান্তপাৰা মাত্মাগান্ধী কলেজলৈ যোৱা পথহৈ (Ch.০.০০ মি.ৰপৰা Ch.২০০০.০০মি.লৈ) | ২.০০ | ১৫০.০০ |
৩৬ | দুধনৈ (ST) | গোৱালপাৰা RRD | পথ নিৰ্মাণ:: শিয়ালমাৰীৰপৰা মংগলগ্ৰাম (Ch.০.০০ মিটাৰৰপৰা Ch.১৯৪০.০০মি.লৈ) গোৱালপাৰা গ্ৰাম্য পথ বিভাগৰ অধীনত,পেকেজ নং-.-৩৬ | ২.০০ | ১৫০.০০ |
৩৭ | গোৱালপাৰা পূৱ | গোৱালপাৰা RRD | পথ নিৰ্মাণ ইদ্ৰিছ মণ্ডল ঘৰৰপৰা শ'লমাৰী জোৰা ; বাদুচৰ হাতখোলা (Ch.০.০০ মিটাৰৰপৰা Ch.১৬৬০.০০মি.লৈ) গোৱালপাৰা গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-. FAPNA-৩৭ | ১.৬৬ | ১৫০.০০ |
৩৮ | গোৱালপাৰা পশ্চিম | গোৱালপাৰা RRD | পথ নিৰ্মাণ :: জয়পুৰ বজাৰৰপৰা সোনাই হাৰা পথলৈ (Ch.০.০০ মি.ৰপৰা Ch.২০৩৯.০০মি.লৈ) গোৱালপাৰা গ্ৰাম্য পথ বিভাগৰ অন্তৰ্গত , পেকেজ নং-.FAPNA-৩৮ | ২.০৪ | ১৫০.০০ |
৩৯ | জালেশ্বৰ | গোৱালপাৰা RRD | পথ নিৰ্মাণ : (i) দাম্ৰিভাষা PWD পথৰপৰা ৰাইখালকিলা PWD পথ (Ch.০.০০ মিটাৰৰপৰা Ch.১০০০.০০মি.লৈ) পেকেজ নং-.FAPNA-৩৯ A | ১.০০ | ৭৫.০০ |
৪০ | সৰভোগ | বৰপেটা RRD | পথ নিৰ্মাণ :: i) হাৰটাকিতোলা তিনিআলি চ'কৰপৰা ব্ৰহ্মপুত্ৰ গোবিন্দ মন্দিৰ পথ (Ch.০.০০ মিটাৰৰপৰা Ch.৭০০.০০মি.লৈ) .ii)পশ্চিম কলিতাপাৰা গাওঁ পথ (Ch.০.০০ মিটাৰৰপৰা Ch.১৫০০.০০মি.লৈ) আৰু iii)খৈৰাবাৰীৰপৰা বেলতলা পথ (Ch.০.০০ মিটাৰৰপৰা Ch.৩০০.০০ মি. ) বৰপেটা গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-৪০ | ২.৫০ | ১৭৭.০০ |
৪১ | ভৱানিপুৰ | বৰপেটা RRD | ১)পথ নিৰ্মাণ মুস্তাফিজুৰ ৰহমানৰ ঘৰৰপৰা চাপৰবাহী ভক্ত ডুবা PWD পথ ; দাতিবাৰী কৰাগাই উচ্চ মাধ্যমিক বিদ্যালয় হৈ (Ch.০.০০ মিটাৰৰপৰা Ch.১৫০০.০০মি.লৈ) আৰু ২) মাজগাওঁ বজাৰৰ পৰা ডুলভিটা পথ; মাজগাওঁ কলেজ হৈ (Ch.০.০০ মিটাৰৰপৰা Ch.৬৩৫.০০মি.লৈ) বৰপেটা গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-৪১ | ২.১৪ | ১৫০.০০ |
৪২ | পাটাচুৰকুছী | বৰপেটা RRD | ১) পথ নিৰ্মাণ: আনন্দপুৰ ঘালংপাৰা পথৰ ১২৫২ নং-.প্ৰাথমিক বিদ্যালয় ৰ কাষৰপৰা আৰম্ভ কৰি সৰুমানিকপুৰ কলিতা চুপালৈকে ৭ম কি.মি. (Ch.০.০০ মিটাৰৰপৰা Ch.৫৫০.০০মি.লৈ) . ২) পথ নিৰ্মাণ : ১ম কি.মি. ওলোৱা হাকাৰ্টাপ পথৰপৰা কুৰহা বহা গাওঁলৈকে (Ch.০.০০ মিটাৰৰপৰা Ch.৫৫০.০০মি.লৈ) আৰু ৩) পথ নিৰ্মাণ : চাদেৰি বৰো চোপাৰপৰা চাদেৰি কলিতা চোপা লৈক ; চাদেৰি গণক চোপা হৈ (Ch.০.০০ মিটাৰৰপৰা Ch.১২১০.০০মি.লৈ) পেকেজ নং-.FAPNA-৪২ | ২.৩১ | ১৫০.০০ |
৪৩ | বৰপেটা | বৰপেটা RRD | পথ নিৰ্মাণ : ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ৰপৰা কদমগুৰিলৈকে (Ch.০.০০ মিটাৰৰপৰা Ch.২১৯০.০০মি.লৈ) বৰপেটা গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-৪৩ | ২.১৯ | ১৫০.০০ |
৪৪ | জনীয়া | বৰপেটা RRD | পথ নিৰ্মাণ : সৰভোগৰপৰা কলগাছিয়া পথলৈ (Ch.৭১৫০.০০ মিটাৰৰপৰা Ch.৯৭৭০.০০মি.লৈ) বৰপেটা গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-৪৪ | ২.৬২ | ১৫০.০০ |
৪৫ | বাঘবৰ | বৰপেটা গ্ৰাম্য পথ বিভাগ | পথ উন্নিতকৰণ: মন্দিয়া ৰৌমাৰি পথ Ch.০.০০ মি.ৰপৰা Ch.২৪৩০.০০মি.লৈ) r বৰপেটা গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-৪৫ | ২.৪৩ | ১৫০.০০ |
৪৬ | সৰুক্ষেত্ৰী | বৰপেটা RRD | পথ নিৰ্মাণ : ১)BB পথৰপৰা ২য় কি.মি. ; কায়াকুছি ফিঙুৱা পথ দক্ষিণ কুৰিহা হৈ (Ch.০.০০ মিটাৰৰপৰা Ch.৭২০.০০মি.লৈ) .২)ভালুকবাৰী গাওঁ , ভালুকবাৰী পথাৰ PMGSY পথৰপৰা DK পথ ; ৩৯৩ নং-. ভালুকবাৰী পথাৰ প্ৰাথমিক বিদ্যালয় হৈ (Ch.০.০০ মি.ৰপৰা Ch.৫৫০.০০ মি. ) ৩) ৰঙিয়া নাদিৰপাম (৭৮২ নং-.প্ৰাথমিক বিদ্যালয় ) ৰ পৰা বগচেৰা বজাৰলৈকে (Ch.০.০০ মিটাৰৰপৰা Ch.৬০০.০০মি.লৈ) বৰপেটা গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-৪৬ | ১.৮৭ | ১৫০.০০ |
৪৭ | চেঙা | বৰপেটা RRD | পথ নিৰ্মাণ : পাকড়া ডামলিহাৰ পথ ( Ch.০.০০ মিটাৰৰপৰা Ch.২০০০.০০মি.লৈ) বৰপেটা গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ N০-FAPNA-৪৭ | ২.০০ | ১৫০.০০ |
৪৮ | বকো | গুৱাহাটী পথ বিভাগ | পথৰ উন্নিতকৰণ : কালোচুটৰপৰা GBS উচ্চ মাধ্যমিক বিদ্যালয় , চামৰিয়াপামলৈ (Ch.০.০০ মিটাৰৰপৰা Ch.২০০০.০০ মি. ) গুৱাহাটী পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-৪৮ | ২.০০ | ১৫০.০০ |
৪৯ | ছয়গাওঁ | গুৱাহাটী পথ বিভাগ | পথ নিৰ্মাণ :: শিঙিমাৰীৰপৰা চৌধুৰীপামলৈ (Ch.০.০০ মি.ৰপৰা Ch.২১৫৫.০০ মি. ) | ২.১৫৫০ | ১৫০.০০ |
৫০ | পলাশবাৰী | গুৱাহাটী পথ বিভাগ | পথ নিৰ্মাণ:: চিমিনা হাই স্কুলৰপৰা নাহিৰা ফুটুৰী PWD পথলৈ; চিমিনা মছজিদ আৰু চিমিনা আদৰ্শ প্ৰাথমিক বিদ্যালয় হৈ ( Ch.০.০০ মিটাৰৰপৰা Ch. ২৫৫০.০০ মি আৰু Ch.০.০০ মি.ৰপৰা CH.৩০০.০০ মি. .) গুৱাহাটী পথ বিভাগৰ অধীনত,পেকেজ নং-.FAPNA- ৫০ | ২.৫৫ | ১৫০.০০ |
৫১ | জালুকবাৰী | গুৱাহাটী পথ বিভাগ | পথ নিৰ্মাণ:: শুৱালকুছি উন্নয়ণ খণ্ডৰপৰা ফাটনা গনেশ মন্দিৰ পথ উপ-পথ নং-. ৩ ধৰি (Ch.০.০০ মি.ৰপৰা Ch. ১৫২০.০০ মিটাৰ আৰু Ch. ০.০০ মিটাৰৰপৰা Ch. ৩৯০.০০মি.লৈ) | ১.৯১ | ১৫০.০০ |
৫২ | দিশপুৰ | গুৱাহাটী পথ বিভাগ | পথ নিৰ্মাণ :: ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ ৰপৰা কচুতলী গাওঁ (সোনাপুৰত)(Ch.০.০০ মিটাৰৰপৰা Ch. ২৮৮৬.০০) গুৱাহাটী পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-৫২ | ২.৮৯ | ১৫০.০০ |
৫৩ | গুৱাহাটী পূৱ | মহানগৰ Div-I | ১) পথৰ উন্নিতকৰণ : সৰ্বোদয় পথ (দৈৰ্ঘ্য = ০.১৫ কি.মি.).২)উন্নিতকৰণ :HPB পথ ব্লু হিলচ ট্ৰেভেলচৰ কাষত (দৈৰ্ঘ্য = ২০০.০০ কি.মি.) .৩) উন্নিতকৰণ :কৃষ্ণ কান্ত সন্দিকৈ নগৰৰপৰা তিৱা নগৰ প্ৰাথমিক বিদ্যালয়লৈ (Ch.০.০০ মিটাৰৰপৰা Ch.৩৩০.০০মি.লৈ) .৪) উন্নিতকৰণ :ৱাৰ্ড ষ্ট্ৰীট পথ উজানবজাৰ (দৈৰ্ঘ্য = ৬৬.০০মি.লৈ) .৫)উন্নিতকৰণ: অৰুণাচল পথ (দৈৰ্ঘ্য = ১১০.০০মি.লৈ) গুৱাহাটী মহানগৰ –I আৰু III.,পেকেজ নং-.FAPNA-৫৩ | ০.৭৫ | ১৫০.০০ |
৫৪ | গুৱাহাটী পশ্চিম | গুৱাহাটী পথ বিভাগ | উন্নীতকৰণ :- মালিগাওঁ গোশালাৰপৰা ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭লৈ গাখীৰৰ চৌক পথ (Ch.১৬২.০০ মি.ৰপৰা Ch. ৩৩০০.০০ মি. ) | ৩.১৩৮০ | ১৫০.০০ |
৫৫ | হাজো | গুৱাহাটী পথ বিভাগ | ১.নিৰ্মাণ কাৰ্য :: তোকৰাদিয়া গাওঁ সংযোগী পথ ; ধুপৰ তলৰপৰা তকৰাদিয়ালৈ (Ch.০.০০ মি.ৰপৰা Ch.১৫০০.০০মি.লৈ) আৰু ২. পথৰ উন্নিতকৰণ : বাহানা Bahana প্ৰাথমিক বিদ্যালয়ৰপৰা মৰনৈ লৈকে(Ch. ০.০০ মি.ৰপৰা Ch. ২৫০.০০ মি. ) | ১.৭৫ | ১৫০.০০ |
৫৬ | কমলপুৰ | ৰঙিয়া RRD | উন্নীতকৰণ :- শিংগাৰপাৰাৰপৰা হালধা পথ ; চাহাম হৈ (Ch.০.০০ মিটাৰৰপৰা Ch. ২১৫০.০০ মি. ) | ২.১৫ | ১৫০.০০ |
৫৭ | ৰঙিয়া | ৰঙিয়া RRD | নিৰ্মাণ কাৰ্য :: তুলসীবাৰী চিলা কুটি পথ ; বৈদ্যগৰ মিনি ষ্টেডিয়াম (Ch.০.০০ মিটাৰ ৰপৰা Ch.২৪০০.০০মি.লৈ) ,পেকেজ নং-. FAPNA-৫৭ | ২.৪০ | ১৫০.০০ |
৫৮ | তামোলপুৰ | মুছলপুৰ (R&B) বিভাগ | পথ উন্নিতকৰণ: কালেপাৰ চৌকৰপৰা পদ্মপাৰা আনন্দবজাৰ গাওঁ পথ ; MUSৰ অধীনত (Ch.০.০০ মি. .ৰপৰা Ch.২২২.০০ মি. ) | ২.২২ | ১৫০.০০ |
৫৯ | নলবাৰী | নলবাৰী RRD | উন্নিতকৰণ :: ( i) কাপুনা মছজিদৰপৰা ঘগ্ৰাপাৰ তামোলপুৰ পথ; ফাইজুৰ ৰহমানৰ ঘৰ হৈ (Ch.০.০০ মিটাৰৰপৰা Ch.১০০০.০০মি.লৈ) ( ii) পাইচাৰাৰপৰা ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১লৈ ; দলুৱা গাওঁ পথ হৈ (Ch.০.০০ মিটাৰৰপৰা Ch.৭৯০.০০মি.লৈ) আৰু iii) নলবাৰী কলেজ বালাজান পথ (Ch.১৭০০.০০ মিটাৰৰপৰা Ch.২৪০০.০০মি.লৈ) নলবাৰী গ্ৰাম্য পথ বিভাগৰ অধীনত , পেকেজ নং-.FAPNA-৫৯ | ২.৪৯ | ১৫০.০০ |
৬০ | বৰক্ষেত্ৰী | নলবাৰী RRD | পথৰ উন্নিতকৰণ : i) পাগলাদিয়া এমবেংকমেন্ট ৰাইটবেংক : সুতৰকুছিৰপৰা PMGSY পথলৈ .ii) চমতা ৰামপুৰ NEC পথ : লাচিমাৰপৰা RIDF পথলৈ .iii) হাজো -নলবাৰী NEC পথ Barkuria গাওঁৰপৰা গংগা পুখুৰীপাৰ (পশ্চিম বেংক ).iv) বৰালিপাৰ RCC দলংৰপৰা চকলাবৰ্ধাপ পথ ., বাৰ ক্ষেত্ৰী বিধানসভা সমষ্টি | ২.৬৫ | ১৫০.০০ |
৬১ | ধৰ্মপুৰ | নলবাৰী গ্ৰাম্য পথ বিভাগ | পথৰ নিৰ্মাণ কাৰ্য :: বেলশৰ ৰংমন চৌক ; চুকাপাৰাৰপৰা চামতা বৰ্ণিবাৰী পথ (Ch.০.০০ মিটাৰ ৰপৰা Ch.২২৪১.০০মি.লৈ) নলবাৰী গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-. FAPNA-৬১ | ২.২৪১ | ১৫০.০০ |
৬২ | বৰমা | মুছলপুৰ (R&B) বিভাগ | পথ নিৰ্মাণ :: দক্ষিনকুছী চৌকৰপৰা সুবেংকচতা চৌকলৈ (Ch.০.০০ মি.ৰপৰা Ch.২৩৫০.০০মি.লৈ) | ২.৩৫ | ১৫০.০০ |
৬৩ | চপাগুৰি | মুছলপুৰ (R&B) বিভাগ | পথ নিৰ্মাণ :: বেলগুৰি চৌকৰপৰা চৰাইমাৰীলৈ (Ch.০.০০ মিটাৰৰপৰা Ch. ২৮৪৯.০০মি.লৈ) মুছলপুৰ R&B,পেকেজ নং- ৬৩ | ২.৮৫ | ১৫০.০০ |
৬৪ | পানেৰী | উদালগুৰি RRD | পথ নিৰ্মাণ :: দহলাচুবাৰপৰা পিপল হলিলৈকে ; UT পথত (Ch.০.০০ মিটাৰৰপৰা Ch.২৪৪০.০০মি.লৈ) ,পানেৰী বিধানসভা সমষ্টি | ২.৪৪ | ১৫০.০০ |
৬৫ | কালাইগাওঁ | মঙলদৈ RRD | পথৰ উন্নিতকৰণ : বালিপতা চৌকৰপৰা ওজাগাওঁলৈ (Ch.০.০০ মি.ৰপৰা Ch.২৫৮০.০০ মি. ) | ২.৫৮ | ১৫০.০০ |
৬৬ | ছিপাঝাৰ | মঙলদৈ RRD | পথৰ উন্নিতকৰণ : গৰুখুটি মেডিকেল চৌকৰপৰা ধালপুৰ ভেটি বজাৰলৈ (Ch.০.০০ মিটাৰৰপৰা Ch. ২৩১০.০০মি.লৈ) | ২.৩১ | ১৫০.০০ |
৬৭ | মঙলদৈ | মঙলদৈ RRD | উন্নিতকৰণ: পথ i) ওন্দোলাজাৰৰপৰা গৰাপুৰীলৈ (Ch.৫০০.০০ মিটাৰ ৰপৰা Ch.২৩১০.০০ মি. ) আৰু ২) বাইগড়মাৰীৰপৰা মাগুৰমাৰী (Ch.০.০০ মি.ৰপৰা Ch.৮৪০.০০ মি. ) মঙলদৈ গ্ৰাম্য পথ বিভাগৰ অধীনত , পেকেজ নং-.FAPNA-৬৭ | ২.৬৫ | ১৫০.০০ |
৬৮ | দলগাওঁ | মঙলদৈ RRD | পথৰ উন্নিতকৰণ : নিজ ধলাইজানৰপৰা ৰাষ্ট্ৰীয় ঘাইপথ নং-১৫ লৈকে(Ch.০.০০ মিটাৰৰপৰা Ch. ২৬৭০.০০মি.লৈ) | ২.৬৭ | ১৫০.০০ |
৬৯ | উদালগুৰি | উদালগুৰি RRD | পথ নিৰ্মাণ : উদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা ধাকাল চৌকলৈ ( Ch.০.০০ মিটাৰৰপৰা Ch.২২৭৫.০০ মি. ), উদালগুৰি বিধানসভা সমষ্টি | ২.২৮ | ১৫০.০০ |
৭০ | মাজবাট | উদালগুৰি RRD | পথৰ উন্নিতকৰণ : ০ মি.ৰ আৰ পথৰপৰা বাহাদুৰ আদৰ্শ গাওঁ গাওঁ পথ (Ch.০.০০ মিটাৰৰপৰা Ch.২৩৭৫.০০মি.লৈ) ,মাজবাট বিধানসভা সমষ্টি | ২.১০ | ১৫০.০০ |
৭১ | ঢেকিয়াজুলি | শোণিতপুৰ গ্ৰাম্য পথ বিভাগ | পথৰ উন্নিতকৰণ : মনজুলি পথৰপৰা নামচুবুৰী পানবাৰী পথ (Ch.০.০০ মি.ৰপৰা Ch. ২২৬৬.০০ মি. ) | ২.৬৬ | ১৫০.০০ |
৭২ | বৰচলা | শোণিতপুৰ গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ:: চিংগ্ৰী কলিস্থান কেন্দ্ৰেৰপৰা চিংগ্ৰী PWD লৈ ; ৰেইল আলি যুৱক সংঘ আৰু নতুন শিংগ্ৰী গাৱঁৰ বৰনামঘৰ হৈ । (Ch.০.০০ মি.ৰপৰা Ch.২৫৫০.০০ মি. ) | ২.৫৫ | ১৫০.০০ |
৭৩ | তেজপুৰ | শোণিতপুৰ RRD | পথ নিৰ্মাণ :: পাঁচমাইলৰপৰা বিহিয়া গাওঁ আৰু টেঙাখুটি পথ (Ch.০.০০ মি.ৰপৰা Ch.২২৮৮.০০মি.লৈ) | ২.২৮ | ১৫০.০০ |
৭৪ | ৰঙাপাৰা | শোণিতপুৰ গ্ৰাম্য পথ বিভাগ | নিৰ্মাণ কাৰ্য :: বুৰা গাওঁ চাপৰি পথ (Ch.০.০০ মিটাৰৰপৰা Ch.২০৭৫.০০ মি. ) | ২.০২ | ১৫০.০০ |
৭৫ | চতিয়া | শোণিতপুৰ গ্ৰাম্য পথ বিভাগ | নিৰ্মাণ কাৰ্য :: তৌভঙা এগ্ৰি পাম পথ (Ch.০.০০ মি.ৰপৰা Ch. ২৫৬১.০০ মি. ) | ২.৫৬ | ১৫০.০০ |
৭৬ | বিশ্বনাথ | শোণিতপুৰ গ্ৰাম্য পথ বিভাগ | নিৰ্মাণ কাৰ্য :: তিনিসূতি শামুকজুলিৰপৰা নমৰা পথ (Ch.৫০০.০০ মি.ৰপৰা Ch.২৩১০.০০ মি. ) | ১.৮১ | ১৫০.০০ |
৭৭ | বেহালি | শোণিতপুৰ গ্ৰাম্য পথ বিভাগ | উন্নীতকৰণ :- চেৰলিয়া পথাৰ বিহিমাৰি গাওঁ পথৰপৰা কুলগুৰি পথ (Ch.০.০০ মি.ৰপৰা Ch. ২৪২৯.০০ মি. ) | ২.৪৩ | ১৫০.০০ |
৭৮ | গহপুৰ | শোণিতপুৰ গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ : ৰাষ্ট্ৰীয় ঘাইপথ নং-১৫ৰপৰা ডুবীয়া জাৰণি গাওঁ (Ch.০.০০ মি.ৰপৰা Ch.২২৭৪.০০ মি. ) | ২.২৭ | ১৫০.০০ |
বিশ্বনাথ | শোণিতপুৰ গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ: ৰাষ্ট্ৰীয় ঘাইপথ নং-৫২ৰপৰা পেটেকাবাৰী কুৱাৰি পথ , ch.০.০০ৰপৰা ২১০০.০০ মি | ২.১০ | ৯৯.৮৬ | |
৭৯ | জাগীৰোড | মৰিগাওঁ গ্ৰাম্য পথ বিভাগ | ৩. পথ নিৰ্মাণ :: বাঘজাপ নতুন বঙালবৰি PWD পথৰপৰা শৰতপুৰ লৈ (Ch.০.০০ মি. ৰপৰা Ch.২৪৫০.০০মি.লৈ) , জাগীৰোড বিধানসভা সমষ্টি | ২.৪৫ | ১৫০.০০ |
৮০ | মৰিগাওঁ | মৰিগাওঁ গ্ৰাম্য পথ বিভাগ | পথৰ উন্নিতকৰণ : হাটীবাটৰপৰা ন-তৰাবৰিলৈ (Ch. ০.০০ মিটাৰৰপৰা Ch. ২৩০০.০০মি.লৈ) | ২.৩০ | ১৫০.০০ |
৮১ | লাহৰীঘাট | মৰিগাওঁ গ্ৰাম্য পথ বিভাগ | (১). পথৰ উন্নিতকৰণ : সাপকাটি PMGSY পথৰপৰা নগাবন্ধা PMGSY পথ; মহমাৰি হৈ আৰু (২) পথ নিৰ্মাণ: জাপৰি PMGSY পথৰপৰা বৰলীমাৰি বজাৰ ; অন্তাজ আলি ৰ ঘৰহৈ (দৈৰ্ঘ্য = ২.২৪৭ কি.মি.) | ২.২৫ | ১৫০.০০ |
৮২ | ৰহা | নগাওঁ গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ : কচুৱা তিনিআলিৰপৰা নতুন চাংখোলা পথ (Ch.০.০০ মিটাৰৰপৰা Ch.২৯৬০.০০মি.লৈ) নগাওঁ গ্ৰাম্য পথ বিভাগৰ অধীনত , পেকেজ নং-.FAPNA-৮২ | ২.৯৬ | ১৫০.০০ |
৮৩ | ধিং | নগাওঁ গ্ৰাম্য পথ বিভাগ | বিলতীয়া PMGSY পথৰপৰা আওনিআটী সত্ৰ লৈ দাসগাওঁ হৈ (Ch.০.০০ মিটাৰৰপৰা Ch.১৯৭০.০০ মি. ) নগাওঁ গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-৮৩ | ১.৯৭ | ১৫০.০০ |
৮৪ | বতদ্ৰৱা | নগাওঁ গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ : i) নগাওঁ - মৰিগাওঁ পথৰপৰা জামুগুৰী ; দ-ঘাট নামঘৰ হৈ (Ch.০.০০ মিটাৰৰপৰা Ch.১৩৯০.০০মি.লৈ) , ii) ধুপাগুৰি ধাকীয়াবস্তি PMGSY পথৰপৰা দুমদুমীয়া পথ (Ch.০.০০ মিটাৰৰপৰা Ch. ৭০০.০০মি.লৈ) বতদ্ৰৱা বিধানসভা সমষ্টি | ২.০৯ | ১৫০.০০ |
৮৫ | ৰূপহীহাট | নগাওঁ RRD | পথ নিৰ্মাণ : শিঙয়াৰপৰা দগাওঁ ; তেলীয়া পথাৰ (Ch.০.০০ মিটাৰৰপৰা Ch.১৯৭০.০০ মি. ) নগাওঁ গ্ৰাম্য পথ বিভাগ , পেকেজ নং-.FAPNA-৮৫ | ১.৯৭ | ১৫০.০০ |
৮৬ | নগাওঁ সদৰ | নগাওঁ RRD | পথ নিৰ্মাণ :: ভকতগাওঁ মাজৰ পৰা তলৌবাৰী চাৰিআলি লৈকে ; ভকতগাওঁ বজাৰ হৈ (Ch.০.০০ মিটাৰৰপৰা Ch.৮০০.০০ মিটাৰ আৰু Ch.১৬০০.০০ মিটাৰৰপৰা Ch.২৯৪৫.০০ মি. ) নগাওঁ গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-৮৬ | ২.১৫ | ১৫০.০০ |
৮৭ | বঢ়মপুৰ | নগাওঁ RRD | পথ নিৰ্মাণ : ৰেংবেঙৰপৰা পাটিয়াপামলৈ (Ch.০.০০ মি.ৰপৰা Ch.২৩৪৪.০০মি.লৈ) নগাওঁ গ্ৰাম্য পথ বিভাগৰ অধীনত , পেকেজ নং-.FAPNA-৮৭ | ২.৩৪ | ১৫০.০০ |
৮৮ | চামগুৰি | কলিয়াবৰ RRD | পথ নিৰ্মাণ :: মোৱামাৰিৰপৰা কছাইখানালৈ (Ch.০.০০ মি.ৰপৰা Ch.২১৩০.০০মি.লৈ) , চামগুৰি বিধানসভা সমষ্টি | ২.১৩ | ১৫০.০০ |
৮৯ | কলিয়াবৰ | কলিয়াবৰ গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ ৰহধলাৰপৰা কাৱৈমাৰি (Ch.০.০০ মিটাৰৰপৰা Ch.২৪৬৫.০০মি.লৈ) কলিয়াবৰ গ্ৰাম্য পথ বিভাগৰ অধীনত, পেকেজ নং-.FAPNA-৮৯ | ২.৪৭ | ১৫০.০০ |
৯০ | হোজাই | নগাওঁ RRD | পথ নিৰ্মাণ :: ৰাষ্ট্ৰীয় ঘাইপথ নং-৫৪ৰপৰা পশ্চিম ভালুমাৰিলৈ (Ch.০.০০ মিটাৰৰপৰা Ch.২০৪০.০০মি.লৈ) নগাওঁ গ্ৰাম্য পথ বিভাগৰ অধীনত , পেকেজ নং-.FAPNA-৯১ | ২.০৪ | ১৫০.০০ |
১১৪ | জোনাই | ধেমাজী RRD | পথ নিৰ্মাণ : অকাজান লিকাবালি পথৰপৰা মাধুৰীপথাৰ সাপ্তাহিক বজাৰ লৈ, ২ নং-.খনামুখ প্ৰাথমিক বিদ্যালয় পথ হৈ (Ch.০.০০ মিটাৰৰপৰা Ch. ২০০০.০০মি.লৈ) ,জোনাই বিধানসভা সমষ্টি | ২.০০ | ১৫০.০০ |
১১৫ | মৰাণ | ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ::: M.N. পথৰপৰা তেলিয়াজান গাওঁ (তেলীয়াজান চাহ বাগিছা ফেক্টৰী হৈ)(Ch.০.০০ মিটাৰৰপৰা Ch.২৩২২.০০মি.লৈ) ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগৰ অধীনত, পেকেজ নং-.FAPNA-১১৫ | ২.৩২ | ১৫০.০০ |
১১৬ | ডিব্ৰুগড় | ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ | নিৰ্মাণ কাৰ্য :: (i) নামঘৰ পথ (Ch.০.০০ মিটাৰৰপৰা Ch.৭০০.০০মি.লৈ) (ii) পাইন পথ (Ch.০.০০ মিটাৰৰপৰা Ch. ২০০.০০মি.লৈ) (iii) লাচিত নগৰ পথ (Ch.০.০০ মিটাৰৰপৰা Ch.৬৭০.০০ মিটাৰ আৰু Ch.০.০০ মিটাৰৰপৰা Ch.১৯৫.০০মি.লৈ) ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ ,পেকেজ নং-.FAPNA-১১৬ | ১.৭৭ | ১৫০.০০ |
১১৭ | লাহোৱাল | ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ | উন্নিতকৰণ: ( i) খগেশ্বৰ বুৰাগোঁহাই পথ Ch.০.০০ মিটাৰৰপৰা Ch.৯৯০.০০ মিটাৰ আৰু ii)আগমণি পথৰপৰা FCI গুদাম Ch.০.০০ মিটাৰৰপৰা Ch.১৬০.০০ ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-১১৭ | ১.১৫ | ১৫০.০০ |
১১৮ | ডুলিয়াজান | ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ : দেওহাল তিনিআলিৰপৰা মধুটিং লৈ (Ch.৮০৮৩.০০ মিটাৰৰপৰা Ch.৯৯৭০.০০মি.লৈ) ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-১১৮ | ১.৮৮৭ | ১৫০.০০ |
১১৯ | টিংখং | ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ :: দিক্ষণ TE ৰপৰা থেকেৰাগুৰীলৈ (Ch.০.০০ মিটাৰৰপৰা Ch.২৫১৭.০০মি.লৈ) ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ , পেকেজ নং-.FAPNA-১১৯ | ২.৫১৭ | ১৫০.০০ |
১২০ | নাহৰকটীয়া | ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ : আচাবাম চাহ বাগিছাৰপৰা ৰাজগড় ৰাঙলী পথ (Ch.১৯০০.০০ মিটাৰৰপৰা Ch.৪৩০০.০০ ) ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ No,FAPNA-১২০ | ২.৪০ | ১৫০.০০ |
১২১ | চাবুৱা | তিনিচুকীয়া গ্ৰাম্য পথ বিভাগ | উন্নীতকৰণ :- গেলাপুখুৰী পথ Ch.৯৫০.০০ মিটাৰৰপৰা Ch. ৩২৫০.০০ মি. ) | ২.৩০ | ১৫০.০০ |
১২২ | তিনিচুকীয়া | তিনিচুকীয়া গ্ৰাম্য পথ বিভাগ | উন্নীতকৰণ :- চিৰাপট্টী ব্লাড বেংক পথ Ch.০.০০ মি.ৰপৰা Ch. ১৪১৫.০০মি.লৈ) | ১.৪২ | ১৫০.০০ |
১২৩ | ডিগবৈ | তিনিচুকীয়া গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ:: পোৱাই বনগাওঁ পথ (ch.০.০০ মিটাৰৰপৰা Ch.২৫০০.০০মি.লৈ) তিনিচুকীয়া গ্ৰাম্য পথ বিভাগৰ অধীনত ,পেকেজ নং-.FAPNA-১২৩ | ২.৫০ | ১৫০.০০ |
১২৪ | মাৰ্ঘেৰিটা | তিনিচুকীয়া গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ :: বোকাপথাৰৰ পৰা ডাঙৰীয়া চাৰিআলি পথ (Ch.০.০০ মিটাৰৰপৰা Ch.২৫০০.০০মি.লৈ) তিনিচুকীয়া গ্ৰাম্য পথ বিভাগৰ অধীনত . পেকেজ নং- ১২৪ | ২.৫০ | ১৫০.০০ |
১২৫ | ডুমডুমা | তিনিচুকীয়া ৰাজ্যিক পথ বিভাগ | নিৰ্মাণ কাৰ্য :: বদলাভেটা দুৱাৰমাৰা পথ (Ch.৮২৫৮.০০ মি.ৰপৰা Ch.১০২০০.০০ মি. ) (ডুমডুমা বিধানসভা সমষ্টি ) | ১.৯৪ | ১৫০.০০ |
১২৬ | শদিয়া | তিনিচুকীয়া গ্ৰাম্য পথ বিভাগ | পথ নিৰ্মাণ:: ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ ধলা তিৰুৱাল পথাৰ পথ (Ch.০.০০ মি.ৰপৰা Ch. ১৮৭৫.০০ মি. ) | ১.৮৮ | ১৪৭.৪০ |
অংশ -II- অতিৰিক্ত | |||||
১ | লক্ষিমপুৰ RR (২Nos) | (i)পথ নিৰ্মাণ কাৰ্য :: দলুহাট কাছজুলি পথৰ ৭ম কিমি. ৰপৰা কমলপুৰ শান্তিপুৰ নং-.২ আৰু মাজগাওঁ হৈ (Ch.৮০০.০০ৰপৰা Ch.১৭০০.০০মি.লৈ) | ০.৯০০ | ৮০.০০ | |
২ | লক্ষিমপুৰ RR | ii) নিৰ্মাণ কাৰ্য :: দলুহাট কাছজুলি পথৰ ৭ম কিমি. ৰপৰা কমলপুৰ শান্তিপুৰ নং-.২ আৰু মাজগাওঁ হৈ (ch. ১৬৯৫.০০ৰপৰা Ch. ২৫০০.০০মি.লৈ) | ০.৮০৫ | ৬৪.৬৯০ | |
৩ | গুৱাহাটী নগৰ- -III | পথ উন্নিতকৰণ: ৰাজগড় পথৰ Ch. ০.০০ মিটাৰৰপৰা Ch. ১১৩০.০০ মিটাৰলৈ চাৰিলেনৰ কাম সামৰি | ১.১৩০ | ৯৬০.৩০০ | |
৪ | গুৱাহাটী নগৰ- -III | উন্নিতকৰণ :অৰুণাচল পথ চিৰিয়াখানা পথ (Ch.০.০০ মি.ৰপৰা ch.১১০.০০ মি. ) | ০.১১০ | ২৬.০০০ | |
৫ | গুৱাহাটী নগৰ- -II | উন্নিতকৰণ কাম:: ফকৰুদ্দিন আলি আহমেদ পথৰ দুয়োকাষে খাল খান্দি আৰু বহল কৰি | ৬০৬.০০০ | ||
৬ | গুৱাহাটী নগৰ- -II | উন্নিতকৰণ কাম : নৱাপাৰা মছজিদ সংযোগী পথ (Ch. ০.০০ মিটাৰৰপৰা Ch. ১৮৫.০০মি.লৈ) | ৩৩.২৪০ | ||
৭ | শোণিতপুৰ SR | পথৰ উন্নিতকৰণ : তৰাজুলিৰ পৰা দয়ালপুৰ | ৬.৩ | ১৩৬.১৯০ | |
৮ | শোণিতপুৰ SR | পথ নিৰ্মাণ : হাগ্ৰাজুলিৰ পৰা খাওবালা কেন্দ্ৰ | ১২.০০০ | ১৭৭.০০০ | |
৯ | শোণিতপুৰ SR | পথ নিৰ্মাণ : বাতাসীপুৰৰপৰা মৌৰিয়াপুৰ কেন্দ্ৰ | ৫.৭০০ | ৮৩.৭৬০ | |
১০ | শোণিতপুৰ SR | পথ নিৰ্মাণ : বাতাসীপুৰৰপৰা অভয় কেন্দ্ৰ | ৬.৩০০ | ১৪১.৫৬০ | |
১১ | শোণিতপুৰ SR | পথ নিৰ্মাণ : বেলশিৰিৰ পৰা অভয় কেন্দ্ৰ | ৬.৮০০ | ১৪০.৩৯০ | |
১২ | গুৱাহাটী নগৰ- -III | পথ উন্নিতকৰণ : ভাস্কৰ নগৰ উপ-পথ নং- II | ০.৩৩৫ | ৪৯.২০০ | |
১৩ | কলিয়াবৰ RR | মিছা শিৱস্থান ৰঙাগড়া পথ | ৪.৫০০ | ৩৫২.৮৩০ | |
১৪ | কলিয়াবৰ RR | জখলাবন্ধা কুৱৰীতোল পথ (শিলঘাট হৈ ) | ১৫.৫০০ | ৮০৩.৮৭০ | |
১৫ | নগাওঁ SRD | উন্নিতকৰণ :: নগাওঁ মৰিকলং ননৈ পথ (Ch. ০.০০ মিটাৰৰপৰা ১৩৮৫০.০০ মি | ১৩.৮৫০ | ১৫১০.৩৬০ | |
১৬ | লক্ষিমপুৰ RR | পথ নিৰ্মাণ : ৰাষ্ট্ৰীয় ঘাইপথ নং-১৫ AT (আলিপাহাৰ পথ )ৰপৰা মিঠাগুৰি মিচিং গাওঁ (Ch.৩০০.০০ মিটাৰৰপৰা Ch.৩৭৫৫.০০ মি. ),বিহপুৰীয়া বিধানসভা সমষ্টি | ৩.৪৫৫ | ১৬৭.৯৩২ | |
১৭ | গোলাঘাট SRD | পথ নিৰ্মাণ:: সাপজুৰিত ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ৰপৰা বালিজান আমটেঙা বজাৰলৈ ; বৰভেটা হৈ ( ডিফলু নদীৰ ওপৰত RCC দলং নং-. ৬/১ আগমণি আৰু সুৰক্ষাৰ কাম সামৰি ) (Ch.০.০০ মি.ৰপৰা Ch.৮২৮০.০০ মি. ) ফকৰুদ্দিন আলি আহমেদ পকী পথ নিৰ্মাণ আঁচনি বিশেষ পথ উন্নয়নৰ অধীনত (২০১৫-১৬ বৰ্ষৰ বাবে) | ৮.২৮ | ৭৩৭.০৫৫ | |
১৮ | ডিব্ৰুগড় RRD | নিৰ্মাণ কাৰ্য :: DRT (ডিব্ৰুগড় ৰঙাগড়া তিনিচুকীয়া ) পথ (CH.০.০০ মি.ৰপৰা Ch.২৭০০.০০ মি. ) ফকৰুদ্দিন আলি আহমেদ পকী পথ নিৰ্মাণ আঁচনি বিশেষ পথ উন্নয়ণ পূজিৰ অধীনত পথ: ২০১৫-১৬ বৰ্ষৰ বাবে | ২.৭০ | ২২৭.০৯ | |
১৯ | ধুবুৰী RRD | উন্নীতকৰণ :- ৰাষ্ট্ৰীয় ঘাইপথ নং-৩১ চৌৰঙী মোৰৰপৰা ৰেলৱে লেভেল গৌৰিপুৰ চহৰৰ ক্ৰচিঙলৈকে (CH.০.০০ মি.ৰপৰা Ch.৩৪০.০০ মি. ) ফকৰুদ্দিন আলি আহমেদ পকী পথ নিৰ্মাণ আঁচনি বিশেষ পথ উন্নয়ণ পূজিৰ অধীনত পথ: ২০১৫-১৬ বৰ্ষৰ বাবে | ০.৩৪০ | ১৯৪.৮১ | |
২০ | ধুবুৰী RRD | উন্নীতকৰণ :- গৌৰীপুৰ চহৰৰ হৰিসভা পথ (CH.০.০০ মি.ৰপৰা Ch.৩২৫.০০ মি. ) ফকৰুদ্দিন আলি আহমেদ পকী পথ নিৰ্মাণ আঁচনি বিশেষ পথ উন্নয়ণ পূজিৰ অধীনত পথ: ২০১৫-১৬ বৰ্ষৰ বাবে . | ০.৩২৫ | ১৭২.২৭ | |
২১ | ধুবুৰী RRD | উন্নীতকৰণ :- গৌৰীপুৰ চহৰৰ কমাৰপট্টী পথ (কলেজ পথৰপৰা প্ৰমথেশ বৰুৱা পথ ) (CH.০.০০ মি.ৰপৰা Ch.২৫৫.০০ মি. ) ফকৰুদ্দিন আলি আহমেদ পকী পথ নিৰ্মাণ আঁচনি বিশেষ পথ উন্নয়ণ পূজিৰ অধীনত পথ: ২০১৫-১৬ বৰ্ষৰ বাবে | ০.২৫৫ | ১৫৬.০০ | |
২২ | গোলাঘাট SRD | নিৰ্মাণ কাৰ্য :: কানুগাওঁ পথ যিয়ে সংযোগ কৰে চকিটিং বাগানক Ch.০.০০ মি.ৰপৰা Ch.৩৪৭০.০০ মি. ) ফকৰুদ্দিন আলি আহমেদ পকী পথ নিৰ্মাণ আঁচনি বিশেষ পথ উন্নয়ণ পূজিৰ অধীনত পথ: ২০১৫-১৬ বৰ্ষৰ বাবে | ৩.৪৭ | ২৩৫.৩৭০ |