ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ অধীনত ৰাজ্যৰ পথ সংযোগ ব্যৱস্থা ২০২৪ চনৰ ভিতৰত আকাংক্ষিত পৰ্য্যায়ত উপনীত হ'বৰ বাবে বাৰ্ষিক প্ৰায় ৪০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰয়োজন যদিও, ৰাজ্যৰ পথ যাতায়ত খণ্ডৰ বাবে উপলব্ধ বাজেটৰাশি এতিয়াও সিমান পৰিমাণ হ'বগৈ পৰা নাই। তদুপৰি, ৰাজ্যত ব্যক্তিগত বিনিয়োগৰ মাত্ৰাও বৃদ্ধি হোৱা নাই। সেয়েহে, সদ্যহতে, প্ৰতি বছৰে ৪০০০ কোটি টকাৰ বিত্তীয় ৰাশিৰ পৰিমাণ আশা কৰাৰ সময় এতিয়াও হোৱা নাই আৰু সেয়েই, এই দিশলৈ লক্ষ্য ৰাশিয়েই, বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ সময়সীমাৰ প্ৰথম তিনি বছৰৰ লক্ষ্য বৰ্তমানৰ আৱণ্টিত ৰাশিৰ ভিত্তিত সম্ভৱপৰ সীমাৰ আওঁতাত ৰখা হৈছে।
পথ | শিতান | বৰ্তমানে থকা | প্ৰস্তাৱিত স্থিতি (৩১.০৩.২০৩০ তাৰিখত) | ৩ বছৰ লক্ষ্য (২০১৭-১8 ৰপৰা ২০১৯-২০) | এককত নিৰিখ (কোটি টকাত ) | পৰিমাণ (কোটি টকাত ) | প্ৰস্তাৱিত স্থিতি ( ৩১.০৩.২০২০ তাৰিখত ) |
---|---|---|---|---|---|---|---|
State Highways: | |||||||
৪ লে'ন : | ১ | ১8১ | ২ | 8.০০ | ১6 | ৩ | |
২ লে'ন | ১৯৪ | ৩8১৯ | ৪০০ | ৩.5০ | ১৪০০ | ৫৯৪ | |
একক লে'ন | ১৯৭৫ | ০ | ১৫৫২ | ||||
এম-ডি-আৰ | |||||||
২ লে'ন | ১০০ | ৪০০০ | ১০০ | ৩.৫০ | ৩৫০ | ২০০ | |
একক লে'ন | ৩১৫৭ | ৪০০০ | ২০০ | ১.০০ | ২০০ | ৩৩৫৭ | |
চহৰীয়া পথ | |||||||
৪ লে'ন : | ৬০ | ৮০ | ২ | ৮.০০ | ১৬ | ৬২ | |
২ লে'ন | ৬০ | ১০০০ | ১০০ | ৩.৫০ | ৩৫০ | ১৬০ | |
একক লে'ন | ৯৯৯ | ২৯২০ | ২০০ | ০.৭০ | ১৪০ | ১১৯৯ | |
গ্ৰাম্য পথ | |||||||
একক লে'ন | ১৯০০০ | ৪৩০০০ | ৫০০০ | ০.৭০ | ৩৫০০ | ২৪০০০ | |
RCC দলং | ৪৪৮৮ | ৭৪০০ | ১০০০ | ২.০০ | ২০০০ | ৫৪৮৮ | |
মুঠ : | ৭৯৭২ | ||||||
প্ৰতি বছৰ লক্ষ্য : | ২৬৬০ |
অসমৰ পথ ক্ষেত্ৰত ইতিমধ্যেই ৰূপায়িত হৈ থকা মূল প্ৰকল্পসমূহ যিবোৰ চলি থাকিব, সেইবোৰ হ'ল:
আঁচনি / প্ৰকল্প | পূঁজি দাতা |
---|---|
PMGSY (প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা) | ভাৰত চৰকাৰ |
ASRP (অসম ৰাজ্যিক পথ প্ৰকল্প) | বিশ্ব বেংক |
NESRIP (উত্তৰ পূৱ ৰাজ্যিক পথ বিনিয়োগ প্ৰকল্প) | ADB (এছিয়ান উন্নয়ণ বেংক) |
RIDF (গ্ৰাম্য গাঁঠনি উন্নয়ণ পূঁজি) | নাবাৰ্ড (NABARD) |
NLCPR (সম্পদৰ অবিলীনীয় কেন্দ্ৰীয় পূঁজি) | DONER মন্ত্ৰালয়, ভাৰত চৰকাৰ |
CRF (কেন্দ্ৰীয় পথ পূঁজি) | ভাৰত চৰকাৰ |
NEC | NEC |
ৰাজ্যিক সম্পদ | SOPD |
উৎস | বছেৰেকীয়া টকাৰ বিভাজন (কোটি টকাত) | |
---|---|---|
EAP আৰু বাহিৰা উৎস : | ||
বিশ্ব বেংক | ৫০০ | |
ADB | ২০০ | |
নাবাৰ্ড (NABARD) | ৩৮০ | |
ভাৰত চৰকাৰৰ পূঁজিদান : | ||
PMGSY | ৫০০ | |
NLCPR | ২৫০ | |
CRF | ৩০০ | |
NEC | ১৫০ | |
ৰাজ্যিক পৰিকল্পনা | বছেৰেকীয়া পৰিকল্পনা | ৩০০ |
TSP আৰু SCSP | ১০০ | |
মুঠ : | ২৬৮০ |
ক্ৰমিক নং- | বিষয় | মন্তব্য |
---|---|---|
১. | অৰণ্যৰ সম্পদসমূহৰ অভাৱ | PWRD ৰ অধীনত চলি থকা প্ৰকল্পসমূহ প্ৰগতি বালি আৰু শিল সামগ্ৰীসমূহৰ অভাৱ লগতে মাইনিং পৰিকল্পনাৰ অভাৱৰ বাবে প্ৰভাৱান্বিত হৈছে । মাইনিং পৰিকল্পনাৰ বিষয়ে PWRD য়ে ইয়াৰ কৰ্মীসকলক জ্ঞান দিছে । তথাপিও যদি পাৰিপাৰ্শ্বিকতা আৰু বন বিভাগ তথা মাইন আৰু মিনাৰেল বিভাগে স্পষ্ট তথা সহায়কাৰী গাইডলাইন বা সহায়িকা প্ৰস্তুত কৰে তেন্তে ই অতি ফলপ্ৰসু হ'ব। |
২. | মাটি অধিগ্ৰহণ | প্ৰকল্পসমূহ প্ৰায়ে মাটি অধিগ্ৰহণৰ ক্ষেত্ৰত বিলম্বিত হয় । ইয়াত জড়িত থকা প্ৰক্ৰিয়াটোৰ সংশোধনৰ প্ৰয়োজন আছে যাতে মাটি অধিগ্ৰহণ কামটো অতি সোনকালে হ'ব পাৰে । |
৩. | NLCPRৰ অধীনত কোনো আচনিৰ অনুমোদনৰ ক্ষেত্ৰত বিলম্বিত প্ৰক্ৰিয়া . | খচৰা অনুমোদনৰ বৰ্তমানৰ প্ৰক্ৰিয়াটো হৈছে দুই স্তৰযুক্ত : প্ৰথমে ৰিটেনশ্বন আৰু তাৰ পাছত বিশদ প্ৰকল্প প্ৰতিবেদন, যিয়ে অনুমোদন পাবৰ বাবে অন্ত:ত দুটা বিত্তীয় বৰ্ষ লয় । এনে দীঘলীয়া সময়ৰেখাত মূল্যবৃদ্ধিৰ বাবে সামগ্ৰীৰ নিৰিখবোৰ কামত লগাব নোৱাৰা বিধৰ হৈ পৰে । |
অসমত গড়কাপ্তানি বিভাগৰ অধীনত থকা পথৰ মুঠ দৈৰ্ঘ্য ৪৮৬৯৭ কি:মি: আৰু ইয়াৰে ৩৮৩৫ কি:মি: হ'ল ৰাষ্ট্ৰীয় ঘাইপথ, ২৫৩০ কি:মি: ৰাজ্যিক ঘাইপথ, ৪৩৭৯ কি:মি: জিলাৰ মূখ্য পথ, ৩৬৫৪৪ কি:মি: গ্ৰাম্য পথ তথা ১৪০৯ কি:মি: নগৰাঞ্চলীয় পথ। ৰাজ্যত গড়কাপ্তানিকৃত পথৰ ঘনত্ব হ'ল প্ৰতি ১০০ বৰ্গ কিলোমিটাৰত ৬২.০৮ কিলোমিটাৰ। ইয়াৰ বাহিৰেও, ৰাজ্যত কিছুসংখ্যক পঞ্চায়ত আৰু গড়কাপ্তানি বিভাগৰ অধীনস্থ নোহোৱা পথ [প্ৰায় ৬০০০ কি:মি:] তথা পৌৰনিকায়ৰ অধীনস্থ পথ (১০৮৭ কি:মি:) আছে, কিন্তু সেইবিলাক অদ্যপি গড়কাপ্তানি(পথ) বা গড়কাপ্তানি (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ চোৱা-চিতা বা মেৰামতিৰ আঁওতালৈ অহা নাই।
সকলো বতৰৰ উপযোগী পথৰ ঘনত্ব প্ৰতি ১০০ বৰ্গ কিলোমিটাৰত ৩৬.৮৯ কিলোমিটাৰ আৰু প্ৰতি ১ লাখ লোকৰ বিপৰীতে ৯২.৮৫ কি:মি:। তদুপৰি, ৰাজ্যৰ অধিকাংশ ৰাজ্যিক ঘাইপথ আৰু জিলাৰ মূখ্য পথ একক লেনযুক্ত আৰু মাত্ৰ ৮% ৰাজ্যিক ঘাইপথ দ্বিলেনযুক্ত হোৱাৰ বিপৰীতে মাত্ৰ ৯% মূখ্য জিলা পথ মধ্যমীয়া আৰু দ্বিলেনযুক্ত পথ।
অন্যহাতে, গ্ৰাম্যাঞ্চলৰ পথসমূহতো প্ৰধানমন্ত্ৰী গ্ৰাম পথ যোজনা আঁচনিৰ অধীনত আৰু অন্যান্য ৰাজ্যিক পূঁজিৰ সহায়ত আলকতৰাৰ প্ৰলেপ দিয়া হৈছে যদিও, এতিয়াও ৫০% গ্ৰাম্য পথেই শিলগুটি দিয়া পথেই হৈ আছে। এই গ্ৰাম্যাঞ্চলীয় পথসমূহক সকলো বতৰৰ উপযোগী পথ কৰি নিৰ্মাণ কৰাৰ দৰকাৰ আছে।
আই আৰ চি ভিজন ২০২১ অনুসৰি, ২০২১ চনৰ ভিতৰত ৰাজ্যৰ ৰাজ্যিক ঘাইপথসমূহৰ ১০০% দ্বিলেনযুক্ত আৰু জিলাৰ মূখ্য পথসমূহৰ অন্ততঃ ৪০% দ্বিলেনযুক্ত হোৱাৰ লগতে, দূৰ্বল ফুটপাথ আৰু দলংসমূহক, বৰ্ধিত যাতায়তকাৰীৰ ভাৰ বহন কৰিবপৰাকৈ সৱল কৰি তোলা।
অসম চৰকাৰৰ ২০ বছৰীয়া পাৰ্চপেক্টিভ আন্তঃগাঁথনি উন্নয়ন আঁচনি বা পিআইডিপিৰ লক্ষ্যসমূহ হ'ল :
পিআইডিপি ভিজনৰ অধীনত, ৰাজ্যৰ পথ পৰিবহন নেটৱৰ্কৰ সামগ্ৰিক দৈৰ্ঘ্য আগন্তুক ২০ বছৰত প্ৰায় ৫০% বৃদ্ধি কৰাৰ লক্ষ্য ধাৰ্য্য কৰা হৈছে (বৰ্তমানৰ প্ৰায় ৭১০০০ কি:মি:ৰ পৰা) যাতে যোগাযোগ ব্যৱস্থাক নিখুঁত আৰু অধিক উন্নত কৰি তুলিব পাৰি। এইক্ষেত্ৰত প্ৰয়োজনীয় লেন সক্ষমতাৰ পৰিমাণ নিম্নোক্ত ধৰণেৰে ধাৰ্য্য কৰা হৈছে:
পথৰ শ্ৰেণী | মুঠ দৈৰ্ঘ্য (কি:মি:) | ৬-লেনৰ % (২০৩৪-৩৫ৰ ভিতৰত) | ৪-লেনৰ % (২০৩৪-৩৫ৰ ভিতৰত) | ২ লেনৰ % (২০৩৪-৩৫ৰ ভিতৰত) | একক লেনৰ % (২০৩৪-৩৫ৰ ভিতৰত) |
---|---|---|---|---|---|
ৰাষ্ট্ৰীয় ঘাইপথ | ৫,০০০ | ৪% | ৯৬% | ||
ৰাজ্যিক ঘাইপথ | ১০,০০০ | ৬০% | ৪০% | ||
জিলাৰ মূখ্য পথ | ১২,০০০ | ৫% | ৯৫% | ||
গ্ৰাম্য পথ | ৪৪,০০০ | ২০% | ৮০% |
ওপৰৰ দৃশ্য অনুসাৰে , ইয়াৰ ওপৰিও যোৱা ২০১৭-১৮ বৰ্ষত উপলব্ধ হোৱা সম্পদসমূহৰ কথা বিবেচনা কৰি, পথ ক্ষেত্ৰৰ উন্নয়নৰ ৭ম বছৰৰ খচৰা এনেধৰণৰ :
বিষয় | একক | ২০০৬ বৰ্ষত উপলব্ধতা | ২০১৬ বৰ্ষত উপলব্ধতা | বছেৰেকীয়া প্ৰগতিৰ নিৰিখ ২০০৬-২০১৬ | ২০৩০ চনৰ বাবে প্ৰস্তাৱিত | প্ৰস্তাৱিত বছেৰেকীয়া প্ৰগতি ২০১৬-২০৩০ | ২০২৪ বৰ্ষৰ বাবে প্ৰস্তাৱিত |
---|---|---|---|---|---|---|---|
সকলো জলবায়ু পথ | Km | ১০৬৫৩ | ২৯০৮১ | ১০.৫৬% | ৬৪০০০ | ৫.৮০% | ৪৭৮৮৪ |
সকলো জলবায়ু পথ প্ৰতি ১০০ Sq Km | Km/ ১০০ Sq Km | ১৩.৫৮ | ৩৭.০৮ | ৮১.৫৯ | ৬১.০৫ | ||
চোৱাচিতা কৰা হৈছে নীতিৰ মতে মুঠ পথ | Km | ৩৭৫১৬ | ৪৮৩৯৭ | ১০.৫১% | ৬৪০০০ | ৫.৮৩% | ৫৬৭৯৯ |
চোৱা-চিতা কৰা মুঠ পথ দৈৰ্ঘ্য ( প্ৰতি লাখ জনসংখ্যাৰ ) | Km/লাখ জনসংখ্যা | ১২০.৩৬ | ১৫৫.২৭ | ২০৫.৩৩ | ১৮২.২৩ | ||
২-লে'ন পথ | Km | ২০৮৩ | ১৮০৬ | -১.৪২% | ৮৮১৯ | ১১.৯৯% | ৫৫৮২ |
৪-লে'ন পথ | Km | ৬৮ | ৬৫৮ | ২৫.৪৮% | ১৩২৮ | ৫.১৪% | ১০১৯ |
২-লে'ন + ৪ লে'ন | Km | ২১৫১ | ২৪৬৪ | ১.৩৭% | ১০১৪৭ | ১০.৬৪% | ৬৬০১ |
বিষয় | একক | ২০০৬ ত উপলব্ধ | ২০১৬ত উপলব্ধ | বছেৰেকীয়া প্ৰগতি নিৰিখ ২০০৬-২০১৬ | ২০৩০ৰ বাবে প্ৰস্তাৱিত | প্ৰস্তাৱিত বছেৰেকীয়া প্ৰগতি ২০১৬-২০৩০ | ২০২৪ৰ বাবে প্ৰস্তাৱিত |
---|---|---|---|---|---|---|---|
SH, MDR, আৰু অন্য PWRD পথসমূহ | Km | ৩৪৭৬১ | ৪৪৮৬২ | ২.৫৮% | ৫৯০০০ | ১.৯৮% | ৫১৯৩১ |
সকলো জলবায়ু পথ | Km | ৭৮৯৮ | ২৫৫৪৬ | ১২.৪৬% | ৫৯০০০ | ৬.১৬% | ৪২২৭৩ |
২- লে'ন পথ | Km | ৫৬ | ৩৫৪ | ২০.২৫% | ৮৮১৯ | ২৫.৮২% | ৪৫৮৭ |
৪-লে'ন পথ | Km | ৫৬ | ৬১ | ০.৮৬% | ২৬১ | ১০.৯৪% | ১৬১ |
২-লে'ন + ৪ লে'ন পথ | Km | ১১২ | ৪১৫ | ১৩.৯৯% | ৯০৮০ | ২৪.৬৬% | ৪৭৪৮ |
RCC দলং | No | ৮০৬ | ৪৪৮৮ | ১৮.৭৩% | ৭৪০০ | ৩.৬৪% | ৫৯৪৪ |
ক্ৰমিক নং- | বিষয় | মন্তব্য |
---|---|---|
১. | অৰণ্যৰ সম্পদসমূহৰ অভাৱ | PWRD ৰ অধীনত চলি থকা প্ৰকল্পসমূহ প্ৰগতি বালি আৰু শিল সামগ্ৰীসমূহৰ অভাৱ লগতে মাইনিং পৰিকল্পনাৰ অভাৱৰ বাবে প্ৰভাৱান্বিত হৈছে । মাইনিং পৰিকল্পনাৰ বিষয়ে PWRD য়ে ইয়াৰ কৰ্মীসকলক জ্ঞান দিছে । তথাপিও যদি পাৰিপাৰ্শ্বিকতা আৰু বন বিভাগ তথা মাইন আৰু মিনাৰেল বিভাগে স্পষ্ট তথা সহায়কাৰী গাইডলাইন বা সহায়িকা প্ৰস্তুত কৰে তেন্তে ই অতি ফলপ্ৰসু হ'ব। |
২. | পথৰ ওপৰত নদী, জলাশয় থকাৰ বাবে দলঙৰ প্ৰয়োজনীয়তা | প্ৰায়ভাগ পথতে দলং বা কালভাৰ্টৰ প্ৰয়োজনীয়তা আছে । পৰিকল্পনা পূঁজিৰপৰা যথেষ্ট পৰিমাণৰ টকা RCC দলং সাজোতে ব্যয় হ'বৰ বাবে দিব লগা উচিত । |
৩. | মাটি অধিগ্ৰহণ | পথসমূহ প্ৰায়ে মাটি অধিগ্ৰহণৰ ক্ষেত্ৰত বিলম্বিত হয় । ইয়াত জড়িত থকা প্ৰক্ৰিয়াটোৰ সংশোধনৰ প্ৰয়োজন আছে যাতে মাটি অধিগ্ৰহণ কামটো অতি সোনকালে হ'ব পাৰে । নিৰ্বাচিত পথসমূহৰপৰা ৮ লেন আৰু ৬ লেন কৰাবলৈ তথা ২০বছৰ PIDPৰ কথা ভাৱি বাইপাছ সজাৰ বাবে এই অধিগ্ৰহণৰ খচৰা প্ৰয়োজন হ'ব । |
৪. | NLCPRৰ অধীনত কোনো আচনিৰ অনুমোদনৰ ক্ষেত্ৰত বিলম্বিত প্ৰক্ৰিয়া . | খচৰা অনুমোদনৰ বৰ্তমানৰ প্ৰক্ৰিয়াটো হৈছে দুই স্তৰযুক্ত : প্ৰথমে ৰিটেনশ্বন আৰু তাৰ পাছত বিশদ প্ৰকল্প প্ৰতিবেদন, যিয়ে অনুমোদন পাবৰ বাবে অন্ত:ত দুটা বিত্তীয় বৰ্ষ লয় । এনে দীঘলীয়া সময়ৰেখাত মূল্যবৃদ্ধিৰ বাবে সামগ্ৰীৰ নিৰিখবোৰ কামত লগাব নোৱাৰা বিধৰ হৈ পৰে । |
৫. | বানপানীৰ ক্ষতিসাধন | বানপানীত প্ৰতি বছৰে যথৈষ্ট পৰিমাণৰ পথ বিনষ্ট হয় । SDRF গাইডলাইনে বানপানীত পৃষ্ঠাভাগ খহি যোৱা পথসমূহৰ নতুনকৈ সজাটোৰ ক্ষেত্ৰত অনুমোদন নিদিয়ে । |
৬. | অতি বেছি লোড দিয়া | বহুত স্থানত ট্ৰাক বা ট্ৰেইলাৰ গাড়ীয়ে পথসমূহত অতি বেছি লোড দিয়ে । এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহে নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা আছে । |
পথ শিতান | বৰ্তমানে থকা | ৩১.০৩.২০৩০ৰ প্ৰস্তাৱিত স্থিতি | ৭ বছৰ লক্ষ্য (২০১৭-১৮ৰপৰা ২০২৩-২৪) | এককত নিৰিখ (কোটি টকাত ) | পৰিমাণ (কোটি টকাত ) | ৩১.০৩.২০২৪ৰ প্ৰস্তাৱিত স্থিতি | |
---|---|---|---|---|---|---|---|
ৰাজ্যিক ঘাইপথসমূহ : | |||||||
৪ লে'ন : | ১ | ১৮১ | ৯৭ | ৮.০০ | ৭৭৬ | ৯৮ | |
২ লে'ন | ১৯৪ | ৩৮১৯ | ১৯৫২ | ৩.৫০ | ৬৮৩২ | ২১৪৬ | |
একক লে'ন | ১৯৭৫ | ০ | ৯১২ | ||||
এমডিআৰ | |||||||
২ লে'ন | ১০০ | ৪০০০ | ২১০০ | ৩.৫০ | ৭৩৫০ | ২২০০ | |
একক লে'ন | ৩১৫৭ | ৪০০০ | ৪৫৪ | ১.০০ | ৪৫৪ | ৩৬১১ | |
চহৰীয়া পথসমূহ : | |||||||
৪ লে'ন : | ৬০ | ৮০ | ১১ | ৮.০০ | ৮৮ | ৭১ | |
২ লে'ন | ৬০ | ১০০০ | ৫০৬ | ৩.৫০ | ১৭৭১ | ৫৬৬ | |
একক লে'ন | ৯৯৯ | ২৯২০ | ১০৩৪ | ১.০০ | ১০৩৪ | ২০৩৩ | |
গ্ৰাম্য পথ | |||||||
একক লে'ন | ১৯০০০ | ৪৩০০০ | ১২৯২৩ | ০.৭০ | ৯০৪৬ | ৩১৯২৩ | |
RCC দলং | ৪৪৮৮ | ৭৪০০ | ১৫৬৮ | ২.০০ | ৩১৩৬ | ৬০৫৬ | |
মুঠ | ৩০৪৮৭ |
উৎস | পৰিমাণ (কোটি টকাত) | |
---|---|---|
EAP আৰু বাহিৰা উৎস : | ||
বিশ্ব বেংক | ৪০০০ | |
ADB | ১৫০০ | |
নাবাৰ্ড (NABARD) | ৩০০০ | |
ভাৰত চৰকাৰপূঁজিদান : | ||
PMGSY | ১০০০০ | |
NLCPR | ২০০০ | |
CRF | ২১০০ | |
NEC | ১০০০ | |
ৰাজ্যিক সম্পদ | SOPD | ২৮০০ |
TSP আৰু SCSP | ৭০০ | |
মুঠ | ২৭১০০ | |
পূঁজিদানৰ প্ৰভেদ | ৩৩৮৭ |