বৃটিছ চৰকাৰৰ অধীনতে, ১৮৮০ চনতে গড়কাপ্তানি (পথ) বিভাগ স্থাপন কৰা হয়। আৰম্ভণিতে, ৰাজ্যৰ ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়ন, নিৰ্মাণ আৰু নিৰ্মিত সম্পদসমূহৰ মেৰামতিৰ কাম এই বিভাগৰ তত্বাৱধানত আছিল। ১৯৫৬ চনত, মথাউৰি আৰু নলা-নৰ্দমা (ই এণ্ড ডি) নামেৰে এটি পৃথক বিভাগ খুলি, গড়কাপ্তানি বিভাগক দুভাগত বিভক্ত কৰা হয়। পিছলৈ, বিভাগটোক, ৰাজ্য চৰকাৰৰ প্ৰসাশনিক সংশোধন আৰু প্ৰশিক্ষণ বিভাগৰ, প্ৰধান সচিৱৰ দ্বাৰা ০৫/০৫/২০১০ তাৰিখে জাৰি কৰা চৰকাৰী অধিসূচনা নং এআৰ.৯/২০১০/১১৩ যোগে গড়কাপ্তানি (পথ) আৰু গড়কাপ্তানি (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ নামেৰে দ্বিখণ্ডিত কৰা হয়। গড়কাপ্তানি (পথ) বিভাগৰ মূখ্য কাম হ'ল ৰাজ্যৰ পথ আন্তঃগাঁথনিৰ উন্নয়ন আৰু মেৰামতি।
ৰাজ্যৰ সকলো অঞ্চলক সামৰি উন্নত আৰু নিৰাপদ পথ সংযোগ ব্যৱস্থাৰ প্ৰৱৰ্তন।
ক্ৰমাংক | সেৱাৰ নাম | চৰ্তসমূহ | সময়ৰেখা / গতিবিধি | মাচুল | প্ৰশাসক |
১. | ঠিকাদাৰৰ পঞ্জীয়ন | আবেদন আৰু গাঁঠি দিয়া নথিপত্ৰ সঠিক হ’বৰ বাবে প্ৰয়োজনীয় নথিসমূহ হ’ল- ক্লাছ IA/B/Cৰ বাবে ১. পান কাৰ্ড (শেহতীয়া আয়কৰ দিয়া প্ৰমাণপত্ৰ ). ২. VAT (ভেট) (শেহতীয়া বিক্ৰী কৰ দিয়া প্ৰমাণপত্ৰ প্ৰমাণপত্ৰ ). ৩. শ্ৰম অনুজ্ঞাপত্ৰ ৪. প্ৰতিলিপি:- পূৰ্বৰ পঞ্জীয়ন প্ৰমাণপত্ৰ . ৫. পাছপোৰ্ট /আৰক্ষী নিৰীক্ষণ প্ৰতিবেদন লাগিব, যদিহে পাছপোৰ্ট নাথাকে. ৬. কামৰ অৰ্ডাৰ য’ত পূৰ্বৰ ৫ বছৰৰ কাম কৰাৰ অভিজ্ঞতা লিখা থাকে আৰু যাৰ মূল্য নিৰ্দিষ্ট কৰি থোৱা মূল্যৰ ভিতৰত হয় ( ২০০ লাখ, ১০০ লাখ আৰু ৫০ লাখ হৈছে ক্ৰমান্বয়ে I-শ্ৰেণী, II-শ্ৰেণী আৰু III-শ্ৰেণীৰ বাবে ) ৭. বেংক সচ্চলতাৰ প্ৰমাণপত্ৰ . ৮. প্ৰমাণপত্ৰ মুখ্য ব্যক্তিৰ প্ৰমাণপত্ৰৰ সৈতে স্বীকাৰোক্তি ৯. জাতি প্ৰমাণপত্ৰ ,যদিহে প্ৰয়োজ্য হয় ।. ১০. পাছপোৰ্ট আকাৰৰ ফটো . ১১. মেছিনেৰী (নিৰ্দিষ্ট শিতানত ) : (হয় নিজা নতুবা ভাড়াত লোৱা বা লীজত লোৱা ): শ্ৰেনী-IIৰ বাবে: ১. PAN কাৰ্ড . ২.VAT প্ৰমাণপত্ৰ . ৩. শ্ৰম অনুজ্ঞাপত্ৰ . ৪.প্ৰতিলিপি:-শ্ৰেণী– IIIৰ পূৰ্বৰ পঞ্জীয়ন প্ৰমাণপত্ৰ ।. ৫. আৰক্ষী নিৰীক্ষণ প্ৰতিবেদন /পাছপোৰ্ট . ৬. যোৱা ৫ বছৰত ২৫ লাখ টকা মূল্যৰ কাম কৰা উল্লেখ থকা কামৰ অৰ্ডাৰ । বেংক সচ্চলতাৰ প্ৰমাণপত্ৰ । ৭. জাতি প্ৰমাণপত্ৰ ,যদিহে প্ৰয়োজ্য হয় । ৮. পাছপোৰ্ট আকাৰৰ ফটো . শ্ৰেনী-III ৰ বাবে : ১. PAN কাৰ্ড . ২. VAT প্ৰমাণপত্ৰ . ৩. শ্ৰম অনুজ্ঞাপত্ৰ . ৪. পাছপোৰ্ট আকাৰৰ ফটো . ৫. আৰক্ষী নিৰীক্ষণ প্ৰতিবেদন /পাছপোৰ্ট . ৬. বেংক সচ্চলতাৰ প্ৰমাণপত্ৰ . ৭. জাতি প্ৰমাণপত্ৰ ,যদিহে প্ৰয়োজ্য হয় ।. | ১. www.apwd.in বেৱচাইটৰ যোগেদি অনলাইনত কৰা আবেদন ২. নিৰীক্ষণ(ভেৰিফিকেশ্যন)ৰ প্ৰমাণপত্ৰ পোৱাৰ ১৫ দিনৰ ভিতৰত । | পঞ্জীয়নৰ বাবে ন্যুনতম টকা : ১৫০০০ টকা শ্ৰেণী –I(ক)ৰ বাবে ; ১০০০০ টকা শ্ৰেণী –I(খ)ৰ বাবে ; ৫০০০ টকা শ্ৰেণী –I (গ)ৰ বাবে; ২০০০ টকা শ্ৰেণী –IIৰ বাবে; ৫০০ টকা শ্ৰেণী –III ৰ বাবে । | শ্ৰেণী –Iৰ বাবে মুখ্য অভিযন্তা , PWD (পথ) শ্ৰেণী –I Iৰ বাবে সংশ্লিষ্ট অধীক্ষক অভিযন্তা শ্ৰেণী –IIIৰ বাবে – সংশ্লিষ্ট কাৰ্যবাহী অভিযন্তা |
২. | নিবিদা প্ৰক্ৰিয়াৰ সম্পূৰ্ণতা ( DNIT বিষয়সমূহত প্ৰেছ বিজ্ঞপ্তি তৈয়াৰ কৰা, নিবিদাৰ প্ৰাপ্তিস্বীকাৰ , মূল্যায়ন আৰু কামৰ অৰ্ডাৰ দিয়া ) | সক্ৰিয় আৰু তথ্যানুসৰি যোগ্য নিবিদা জমাকাৰী সকলৰ প্ৰয়োজনীয় অৰ্হতা তথা নথি-পত্ৰৰ চৰ্ত সাপেক্ষে । | ১. ই-নিবিদা ব্যৱস্থা . ২. LOA প্ৰদান (গ্ৰহণৰ পত্ৰ বিশ্ব বেংক বা নিবিদা সমিতিৰ অনুমোদনৰ ৭ দিনৰ ভিতৰত দিয়া হ’ব লাগিব ।. | -নাই- | নিবিদা আহ্বানকাৰী সংশ্লিষ্ট বিষয়া (CE/অতিৰিক্ত CE/ SE/ EE যিটো প্ৰযোজ্য হয় ) |
৩. | পেন্সন আৰু গ্ৰেছুইটিৰ প্ৰস্তাৱ এ.জিলৈ প্ৰেৰণ | ১. তথ্যসমূহ ২. ফৰ্ম -১ (পুণৰ্নিৰীক্ষিত) ৩. ফৰ্ম -২ ( পুণৰ্নিৰীক্ষিত ) ৪. ফৰ্ম I-A ৫. ফৰ্ম – ১৯ ৬. LPC ( শেহতীয়া বেতন প্ৰমাণপত্ৰ ) ৭. NDC (দাবীবিহীন প্ৰমাণপত্ৰ ) ৮. সেৱাৰ বহী (চাৰ্ভিচ বুক) ৯. DP, ভিজিলেন্স আৰু অন্য সংশ্লিষ্টসকলৰ অমনোযোগিতা | সকলো নথিপত্ৰ সম্পূৰ্ণ আৰু শুদ্ধভাৱে পোৱাৰ ২০ টা কৰ্মদিনৰ পাছত, পেন্সনৰ কাগজ এ.জি.লৈ প্ৰেৰণ কৰা হ’ব – পেন্সনৰ অনুমোদনৰ বাবে | -নাই- | শ্ৰী বিপুল চন্দ্ৰ বৰ্মন , আন্ডাৰ চেক্ৰেটাৰী (অ’ডিট) যোগাযোগ নং- ৯৮৬৪০২৩৪৮৫ |
৪. | GPFৰ প্ৰস্তাৱ এ.জি.লৈ প্ৰেৰণ কৰা | ১. ফৰ্ম -১( অৱসৰপ্ৰাপ্ত লোকৰ বাবে ) ২. ফৰ্ম -২ ( নমিনী ) ৩. শেহতীয়া AGৰ ষ্টেটমেন্ট ৪. GPF ৰ টকা যোৱা ছমাহত নুলিওৱাৰ প্ৰমাণপত্ৰ | এ.জি.ৰ অনুমোদন সাপেক্ষে প্ৰয়োজনীয় কাগজ-পত্ৰ সম্পূৰ্ণভাৱে আৰু শুদ্ধভাৱে পোৱাৰ ১৫ দিনৰ ভিতৰত | -নাই- | -একে - |
৫. | GISৰ অনুমোদন | ১. ফৰ্ম -৩ ২. মাহিলী ডিদাকচনৰ ষ্টেটমেন্ট | প্ৰয়োজনীয় কাগজ-পত্ৰ সম্পূৰ্ণভাৱে আৰু শুদ্ধভাৱে পোৱাৰ ১০ দিনৰ ভিতৰত | -নাই- | -একে - |
৬. | ছুটিৰ পূঁজিকৰণ | চৰকাৰী চাকৰিয়ালৰ আবেদন | প্ৰয়োজনীয় কাগজ-পত্ৰ সম্পূৰ্ণভাৱে আৰু শুদ্ধভাৱে পোৱাৰ ৩ দিনৰ ভিতৰত (এ.জি.ৰ পৰা LAR প্ৰা্প্তিৰ চৰ্ত সাপেক্ষে ) | -নাই- | শ্ৰী বিপুল চন্দ্ৰ বৰ্মন , আন্দাৰ চেক্ৰেটাৰী (স্থাপন) যোগাযোগ: ৯৮৬৪০২৩৪৮৫ |
৭. | আৰ্ণ লিভৰ অনুমোদন | চৰকাৰী চাকৰিয়ালৰ আবেদন | AG অফিচৰপৰা প্ৰয়োজনীয় LAR সম্পূৰ্ণভাৱে আৰু শুদ্ধভাৱে পোৱাৰ ৮ দিনৰ ভিতৰত | -নাই- | -একে - |
৮. | কমিউটেড ছুটিৰ অনোমোদন | চৰকাৰী চাকৰিয়ালৰ আবেদন | AG অফিচৰপৰা প্ৰয়োজনীয় LAR সম্পূৰ্ণভাৱে আৰু শুদ্ধভাৱে পোৱাৰ ৬ দিনৰ ভিতৰত | -নাই- | -একে - |
৯. | মেটাৰ্নিটি বা শিশুৰ যত্ন লোৱা ছুটি | চৰকাৰী চাকৰিয়ালৰ আবেদন | প্ৰয়োজনীয় কাগজ-পত্ৰ সম্পূৰ্ণভাৱে আৰু শুদ্ধভাৱে পোৱাৰ ১৫ দিনৰ ভিতৰত | -নাই- | -একে - |
১০. | ঠিকাদাৰৰ বিলৰ পইচা দিবৰ বাবে FOC দিয়া | সংশ্লিষ্ট মুখ্য অভিযন্তাৰ পৰা পূঁজিৰ দাবী | বিত্ত বিভাগৰ পৰা FOC পোৱাৰ আৰু সংশ্লিষ্ট মন্ত্ৰীৰ অনুমোদনৰ পাছত ১০ দিনৰ ভিতৰত | -নাই- | শ্ৰী সঞ্জীৱ কুমাৰ শ্যাম , ডেপুটী চেক্ৰেটাৰী (বাজেট ) যোগাযোগ নম্বৰ- ৯৪৩৫৭০৩৩৮৭ |
১১. | RTI তথ্য জমা দিয়া | ১. আৰ্হি পত্ৰ RTI আইন, ২০০৫ অনুসৰি ২. বিনামূলীয়া সেৱাৰ বাবে BPL প্ৰমাণপত্ৰ | বলবৎ থকা নিয়ম অনুসৰি ৩০ দিনৰ ভিতৰত । | ১০.০০ টকা আৰু ২.০০ টকা প্ৰতি পৃষ্ঠাৰ নথিৰ বাবে | শ্ৰী ৰাতুল বৰা , ডেপুটী চেক্ৰেটাৰী (স্থাপত্য বিভাগ ) যোগাযোগ নং- ৯৭০৬০৭৮০৭১ |
১২. | প্ৰকল্প /এস্তিমেট/DPRৰ প্ৰশাসনীয় অনুমোদন | ১. ভাৰত চৰকাৰৰ অনুমোদন ( কেন্দ্ৰীয় চৰকাৰে স্পনচৰ কৰা বা পূজি দিয়া প্ৰকল্পৰ ক্ষেত্ৰত ) ২. পূঁজি দিয়া কৰ্তৃপক্ষৰ অনুমোদন (বাহিৰৰ পৰা পূঁজি পোৱা প্ৰকল্পৰ ক্ষেত্ৰত ) ৩. P&D/ বিত্ত বিভাগৰ অনুমোদন ৪. সংশ্লিষ্ট একাউন্ট হেডত বাজেট শিতানৰ উপলব্ধতা | P&D বিভাগ/বিত্ত বিভাগ আৰু সংশ্লিষ্ট মন্ত্ৰীৰ অনুমোদন পোৱাৰ ১৫ টা কৰ্মদিনৰ ভিতৰত ।. | -নাই- | শ্ৰী ৰুবুল গোঁহাই , ডেপুটী চেক্ৰেটাৰী (কামৰ) যোগাযোগ No ৮৮১১০৮৭৮০১ |
১৩. | টেকনিকেল অনুমোদন | প্ৰশাসনীয় অণুমোদন দিয়া | AA পোৱাৰ ৭ দিনৰ ভিতৰত | -নাই- | ২০০ লাখৰ ওপৰৰ কামৰ বাবে , সংলিষ্ট CE.; ১০০ লাখ আৰু ২০০ লাখৰ ভিতৰৰ কামৰ বাবে সংশ্লিষ্ট অতিৰিক্ত CE; ১০ লাখৰ ওপৰত আৰু ১০০লাখৰ তলত হৱা কামৰ বাবে সংশ্লিষ্ট SE; আৰু ১০লাখৰ ভিতৰত হোৱা কামৰ বাবে সংশ্লিষ্ট EE |
১৪. | আইন/ নিয়ম /OM/জাননী আপলোড | ১. কোনো আইন/ নিয়ম /OMs/ জাননীৰ মোহাৰি পেলোৱা, সংযোজন কৰা অথবা ৰূপায়ন কৰা ২. সংশ্লিষ্ট বিভাগ | ৩০ দিন | শ্ৰী দিগন্ত গোস্বামী , সহকাৰী কাৰ্যবাহী অভিযন্তা , CE কাৰ্যালয়, PWD (পথ) যোগাযোগ নং- ৯৯৫৪০২৪২৪০ | |
১৫. | ৱেবচাইট নবীকৰণ | সংশ্লিষ্ট বিষয়াৰ কোনো বদলি বা স্থানান্তৰ বা নতুন মকৰল । | ৭ দিন | -একে - | |
১৬. | RTPSৰ অধীনত অতিৰিক্ত সেৱা | সংশ্লিষ্ট বিভাগ | ৭ দিন বা বেছি ( সেৱাৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি ) | শ্ৰী ৰাতুল বৰা , ডেপুটী চেক্ৰেটাৰী (স্থাপত্য বিভাগ ) যোগাযোগৰ নং- ৯৭০৬০৭৮০৭১ |
PWRD ৰ মূল সেৱা লওঁতা সকল হ'ল :
১. কাৰ্য্যাৱলীৰ NIT - ৱেবচাইট।
২. কাৰিকৰী অংশ – ৱেবচাইট।
৩. প্ৰশাসনিক অনুমোদন – ৱেবচাইট।
৩.(ক) আনুমানিক ব্যয় তালিকা – কাৰ্য্যকৰী অভিযন্তা (কাৰ্য্যকৰী অভিযন্তাৰ সতে সম্পৰ্কিত প্ৰকল্প)।
৪. নিবিদা চুক্তি – কাৰ্য্যকৰী অভিযন্তা (কাৰ্য্যকৰী অভিযন্তাৰ সতে সম্পৰ্কিত প্ৰকল্প)।
৫. চিলিং (এফ অ চি) – কাৰ্য্যকৰী অভিযন্তা (কাৰ্য্যকৰী অভিযন্তাৰ সতে সম্পৰ্কিত বিল)।
৬. ইউ চি (ব্যৱহাৰৰ প্ৰমাণপত্ৰ) – ৱেবচাইট।
৭. অভিযোগ সমাধান: অনলাইন ব্যৱস্থাৰে অভিযোগ দাখিলৰ সুবিধা উপলব্ধ কৰা হৈছে। যিকোনো অভিযোগ, ওজৰ-আপত্তি, www.apwd.in/apwrdportal ত দাখিল কৰিব পৰা যাব আৰু তাৰ প্ৰত্যুত্তৰো একেটা পৰ্টেলতে চাব পৰা যাব। সাধাৰণ কাগজত অভিযোগ লিখি, নিম্নোক্ত বিষয়াসকললৈকো প্ৰেৰণ কৰিব পৰা যায়:
কাম/মেৰামতি সম্পৰ্কীয় | শ্ৰী বিৰাজ তালুকদাৰ, উপ-সচিৱ (ডব্লিউ) |
ধন আদায় সম্পৰ্কীয় | শ্ৰী অজিত কুমাৰ ভূঞা, উপ-সচিৱ (বাজেট) |
পেন্সন সম্পৰ্কীয় | শ্ৰী অজিত কুমাৰ ভূঞা, উপ-সচিৱ ( এম) |
নিযুক্তি/পদোন্নতি/স্থানান্তৰ সম্পৰ্কীয় | শ্ৰী বিজন চন্দ্ৰ কলিতা, উপ-সচিৱ (প্ৰতিষ্ঠান) |
ঠিকাদাৰৰ পঞ্জীয়ন সম্পৰ্কীয় | শ্ৰী অজিত বৰা, এচ ই (পৰিকল্পনা) |
৮. ব্যৱহাৰকাৰী/ অংশীদাৰসকলৰ স'তে আলোচনা:
বিভিনধনাত্মক পৰামৰ্শক বিভাগে সদায় গ্ৰহণ কৰি আহিছে। প্ৰত্যেক জিলাতে, ২-৩জন কাৰ্যকৰী অভিযন্তা থকাৰ লগতে প্ৰত্যেক চক্ৰতে একোজন উপ অভিযন্তা থাকে। একেদৰে, প্ৰত্যেক জ'নতে একোজনকৈ অতিৰিক্ত মূখ্য অভিযন্তা থাকে। মূখ্য অভিযন্তাৰ তত্বাৱধানত মুঠ তিনিটাকৈ সঞ্চালকালয় থাকে আৰু ইয়াৰ বিষয়াসকলৰ ঠিকনা ৱেবচাইট তথা বিভাগৰ অৰ্গেন'গ্ৰামত দিয়া হৈছে। যিকোনো ব্যৱহাৰকাৰী বা অংশীদাৰে তেওঁলোকক ব্যক্তিগতভাৱে বা লিখিতভাৱে পৰামৰ্শ প্ৰদান কৰিব পাৰে।
৯. নিম্নোক্ত বিষয়সমূহত আমি আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ:
নাগৰিক চনদখন প্ৰতি বছৰে পুনৰীক্ষণ কৰা হ'ব। এই ক্ষেত্ৰত থকা যিকোনো পৰামৰ্শ, অসম চৰকাৰৰ পথ আৰু গড়কাপ্তানি বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিৱ, শ্ৰী এম চি বড়োলৈ ব্লক বি, অসম সচিৱালয় এই ঠিকনাত বা as-guw1@nic.in যোগে প্ৰেৰণ কৰিব পাৰিব।