অসম চৰকাৰে শেহতীয়াভাৱে ৰাজ্যখনৰ পথসমূহৰ আন্ত:গাঁঠনি বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে । ৰাজ্যখনত বৰ্ধিত হাৰত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাসমূহ আৰু নিহতৰ সংখ্যাই ইয়াক এটা অতি গুৰুত্বপূৰ্ণ বিষয় কৰি তুলিছে । অসমত যোৱা পাঁচ বছৰত হোৱা পথ দুৰ্ঘটনাৰ তথ্য তলত দিয়াধৰণৰ -
বছৰ | দুৰ্ঘটনাৰ সংখ্যা | মৃতকৰ সংখ্যা | আহতৰ সংখ্যা |
---|---|---|---|
২০১২ | ৬৫৩৫ | ২২৯১ | ৬৭০৯ |
২০১৩ | ৭২১১ | ২৪৪১ | ৬৬০৯ |
২০১৪ | ৮৮৭২ | ৩০৫৮ | ৭৭৮৭ |
২০১৫ | ৬৯৫৯ | ২৩৯৭ | ৭০৬৮ |
২০১৬ | ৭৪৩৫ | ২৫৭২ | ৬১২৭ |
ওপৰত দিয়া তথ্যসমূহে দুৰ্ঘটনাজনিত সংঘৰ্ষৰ ভয়াবহতা প্ৰমাণ কৰে - : ৩৫ জন লোকৰ মৃত্যু/১০০ টা দুৰ্ঘটনাত ।
সেয়ে দুৰ্ঘটনাসমূহৰ ভয়াবহতাৰ কথা চিন্তা কৰি এইবোৰৰ সৱিশেষ সমিধান উলিয়াবৰ বাবে পথ সুৰক্ষাৰ পাঁচটা স্তম্ভৰ সকলো অংশীদাৰ বিভাগক সামৰি অসম চৰকাৰে অসম পথ সুৰক্ষা কৰ্ম পৰিকল্পনা (ARSAP) যুগুত কৰাৰ কথা চিন্তা কৰিছে । ARSAPক যুগুত কৰা হৈছে UN Decade of Action ৰ মতে আৰু মাননীয় মুখ্য মন্ত্ৰীৰ পৌৰহিত্যত ৮ জানুৱাৰী,২০১৫ত হোৱা ৰাজ্যিক পথ সুৰক্ষা কাউন্সিলৰদ্বাৰা অনুমোদিত হৈছে ।
স্তম্ভ ১: পথ সুৰক্ষা ব্যৱস্থাপনা- প্ৰতিষ্ঠান আৰু সামৰ্থ্য নিৰ্মাণ
স্তম্ভ ২: অধিক সুৰক্ষিত পথ আৰু চলাচল
স্তম্ভ ৩: সুৰক্ষিত যান-বাহন
স্তম্ভ ৪: শিক্ষা, সজাগতা আৰু বলপূৰ্বকতাৰ যোগেদি সুৰক্ষিত পথ ব্ৰজকাৰী
স্তম্ভ ৫: সংকটজনক সময়ৰ যতন
ARSAPৰ অধীনত অসম চৰকাৰে ৰাজ্যখনত পথ সুৰক্ষাৰ ক্ষেত্ৰত সফলতা পোৱাত সহায়ক হৈছে । আনুষ্ঠানিক ৰূপৰেখা, ষ্টেকহোল্ডাৰৰ সামৰ্থ্য বৃদ্ধি, বাধ্যকতা বৃদ্ধি কৰা আৰু অভিযান্ত্ৰিক মাধ্যমৰ বিকাশ হোৱা আদিত অসম চৰকাৰে মুখ্য কাম-কাজ গ্ৰহণ কৰিছে ।
বিশ্ব বেংকৰ অংশীদাৰ হিচাপে পথ সুৰক্ষা ব্যৱস্থাপনা, PWRD, অসমে অসম ৰাজ্যিক পথ প্ৰকল্প (ASRP) ই ইয়াৰ ৰাজ্যিক ঘাইপথ আৰু ঘাই জিলা পথসমূহত পথ সুৰক্ষা বৃদ্ধিৰ উদ্দেশ্যে ভিন্ন পদক্ষেপ হাতত লৈছে ।
ক্ৰমাংক | পথৰ নাম | পথৰ দৈৰ্ঘ্য (কিমি.ত) | সংযোগ থকা | অৱস্থিতি | দুৰ্ঘটনাৰ সংখ্যা | মৃতকৰ সংখ্যা | আহতৰ সংখ্যা | জিলা | বিভাগ | |||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১২ | ২০১৩ | ২০১৪ | মুঠ | ২০১২ | ২০১৩ | ২০১৪ | মুঠ | ২০১২ | ২০১৩ | ২০১৪ | মুঠ | |||||||
১. | উত্তৰ গুৱাহাটী মন্দাকটা পথ (MDR) | ২২ | ৯৭৫৬.০০ মিটাৰ | N ২৬°১৫.৫৪৬' E ০৯১°৪৪.১৪৬' | ৮ | ৬ | ১৪ | ৫ | ৫ | ১০ | ৩ | ২ | ৫ | কামৰূপ (গ্ৰাম্য ) | গুৱাহাটী পথ বিভাগ | |||
২. | বাইহাটা চাৰিআলি গোৰেশ্বৰ পথ (MDR) | ২১ | ৩২০০.০০ মিটাৰ | কাৰাৰা N ২৬°২২.৩২৭' E ০৯১°৪৪.০৪৩' | ২ | ২ | ৩ | ৭ | ১ | ২ | ৩ | ৩ | ১ | ১ | ৫ | কামৰূপ (গ্ৰাম্য ) | ৰঙিয়া গ্ৰাম্য পথ বিভাগ | |
৭২০০.০০ মিটাৰ | বিহদিয়া N ২৬°২৪.৪৯৯' E ০৯১°৪৩.৭১৮' | ১ | ৩ | ৪ | ৮ | ১ | ৩ | ১ | ৫ | ৩ | ৩ | |||||||
৩. | বৰদুমচা ডিগবৈ PWD পথ | ৩৬ | ১ম কি.মি. | মাধৱপুৰ গাওঁ N ২৭°২৩.৭২৩' E ০৯৫°৩৭.০২৪' | ২ | ৩ | ৫ | ২ | ৩ | ৫ | তিনিচুকীয়া | তিনিচুকীয়া ৰাজ্যিক পথ বিভাগ | ||||||
৪. | ৰাজ্যিক ঘাইপথ নং-২৩ | ৫ | ১.৫ কি.মি. | নপুখুৰী বাচ আস্থান N ২৭°২৮.৮২৫' E ০৯৫°২০.০৫৫' | ১ | ১ | ৩ | ৫ | ১ | ১ | ১ | ১ | তিনিচুকীয়া | তিনিচুকীয়া ৰাজ্যিক পথ বিভাগ | ||||
৫. | সমদল পথ Db-M-১ | ৫.৩ | ৫.৩ কি.মি. | ৰাষ্ট্ৰীয় ঘাইপথ নং-৩৭ সমদল পথ সংযোগস্থল N ২৭°২৮.৩৯৬' E ০৯৪°৫৩.৬৯৪' | ২ | ১৫ | ৩ | ২০ | ২ | ৫ | ৩ | ১০ | ৪ | ১২ | ৫ | ২১ | ডিব্ৰুগড় | ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ |
৬. | মানকটা শৰাইঘাট বামুনবাৰী পথ Db-M-২ | ৩৩ | ৪০০ মিটাৰৰপৰা ৬০০ মিটাৰ | থানা চাৰিআলি N ২৭°২৮.৮৬০' E ০৯৪°৫৪.৪৬২' | ১৬ | ১৪ | ৪ | ৩৪ | ৬ | ৪ | ৪ | ১৪ | ডিব্ৰুগড় | ডিব্ৰুগড় গ্ৰাম্য পথ বিভাগ | ||||
১.৭কি.মি.ৰপৰা ১.৯ কি.মি. | চৌকিদিঙি চাৰিআলি N ২৭°২৮.২৩৫' E ০৯৪°৫৪.৭৫০' | ১২ | ৫ | ১ | ১৮ | ১ | ১ | ২ | ৩ | ৪ | ৩ | ১০ | ||||||
৭.৫ ৰপৰা ৮.১ কি.মি. | থাকুৰথান এলেকা N ২৭°২৪.৯৩৫' E ০৯৪°৫৫.৫৪২' | ৩ | ৪ | ৫ | ১২ | ১ | ১ | ৩ | ৪ | ৪ | ১১ | |||||||
৭. | এ. টি. পথ | ৩য় কি.মি. | বৰুৱা চাৰিআলি N ২৬°৪৪৫.০৬৪' E ০৯৪°১০.৯৪৭' | ৬ | ২ | ১ | ৯ | ২ | ১ | ০ | ৩ | ৪ | ১ | ১ | ৬ | যোৰহাট | যোৰহাট ৰাজ্যিক পথ বিভাগ | |
৬ষ্ঠ কি.মি. | চাৰিগাওঁ পথ সংযোগ স্থল N ২৬°৪৬.১৯৮' E ০৯৪°১৪.৪২৯' | ৮ | ২ | ১০ | ২০ | ৫ | ১ | ৭ | ১৩ | ৩ | ২ | ৩ | ৮ | |||||
৬ষ্ঠ কি.মি. | বামুনগাওঁ সংযোগ স্থল N ২৬°৪৬.৩৮৫' E ০৯৪°১৪.৯৮৬' | ৪ | ৮ | ৯ | ২১ | ১ | ৩ | ৬ | ১০ | ৩ | ৫ | ৬ | ১৪ | |||||
৮. | শিলচৰ কালাইন পথ (MDR) | ১ কি.মি. | N ২৪°৫০.২৪৬' E ০৯২°৪৬.৮৮৪' | ২ | ৩ | ৫ | ৩ | ৩ | ৯ | ৯ | কাছাৰ | শিলচৰ NEC বিভাগ | ||||||
১৯ কি.মি. | N ২৪°৫৫.৬৬৮' E ০৯২°৩৮.৯১২' | ১ | ৫ | ৬ | ১ | ১ | ১ | ৪ | ৫ | |||||||||
২২ কি.মি. | N ২৪°৫৭.৩৮০' E ০৯২°৩৬.৫৩৩' | ১ | ৬ | ৭ | ২ | ১ | ৩ | ১ | ৫ | ৬ | ||||||||
২৮ কি.মি. | N ২৪°৫৮.০৬২' E ০৯২°৩৪.৩৯৯' | ৪ | ৩ | ৭ | ২ | ২ | ২ | ৩ | ৫ | |||||||||
মুঠ | SH & MDR ত থকা ক'লা ঠাই = ১৬ | ৫৫ | ৭৪ | ৬৯ | ১৯৮ | ১২ | ২৩ | ৩২ | ৬৭ | ৩০ | ৫১ | ৪৭ | ১২৮ |
গড়কাপ্তানি বিভাগে, অসম ৰাজ্যিক পথ প্ৰকল্পৰ ঋণ চুক্তিৰ নিয়মানুসাৰে, ৰাজ্যিক ঘাইপথ নং – ২ৰ ২৩ কিলোমিটাৰ অংশ (আমিনগাঁৱৰ পৰা কলিতাকূছিলৈ) নিৰাপদ গতিপথৰ প্ৰদৰ্শনমূলক আঁচনি হিচাপে উন্নীত কৰিছে। এই অংশত, ৰূপায়ন কৰা পথ সুৰক্ষা পদ্ধতিসমূহ হ'ল –
এই SCDPৰ বাবে সংশ্লিষ্ট আৰক্ষীৰপৰা সংগ্ৰহ কৰা ত্ৰিমাসিক পথ দুৰ্ঘটনাৰ য়ে দেখুৱায় যে পথ দুৰ্ঘটনাসমূহ আৰু নিহতৰ সংখ্যা ৰূপায়নৰ সময়ছোৱাৰ পাছত নিম্নগামী হৈছে ।
ত্ৰিমাস | দুৰ্ঘটনা | আহত | নিহত |
---|---|---|---|
জানুৱাৰী-মাৰ্চ, ১৬ | ৩১ | ২৫ | ৬ |
এপ্ৰিল- জুন, ১৬ | ১৫ | ৮ | ৭ |
জুলাই -ছেপ্তেম্বৰ, ১৬ | ২৭ | ২৩ | ৪ |
অক্টোবৰ- ডিচেম্বৰ, ১৬ | ২৪ | ২৩ | ৩ |
জানুৱাৰী-মাৰ্চ, ১৭ | ১৮ | ১৫ | ২ |
ইতিমধ্যে, গুৱাহাটী মহানগৰীৰ, জালুকবাৰীৰ পৰা, এমজি ৰোড-এটিৰোড-জিএছ ৰোড হৈ খানাপাৰা পৰ্য্যন্ত মুঠ ২৩ কিলোমিটাৰ পথত ট্ৰেফিক ব্যৱস্থাপনাসহ আদৰ্শ নিৰাপদ গতিপথ প্ৰদৰ্শনীমূলক আঁচনি (SCDP) গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত, কনচালটেণ্ট হিচাপে নিয়োগ কৰা, দক্ষিণ কোৰিয়াৰ আই এছ এ এন কৰ্পোৰেচনে, ইতিমধ্যে ট্ৰেফিক ব্যৱস্থাপনাৰ চূড়ান্ত উন্নীতকৰণ পৰিকল্পনা দাখিল কৰিছে য'ত মূখ্যতঃ যানজঁট পৰিচালনা, পাৰ্কিং পৰিচালনা, প্ৰৱেশ-প্ৰস্থান ব্যৱস্থাৰ পৰিচালনা, আন্তঃসংযোগস্থলৰ উন্নয়ন, পথচাৰীৰ নিৰাপত্তা, যানবাহনৰ দূৰ্ঘটনাৰ তথ্যসংগ্ৰহ আৰু প্ৰতিৰোধ আদি বিভিন্ন বিষয় সন্নিবিষ্ট কৰা হৈছে। কনচালটেণ্ট সংস্থাই এই বিষয়ক বিস্তৃত প্ৰকল্প প্ৰতিবেদন জমা দিয়াৰ পাছতেই সংশ্লিষ্ট উন্নীতকৰণ ব্যৱস্থাসমূহৰ ৰূপায়ন আৰম্ভ কৰা হ'ব। অন্যহাতে, উক্ত পথছোৱাৰ বৰ্তমানৰ তাৰকা ৰেটিঙক পৰৱৰ্তী উচ্চ তাৰকা ৰেটিঙলৈ উন্নত কৰিবৰ বাবে ইতিমধ্যে কনচালটেণ্টৰ দ্বাৰা আইআৰএপি জৰীপৰ বাবে খচৰা বিনিয়োগ আঁচনিও দাখিল কৰা হৈছে।
Title | Size | Detail |
---|---|---|
পথ সুৰক্ষা সুচনাসমূহ | 590.09 KB |