মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গড়কাপ্তানি বিভাগ (পথ)

পানী যোগান নলী বহুৱাবৰ অনুমতিৰ বাবে আবেদন কৰক

পানী যোগানৰ নলী বহুৱাবৰ বাবে দৰকাৰী অনুমতিৰ ক্ষেত্ৰত, ঠিকাদাৰ একোজনে য'ত পাইপ বহুৱা হ'ব, উক্ত এলেকাৰ সংশ্লিষ্ট গড়কাপ্তানি সংমণ্ডলৰ কাৰ্য্যকৰী অভিযন্তালৈ আবেদন কৰিব লাগে।

কাৰ্য্যালয়ৰ তালিকা:ইয়াত ক্লিক কৰক